মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / ভেকুৰি তিতাৰ মিঠা গুণসমূহ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেকুৰি তিতাৰ মিঠা গুণসমূহ :

ভেকুৰি তিতাৰ মিঠা গুণসমূহৰ বিষয়ে লিখা হৈছে ।

 

*বেক্টেৰিয়া বিনাশক- ই-কলাই, ষ্টেফাইলোকক্কাছ অ’ৰিয়াছ আদিৰ ওপৰত প্ৰয়োগ কৰি উপযোগী দেখা গৈছে।

*কৃমি পেলুৰ ক্ষেত্ৰত প্ৰমাণিত সিদ্ধ হৈছে।

*কৰ্কট ৰোগ প্ৰতিষেধক। পৰীক্ষাগাৰত দেখা গৈছে ভেকুৰিয়ে মাইটোকন্দ্ৰিয়াৰ পথত ক্ৰিয়া কৰি কৰ্কট ৰোগৰ কোষৰ বিকাশত বাধা জন্মায়।

*এন্টিঅক্সিডেন্টা গুণৰ বাবে শৰীৰক অপকাৰী ফ্ৰী-ৰেডিকেলছৰ পৰা মুক্ত কৰি শৰীৰৰ ইমিউনিটী(ৰোগ প্ৰতিৰোধ ক্ষমতা) বঢ়ায়।

*কোষ্ঠ-কাঠিন্য আঁতৰ কৰে। পেটৰ বিষ কমায়।

*পেটৰ গেছ কমায় আৰু ভোক বঢ়ায়।

*বমি-ওকালি বন্ধ কৰে।

*মেল এবজৰ্বচন ছীনড্ৰম, ইৰিটেবল বাৱেল ছীনড্ৰম আদি উদৰ ৰোগৰ চিকিৎসাত সহায়ক।

*শিশুৰ ডায়েৰীয়া গাখীৰৰ সৈতে কেইটিমান ভেগকুৰি খুৱালে নিৰাময় হয়।

*যৌনশক্তি বৃদ্ধি কৰে। পুৰুষ জননাংগত শিপাৰ প্ৰলেপ দিলে শিথিলতা দূৰ হয়।

উৎস: নিয়মীয়া বাৰ্তা

2.88235294118
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top