অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰাহ্মী শাক

ব্ৰাহ্মী শাক

পৰিচয়

ব্ৰাহ্মীশাক সকলো সময়তে জেকা লগা ঠাইত উৎপন্ন হয়। ইয়াৰ পাতবোৰ সৰু সৰু। যি ঠাইত হয় তাত অতি শীঘ্ৰে বিয়পি ঠাল-ঠেঙুলি মেলে। ইয়াৰ সৰু সৰু বগা ফুল আছে। ইয়াৰ শাস্ত্ৰীয় নাম ব্ৰাহ্মী, সুৰসা, ব্ৰহ্মচাৰিণী সৰস্বতী মেধ্যা শাৰদা ইত্যাদি।

গুণাগুণ

এইবিধ শাক মানুহে শাক হিচাবে খায়। ইয়াৰ সোৱাদ তিতা। ইয়াৰ গছ-পাত-শিপা সকলো অংশ দৰবত ব্যৱহাৰ হয়।

লিখক: ধৰ্মকান্ত শৰ্মা।

3.06666666667
বিনোদ কাকতি Mar 27, 2018 02:58 PM

ব্ৰাক্ষ্মী ৰসায়ন আয়ুৰ্বেদৰ এক চমকপ্ৰদ ঔষধ । মই নিজে ব্যবহাৰ কৰাৰ লগতে দুজন ৰোগীক সেৱন কৰিব দিছিলোঁ । খুব আৰোগ্য প্ৰদানকাৰী মহৌষধ বুলি কʼলেও বঢ়াই কোৱা নহʼব । এনে ধৰণৰ ঔষধ যিকোনো মানুহেই মগজু তথা মানসিক শক্তি বঢ়াবলৈ সেৱন কৰিব পাৰে । আয়ুৰ্বেদক ধন্যবাদ জনাইছো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top