মূল পৃষ্ঠা / বাতৰি
অংশিদাৰী

বাতৰি

Creation Date শিৰোনাম বৰ্ণনা
Jan 21, 2019 10:18 AM ড° নীলিমা শৰ্মাক ‘শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, ২০১৭’ প্ৰদান যোৱা ১৭ জানুৱাৰীৰপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আউনিআটী সত্ৰৰ বান্দৰদেৱা শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ উদ্বোধন আৰু ভাগৱত সমাৰোহৰ ১৯ তাৰিখে তৃতীয় দিনা পুৱা শৰণ আৰু ভজন কাৰ্যসূচীৰে সম্পাদন কৰিব নামাচাৰ্য আধাৰ সত্ৰ চিৰাজুলিৰ সত্ৰাধিকাৰ যোগেশ্বৰ দেৱগোস্বামীয়ে। ইয়াৰ পিছতেই অৰুণ গোস্বামীৰ দ্বাৰা সম্পাদিত
Jan 18, 2019 10:19 AM ২৮ জানুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন অহা ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশন অহা ২৬ ফেব্ৰুৱাৰীলৈ চলিব। বাজেট অধিৱেশনখনৰ মুঠ কৰ্মদিন হ'ব ১৫ দিন।
Jan 18, 2019 10:07 AM ৰীমা দাসক নৰ্থ-ইষ্ট এক্সিলেন্স এৱাৰ্ড 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসে লাভ কৰিছে আন এক সন্মান। ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ(আই চি চি) তৰফৰ পৰা ৰীমা দাসলৈ 'নৰ্থ-ইষ্ট এক্সিলেন্স' এৱাৰ্ড আগবঢ়োৱা হৈছে।
Jan 14, 2019 10:33 AM ভুবনচন্দ্ৰ ৰায়(কুশানী) লৈ ২০১৯ বৰ্ষৰ ‘বকুলবন বঁটা’ লোকশিল্পী, কুশান গানৰ ‘কুশানী’ৰূপে সৰ্বজন সমাদৃত আৰু লোক-সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ এগৰাকী বৰেণ্য ধাৰক আৰু বাহক ভুৱন চন্দ্ৰ ৰায়লৈ আগবঢ়োৱা হৈছে ২০১৯ চনৰ ‘বকুলবন বঁটা’।
Back to top