মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / গ্ৰাম্য উদ্ভাৱন / বায়’গেছ ডিজাইন গোটক লৈ কৰা এটা উদ্ভাৱনীমূলক পৰীক্ষা-নিৰীক্ষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বায়’গেছ ডিজাইন গোটক লৈ কৰা এটা উদ্ভাৱনীমূলক পৰীক্ষা-নিৰীক্ষা

বায়’গেছৰ এটা উদ্ভাৱনীমূলক পৰীক্ষা ইয়াত উল্লেখ কৰিছে।


 

এই বায়’গেছ প্লেন্টৰ লাভালাভ
  • বায়’গেছ প্লেন্টটোৰ নিৰ্মাণ খৰচ কম।
  • এইটো ঘৰতে নিৰ্মাণ কৰি লব পৰা যায়।
  • যিকোনো সময়ত এই বায়’গেছৰ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়।
  • কেঁচা সামগ্ৰী হিচাপে ৰান্ধনি ঘৰৰ বৰ্জিত বস্তুও ব্যৱহাৰ কৰিব পৰা যায়।
টোকা : এইটো কেৱল পৰীক্ষা-নিৰিক্ষা কৰিবলৈ কৰা এটা ধাৰণা আৰু ইয়াক প্ৰয়োগ কৰা হোৱা নাই।

 

উৎস: আইএনডিজি দল

2.97826086957
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top