অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহানিম

মহানিম

পৰিচয়

মহানিম সৰ্ব্বজন পৰিচিত গছ। বেছিভাগ লোকে ঘৰৰ চৌহদত যত্নেৰে ৰোৱে। এই গছ বেছ ওখ-ডাঙৰ হৈ উঠে যদিও ডালবোৰ বেছি ডাঙৰ নহয়। পাতবোৰ দীঘল আৰু ধুনীয়া হয়। পাত দৰবত ব্যৱহাৰ হয়। মহানিমৰ শাস্ত্ৰীয় নাম নিন্ব, পিচুমন্দ, অৰিষ্ট আৰু তিক্তক। আন এবিধ নিমগছ আছে- নাম তাৰ ঘোৰানিম। অৱশ্যে মহানিম ঘোৰা নিমতকৈ বেছি উপকাৰী।

লিখক: ধৰ্মকান্ত শৰ্মা।

2.93181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top