মূল পৃষ্ঠা / গ্ৰামীণ শক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰাম্য শক্তি

  • rural-energy-image

    সকলোৰে বাবে ধাৰণশীল শক্তিৰ দিশলৈ

    আধুনিক শক্তিৰ সেৱাসমূহৰ অগ্ৰগতিয়েই হৈছে প্ৰগতিৰ মূল উৎস। এখন দেশত শক্তিৰ যোগান যিমানেই বাঢ়িব সিমানেই দেশখন উন্নতিৰ দিশে অগ্ৰসৰ হ’ব। শক্তি সংৰক্ষণ, শক্তিৰ নৱীকৰণযুক্ত সম্পদৰ পৰা উৎপাদন, শক্তিৰ কাৰ্য্যকৰীতা বৃদ্ধি কৰা ইত্যাদি দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতিকে আৱশ্যক।

  • rural-energy-image

    এটা সেউজীয়া পৰিৱেশ গঢ়ি তোলাতো সকলোৰে দায়িত্ব

    প্ৰতিজন নাগৰিকে গছ-গছনি সংৰক্ষণৰ উদ্দেশ্যে আগবাঢ়িলেহে ই সম্ভৱ হ’ব। ইয়াৰ ফলত বৰ্তমানে বৃদ্ধি হোৱা গোলকীয় উত্তাপৰ মাত্ৰা কমিব। ই প্ৰতিজন মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়। আহক আমি সকলোৱে সহযোগিতা আগবঢ়াও এখন সেউজীয়া পৃথিৱী গঢ়াত।

এই গ্ৰাম্য শক্তি পৰ্টেলটোৰ যোগেৰে আমি গ্ৰাম্য শক্তিৰ সকলোবোৰ তথ্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ যাতে এই লিখনিসমূহ পঢ়ি সকলোৱে অনুপ্ৰাণিত হয়। আৰু সকলোৱে যাতে ব্যৱহাৰিকভাৱে এই শক্তিসমূহ প্ৰয়োগ কৰি সুফল পায়।

শক্তিৰ বুনিয়াদসমূহ

আমাৰ সূৰ্যটো শক্তিৰ মূল উত্স ৷ ই দিনত আমাৰ ঘৰখন পোহৰাই ৰাখে, আমাৰ কাপোৰ শুকুৱাই আৰু কৃষিজাত সামগ্ৰীসমূহ উত্পাদনত অৰিহনা যোগোৱাৰ লগতে আমাক উমাল কৰি ৰাখে আৰু অন্যান্য বহুতো কামত আমাক শক্তি প্ৰদান কৰে ৷ ইয়াৰ সম্ভাৱনীয়তা আমি ভৱাতকৈ অধিক গুণে বেছি

শক্তিৰ প্ৰযুক্তি

বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰা পদ্ধতিটোৱেই বৰষুণৰ পানী সংৰক্ষণ৷ ই আপোনাৰ ঘৰৰ চালৰ ওপৰত পৰা প্ৰাকৃতিক কোমল আৰু বিশুদ্ধ বৰষুণৰ পানীৰ সহজ সংগ্ৰহ, সংৰক্ষণ আৰু ইয়াৰ নিকাকৰণ পদ্ধতি৷

পৰিৱেশ

এই শিতানত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন নীতি/আচঁনি, কিটিপ, প্ৰযুক্তি ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।

Ritumoni mohapatra Nov 27, 2019 06:54 PM

Bohut bhal

Nowshad Ali Nov 25, 2019 05:29 PM

বহুত ভাল লিখিছে মই সহায় পাইছু

দেউৰী Jun 14, 2019 08:12 PM

দেউৰীসকলৰ মুলত, সাহিত্য, সংস্কৃতি,উপসংহাৰ

ৰিতাছ Feb 17, 2019 08:35 PM

অতি সুন্দৰ কথাৰ বাক্য়

প্ৰণৱ চেতিয়া Sep 24, 2018 11:21 PM

অতি প্ৰাসঙ্গিক, বস্তুনিষ্ঠ আৰু মননশীল লেখা । লেখাটোৰ অধ্যয়নে অভিভাৱকক চিন্তাৰ খোৰাক দিয়াৰ ওপৰিও লিখনিৰ আঁৰৰ বাৰ্তাই সন্তান আৰু অভিভাৱকৰ মাজত মানসিক ব্যৱধান কমোৱাত নিশ্চিতভাবে বিশেষ সহায়ক হ'ব ।
লেখাটো পঢ়ি মই যথেষ্ট উপকৃত হ'লো সেয়েহে copy নকৰাকৈ থাকিব নোৱৰিলো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top