অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানীৰ মানদণ্ড বিচাৰৰ নীতি

পানীৰ মানদণ্ড বিচাৰৰ নীতি

নিৰ্বাচিত উত্তম-ব্যৱহাৰ

পানীৰ শ্ৰেণী

গুণাগুণ

পৰম্পৰাগত শোধনৰ অবিহনে খোৱা পানীৰ উত্স, কিন্তু বীজাণু নাশ কৰাৰ পিছত

A

থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০  অথবা অধিক হ’ব পাৰে৷
pHৰ মাত্ৰা ৬.৫ আৰু  ৮.৫ ৰ মাজৰ
দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৬ মিলিগ্ৰাম অথবা অধিক হ’ব পাৰে৷
২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ২মিলিগ্ৰাম বা তাতোকৈ অধিক৷

বাহিৰত গা-ধোৱা (নিয়ন্ত্ৰিত)

B

থাকিব পৰা মুঠ জীৱাণু   MPN/১০০ মিলিলিটাৰত ৫০০ অথবা কম pH ৬.৫ৰ পৰা ৮.৫ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম অথবা অধিক৷
২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷

পৰম্পৰাগত শোধন আৰু  বিজাণু নাশৰ পিচত খোৱা পানীৰ উত্স

C

থাকিব পৰা মুঠ জীৱাণু   MPN/১০০ মিলিলিটাৰত  ৫০০০ অথবা pH ৬ৰ পৰা ৯ কম দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিক
২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷

বনৰীয়া জীৱ-জন্তু আৰু মত্স্য পালনৰ লগত  জড়িত

D

pH  ৬.৫ ৰ পৰা ৮.৫ ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিক
মুক্ত এম’নিয়া (N হিচাপে) প্ৰতি লিটাৰত ১.২ মিলিগ্ৰাম অথবা অধিক

পানী যোগান, উদ্যোগিক শীতলকৰণ, পেলনীয়া উটুৱাই নিয়া

E

pH   ৬.০ৰ পৰা ৮.৫ ৰ মাজত
২৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত বিদ্যুত পৰিবাহীতা  প্ৰতি ছেণ্টিমিটাৰত সৰ্ব্বোচ ২২৫০ micro mhos
ছডিয়াম শোষণৰ সৰ্ব্বোচ ২৬
বৰণ সৰ্ব্বোচ  প্ৰতি লিটাৰত ২ মিলিগ্ৰাম

 

E-তলৰ

A, B, C, D আৰু E ৰ গুণাগুণ নথকা

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate