স্থান : শ্ৰেণী
গোটৰ আকাৰ : ১০-১৫
সময় : ১৫-২০ মিনিট
যোগাৰ : পাৰিলে সুৱলা তান।
নিজকে গছ এজোপা বুলি অনুভৱ কৰা আৰু অভিনয়ৰ মাজেদি ইয়াৰ সঁহাৰি কল্পনা কৰা।
ছাত্ৰ ছাত্ৰী সকলে গছ জোপাই কেনে অনুভৱ কৰে অভিনয়েৰে প্ৰকাশ কৰিব, যেতিয়া
ফিৰফিৰীয়া বতাহ বয়
প্ৰচণ্ড ধুমুহা আহে
নেপথ্য তান বাজি থাকিলে এই অভিনয় আৰু বেচি ফলপ্ৰসূ হ’ব।
ছাত্ৰ ছাত্ৰী সকলে বছৰৰ বিভিন্ন সময়ত ওপৰৰ অৱস্থাবোৰত গছ গছনি নিৰীক্ষণ কৰিব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/16/2020
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
আঁহত গছৰ ঔষধি গুণ
উপকাৰী বাহক