মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / বিষাক্ত ফৰ্মেলিন দূৰ কৰাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষাক্ত ফৰ্মেলিন দূৰ কৰাৰ উপায়

বিষাক্ত ফৰ্মেলিন দূৰ কৰাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

শাক-পাচলি, ফল-মূল বা মাছ আদি কিনোতে আৰু খাওঁতে ফৰ্মেলিনৰ আতংক সকলোৰে থাকে। সামান্য সাৱধান হ’লেই খাদ্যৰ পৰা বিষাক্ত ফৰ্মেলিন আঁতৰ কৰিব পাৰি ।

এক লিটাৰ পানীত এক কাপ ভিনেগাৰ মিহলাই শাক-পাচলি, ফলমূল বা মাছ আদি ১৫ মিনিট ডুবাই ৰাখক । ১৫ মিনিটৰ পিছত ভালদৰে ধুই পেলালে বহুতো বিষাক্ত দ্ৰব্য নোহোৱা হয় । এই পদ্ধতিত ভিনেগাৰ ব্যৱহাৰ কৰা হয়, কিয়নো ভিনেগাৰ এবিধ শক্তিশালী এচিডজাতীয় পদাৰ্থ । যি ৯৮ শতাংশ বেক্টেৰিয়া দূৰ কৰিব পাৰে । ভিনেগাৰ নাথাকিলে বিশুদ্ধ নিমখ-পানীত তিয়াই ৰাখিও শাক-পাচলি ফৰ্মেলিনমুক্ত কৰিব পাৰি । এঘণ্টা সময় নিমখ-পানীত শাক-পাচলি ডুবাই ৰাখিলে ফৰ্মেলিনৰ মাত্ৰা ৬১ শতাংশ নাইকিয়া হয় ।

উৎস – জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top