স্থান : বাহিৰ
গোটৰ আকাৰ : গাইগুটীয়া
যোগাৰ : ভিন ভিন গছ গছনিৰ পাত,
পুৰণি বাতৰি কাকত,
ডাঠ কাকত,
আঠা,
পেঞ্চিল।
গছ গছনি আৰু পাত নিৰীক্ষণ কৰা আৰু সেই বোৰৰ আকাৰ আকৃতিৰ বিষয়ে জ্ঞান লাভ কৰা।
ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ আশ পাশৰ গছ গছনিৰ পাত যোগাৰ কৰিব কওক।
পাতবোৰৰ কাষৰ ধৰণ অনুসাৰি পাতবোৰ ভাগ ভাগ কৰিব কওক- কাঁইটিয়া, ঢৌখেলা, নিমজ আদি।
একে ধৰণৰ গছ গছনিৰ পাতো সদায় একে নে? গোটোৱা পাতবোৰ পুৰণা বাতৰি কাকতৰ মাজত সুমুৱাই থ’বলৈ কওক। পাতবোৰ শুকাই উঠিলে সেইবোৰ ডাঠ কাকত একো খিলাত আঠা লগাই থ’ব পাৰে, লগতে কি গছৰ পাত তাকো তলে তলে লিখি থ’ব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
গছ গছনিৰ আকৃতি
প্ৰষ্টেট গ্লেণ্ড ইয়াৰ ভয়াৱহতা
পাতৰ ওপৰৰ পানীৰ টোপাল
উপকাৰী বাহক