অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৱ

যৱ

ছালৰ পৰা বলি ৰেখা আঁতৰাবলৈ, ওলমা ছাল পুনৰ টান কৰিবলৈ যৱৰ সাংঘাতিক উপকাৰীতা থকা দেখা যায়। চাৰিমুঠি যৱ বাকলিৰে সৈতে দৈ ১/২ কাপ গাখীৰ আধাকাপত তিয়াই থ’ব। কোমলি ফুলি উঠিলে ইয়াকে মিহিকৈ পিহিব। এই প্ৰলেপত ১ চামুচ মৌ আৰু ২ চিকুট গৰুৰ ঘিউ দিব। ভালদৰে মিহলাব। এখন গজ কাপোৰ ল’ব। ছালত থ’ব। তাৰ ওপৰত প্ৰলেপ লগাই ল’ব। আধাঘণ্টা জিৰণি ল’ব। এই সময়ছোৱাত কথা নেপাতিব, নেহাঁহিব, নেকান্দিব, খং নকৰিব। ৰিলেক্স হৈ শুই থাকিব। ছালখন যিহেতু আপুনি স্থিত থকা অৱস্থাত থকাৰ দৰেই লাহে লাহে টান খাব, গতিকে কথা-বতৰা পাতিলে বিকৃত ৰূপত টান খাব পাৰে। তেতিয়া পুনৰ ঠিক কৰা অসুবিধা হ’ব।

লিখকঃ শিৱাঙ্গী কাশ্যপ

 

 

 

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate