অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিলৰ গুণ

তিলৰ গুণ

শৰতৰ সময়ত তিল খোৱাটো খুবেই প্ৰয়োজন। ইয়াৰ ফলত ছাল আৰু চুলিৰ উন্নতি সাধিব পৰা যায়।

ছালৰ দাগঃ

ছালৰ যিকোনো দাগ হ’লে তিল মিহিকৈ পিহি লগাব। সুফল পাব। ওপৰ ওঁঠ, গালৰ কাষত, থুতৰিত নলগাব। অন্যথা নোম বেছিকৈ গজিব।

চুলি সৰাঃ

মূৰৰ চুলি সৰিলে তিল বতি ভৰণ দিব। তিনিদিনমান ব্যৱহাৰ কৰিলেই সুফল পোৱা যায়।

দাতৰ দাগঃ

দাতত পানীৰ দাগ, তামোল-পাণৰ দাগ লাগিলে তিলৰ ব্যৱহাৰ কৰিব। তিল পুৰি, গুড়িৰে দাত মাজিব। দাত চক্‌চকীয়া পৰিষ্কাৰ হ’ব।

লিখকঃ শিৱাঙ্গী কাশ্যপ

3.06896551724
লুইত বৰা Apr 12, 2019 10:17 AM

কথা বোৰ জানি ভাল লাগিল ৷

দেৱব্ৰত গগৈ Mar 23, 2019 05:30 PM

ধন্যবাদ, কথা খিনিৰ বাবে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top