পৰিচয়
ব্ৰাহ্মীশাক সকলো সময়তে জেকা লগা ঠাইত উৎপন্ন হয়। ইয়াৰ পাতবোৰ সৰু সৰু। যি ঠাইত হয় তাত অতি শীঘ্ৰে বিয়পি ঠাল-ঠেঙুলি মেলে। ইয়াৰ সৰু সৰু বগা ফুল আছে। ইয়াৰ শাস্ত্ৰীয় নাম ব্ৰাহ্মী, সুৰসা, ব্ৰহ্মচাৰিণী সৰস্বতী মেধ্যা শাৰদা ইত্যাদি।
গুণাগুণ
এইবিধ শাক মানুহে শাক হিচাবে খায়। ইয়াৰ সোৱাদ তিতা। ইয়াৰ গছ-পাত-শিপা সকলো অংশ দৰবত ব্যৱহাৰ হয়।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020