পৰিচয়
মহানিম সৰ্ব্বজন পৰিচিত গছ। বেছিভাগ লোকে ঘৰৰ চৌহদত যত্নেৰে ৰোৱে। এই গছ বেছ ওখ-ডাঙৰ হৈ উঠে যদিও ডালবোৰ বেছি ডাঙৰ নহয়। পাতবোৰ দীঘল আৰু ধুনীয়া হয়। পাত দৰবত ব্যৱহাৰ হয়। মহানিমৰ শাস্ত্ৰীয় নাম নিন্ব, পিচুমন্দ, অৰিষ্ট আৰু তিক্তক। আন এবিধ নিমগছ আছে- নাম তাৰ ঘোৰানিম। অৱশ্যে মহানিম ঘোৰা নিমতকৈ বেছি উপকাৰী।
লিখক: ধৰ্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 7/5/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.