অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যৱ

যৱ

ছালৰ পৰা বলি ৰেখা আঁতৰাবলৈ, ওলমা ছাল পুনৰ টান কৰিবলৈ যৱৰ সাংঘাতিক উপকাৰীতা থকা দেখা যায়। চাৰিমুঠি যৱ বাকলিৰে সৈতে দৈ ১/২ কাপ গাখীৰ আধাকাপত তিয়াই থ’ব। কোমলি ফুলি উঠিলে ইয়াকে মিহিকৈ পিহিব। এই প্ৰলেপত ১ চামুচ মৌ আৰু ২ চিকুট গৰুৰ ঘিউ দিব। ভালদৰে মিহলাব। এখন গজ কাপোৰ ল’ব। ছালত থ’ব। তাৰ ওপৰত প্ৰলেপ লগাই ল’ব। আধাঘণ্টা জিৰণি ল’ব। এই সময়ছোৱাত কথা নেপাতিব, নেহাঁহিব, নেকান্দিব, খং নকৰিব। ৰিলেক্স হৈ শুই থাকিব। ছালখন যিহেতু আপুনি স্থিত থকা অৱস্থাত থকাৰ দৰেই লাহে লাহে টান খাব, গতিকে কথা-বতৰা পাতিলে বিকৃত ৰূপত টান খাব পাৰে। তেতিয়া পুনৰ ঠিক কৰা অসুবিধা হ’ব।

লিখকঃ শিৱাঙ্গী কাশ্যপ

 

 

 

2.94545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top