অংশিদাৰী

এই অনলাইন ক্ৰেতা-বিক্ৰেতাৰ মঞ্চৰ জৰিয়তে আপোনাৰ সামগ্ৰী আৰু সেৱাৰ বাবে এখন ভাল বজাৰ লাভ কৰাৰ সুযোগ আগবঢ়ায়। কৃষি, পশুধন, হস্তশিল্প, যন্ত্ৰপাতি, বৈদ্যুতিন সামগ্ৰী আদি সামগ্ৰীৰ লগত জড়িত যিকোনো তথ্য ইয়াত আপুনি প্ৰদান কৰিব পাৰে। বিভিন্ন ভাড়াৰ পৰিমাণ আৰু পৰামৰ্শ সেৱাও ইয়াত পাব।

এই অনলাইন মঞ্চ যোগে বিশেষ বিষয়ত বিশেষজ্ঞ সমাধান প্ৰদান কৰা হয়। ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰশ্নসমূহ নিজা ভাষাত প্ৰদান কৰিব পাৰে আৰু বিশেষজ্ঞই ই-মেইল যোগে পৰামৰ্শ প্ৰদান কৰিব।

এই অনলাইন মঞ্চ যোগে বিশেষ বিষয়ত বিশেষজ্ঞ সমাধান প্ৰদান কৰা হয়। ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰশ্নসমূহ নিজা ভাষাত প্ৰদান কৰিব পাৰে আৰু বিশেষজ্ঞই ই-মেইল যোগে পৰামৰ্শ প্ৰদান কৰিব।

এই ৱেব আধাৰিত সেৱাই ইয়াৰ পঞ্জীকৃত সদস্যসকলক তেওঁলোকৰ গুৰুত্বপূৰ্ণ বিত্তীয় গতিবিধিসমূহ এছএমএছ বা ই-মেইল যোগে আগতীয়াকৈ মনত পেলাই দিয়ে যাতে বিত্তীয় কামকাজসমূহ উত্তমভাৱে কৰাত সহায়ক হয়।

সমগ্ৰ ভাৰতবৰ্ষত থকা উমৈহতীয়া সেৱা কেন্দ্ৰৰ গ্ৰাম্য উদ্যমী সকলৰ ব্যৱহাৰযোগ্য সমলৰ ই এক মঞ্চ। ই লগতে গ্ৰাম্য উদ্যমীসকলৰ অভিজ্ঞতা বিনিময় কৰাৰ সুযোগো প্ৰদান কৰে।

গ্ৰামীণ, নগৰ আৰু জনজাতি অঞ্চলৰ মহিলা, শিশু, যুৱ আৰু আন বঞ্চিত আৰু দূৰ্বল গোটৰ বাবে চি-ডেকে ভাৰতীয় ভাষাসমূহত ই-শিক্ষণ মঞ্চ প্ৰস্তুত কৰিছে।

এই অনলাইন আহিলাৰ জৰিয়তে মোবাইল ফোনেৰে প্ৰত্যক্ষভাৱে গৰ্ভৱতী আৰু স্তনপান কৰোৱাই থকা মাতৃলৈ বিচৰা মতে তথ্যৰ যোগান ধৰা হয়।

অনলাইন সেৱাসমূহ

অনলাইন ক্ৰেতা-বিক্ৰেতাৰ মঞ্চ
 
বিদ্যালয়ৰ শিশুসকলৰ বাবে অনলাইন প্ৰশ্নোত্তৰ
বিত্তীয় গতিবিধি সোঁৱৰাই দিয়ে
 
উমৈহতীয়া সেৱা কেন্দ্ৰৰ পৰিচালকৰ বাবে সমলৰ মঞ্চ
 
 
মাতৃ
ম’বাইল ভিত্তিক মাতৃত্ব স্বাস্থ্য সজাগতা
 

এই সামগ্ৰীসমূহৰ অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক।

Back to top