অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাহক তিতা

বাহক তিতা

পৰিচয়

বাহক তিতা এবিধ সৰু শাক জাতীয়। জোপোহা গছ। পাতবোৰ দীঘল দীঘল আৰু এজোপা ৰুলে সোনকালে বিস্তাৰিত হৈ উঠে। আমাৰ ইয়াত বাহক তিতাৰ গছ দুবিধ পোৱা যায়। এবিধ ৰঙা ফুলৰ আনবিধ বগা ফুলৰ। বগা ফুলৰ বিধ দৰৱত ব্যৱহৃত হয়। এই গছৰ পাত, মূল-ছাল সকলো অংগ দৰৱত লগোৱা হয়। ইয়াৰ শাস্ত্ৰীয় নাম-বাশিকা, সিংহিকা, সিংহৰ্পন ইত্যাদি।

লিখক: ধৰ্মকান্ত শৰ্মা।

2.94444444444
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top