অংশিদাৰী

অজিম প্ৰেমজী ফাউণ্ডেচন আৰু শিক্ষা মিচনৰ সমৰ্থনত বিভিন্ন প্ৰকাৰৰ ডিজিটেল শিক্ষণ সামগ্ৰী আৰু বিদ্যালয়ৰ শিশুসকলৰ বাবে বিজ্ঞান, গণিত, সামাজিক বিজ্ঞান, ইংৰাজী আৰু ভাষাৰ লগত জড়িত সামগ্ৰীসমূহ উপলব্ধ হ’ব।

এই শিক্ষণৰ সামগ্ৰীসমূহ গৰ্ভাৱস্থা, নৱজাতক, বাল্যকাল, স্তনপান কৰোৱা মাতৃ, কেঁচুৱাকাল, বিদ্যালয়লৈ যোৱা শিশু সকললৈ ইউনিচেফৰ দ্বাৰা উপলব্ধ কৰোৱা তথ্যসমূহৰ আধাৰত প্ৰ্স্তুত কৰা হৈছে।

এই হাতপুথিয়ে কম্পিউটাৰৰ প্ৰাথমিক ধাৰণা, ইণ্টাৰনেটৰ ধাৰণা আৰু ইমেইল, কিবৰ্ড চৰ্টকাৰ্টচ, উপযোগী ৱেবচাইট নিৰ্দেশিকা স্থানীয় ভাষাৰ কম্পিউটিং ইত্যাদি বিষয়সমূহ সন্নিবিষ্ট কৰিছে। হিন্দী, তেলেগু আৰু ইংৰাজীত উপলব্ধ।

এই হাতপুথিয়ে হাৰ্ডৱেৰ সমস্যা সমাধান, ভাইৰাচৰ পৰা আপোনাৰ ব্যক্তিগত কম্পিউটাৰৰ সুৰক্ষা আৰু অকৰ্ত্তৃত্বশীল অনুমতিৰ বাবে কিছুমান প্ৰাৰ্থমিক কিটিপ আৰু প্ৰিণ্টাৰচ আৰু ইউপিএচৰ সাধাৰণ সমস্যা সমাধানৰ বাবে কিটিপ প্ৰদান কৰিছে। হিন্দী, তেলেগু আৰু ইংৰাজী ভাষাত উপলব্ধ। দূৰৱৰ্তী অঞ্চলত কাম কৰা টেলিচেণ্টাৰ পৰিচালকৰ বাবে উপযোগী হাতপুথি।

এই উৎপাদন সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় পৰিপুষ্টি প্ৰতিষ্ঠানৰ সহযোগত খাদ্য সম্পৰ্কীয় তথ্যসমূহ বুজি পোৱাটো, পৰিপুষ্টিগত খাদ্য আৰু তাৰ উৎসসমূহ, খাদ্য সম্পৰ্কীয় ৰোগসমূহ আৰু খাদ্য সুৰক্ষা আদিৰ বিষয়ে জনোৱা হৈছে। হিন্দী, তেলেগু, তামিল, বেংগলী, মাৰাঠী, আৰু ইংৰাজী এই ৬টা ভাষাত উপলব্ধ।

এই মালটিমিডিয়া চিডিত উৎপাদন আৰু বজাৰ সুৰক্ষিত ৫৪ ব্যৱসায়িক ভিত্তিত গুৰুত্বপূৰ্ণ ঔষধ, ৰং দিয়া আৰু সুগন্ধি শস্যৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বিষয়ে উপলব্ধ হ’ব। হিন্দী, তেলেগু, তামিলু আৰু ইংৰাজী এই ৪টা ভাষাত পোৱা যাব।

এই উ পাদন অস্কফেম নৱিব এণ্ড কনচাৰ্ন ৱৰ্লৱাইড ইণ্ডিয়াৰ সহযোগত তৈয়াৰ কৰা হৈছে। খেতিৰ মূল্য হ্ৰাস হোৱা, উপকূলীয়া অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ বাবে খেতিৰ বাবে থকা বিপদ কম কৰিবৰ বাবে আৰু উপকূলীয়া অঞ্চলত ধান খেতি কৰিবৰ বাবে উত্ত্ম অভ্যাসজনিত সামগ্ৰী প্ৰদান কৰা হৈছে। ইংৰাজী আৰু তামিলত উপলভ্য।

শিক্ষণ সমলসমূহ

 
শিশুৰ জীৱনৰ বিভিন্ন স্তৰৰ আৱশ্যকীয় তথ্য।
 
 
প্ৰশিক্ষণ হাতপুথি- তথ্য প্ৰযুক্তিৰ ধাৰণা
অৰুণোদয় কেন্দ্ৰৰ পৰিচালকৰ বাবে সমলৰ হাতপুথি।
 
হাৰ্ডৱেৰ সমস্যা সমাধান -প্ৰশিক্ষণ হাতপুথি
অৰুণোদয় কেন্দ্ৰৰ পৰিচালকৰ বাবে সমলৰ হাতপুথি।

বহুমাধ্যমৰ সামগ্ৰী

 
পৰিপুষ্টি আৰু স্বাস্থ্য
 
 
সুগন্ধি, ৰং দিয়া আৰু ঔষধী শস্যৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি আৰু বিক্ৰী ব্যৱস্থা।
 
 
 
ধানৰ খেতি চপোৱাৰ শেষত বিপদ হ্ৰাস কৰিবৰ বাবে নিৰ্দেশনা।
 
 

এই সামগ্ৰীসমূহৰ অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক।

Back to top