মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / ঔষধ অভাৰড’জ হ’লেঃ-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধ অভাৰড’জ হ’লেঃ-

যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঔষধ খাওঁ। কিন্তু এই ঔষধৰ মাত্ৰা যদি অধিক হয় অৰ্থাত্ চিকিত্সা বিজ্ঞানৰ ভাষাত

যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঔষধ খাওঁ। কিন্তু এই ঔষধৰ মাত্ৰা যদি অধিক হয় অৰ্থাত্ চিকিত্সা বিজ্ঞানৰ ভাষাত যাক বোলা হয় অভাৰড’জ তেনেহ’লে ৰোগ ভাল পোৱাতকৈ ইয়াৰ পৰিণতি বেয়াহে হ’ব। সেয়ে ঔষধ সেৱন কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰ প্ৰয়োজন।

  • টেবলেট বা চিৰাপ যিকোনো ঔষধ ৰোগীৰ পৰা দূৰৈত ৰাখক। বিশেষকৈ শিশুসকলৰ পৰা ঔষধ সাৱধানে ৰখাই ভাল।
  • অধিক অসুস্থ অৱস্থাত বয়সিয়াল লোকক নিজে ঔষধ গ্ৰহণ কৰিবলৈ দিব নালাগে।
  • ঔষধৰ পৰিমাণ কম-বেছি হ’লে আতংকিত নহ’ব। প্ৰথমতে ডাক্তৰৰ পৰামৰ্শ লওক। এনে সময়ত কোনো বিশেষ ব্যক্তিৰ কথা শুনি ব্যৱস্থা গ্ৰহণ নকৰিব। যদি চিকিত্সালয়ত ভৰ্তি কৰাবলগীয়া হয়, অৱশ্যেই ঔষধকেইটি লগত লৈ যাব।
  • সদায় ঔষধত লিখা নাম ভালকৈ পঢ়িব লাগে। এটা-দুটা আখৰ পঢ়িয়ে ঔষধটো ফালি ৰোগীক খুৱাই নিদিব। কিয়নো বহু ঔষধ একে নাম যেন লাগিলেও কিন্তু পাছলৈ সম্পূৰ্ণ নাম পঢ়িলে বেলেগ পোৱা যায়।

শ্ৰুতি জৈন

উৎসঃ অসমীয়া খবৰ

2.88
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top