মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / শক্তিৰ প্ৰযুক্তি / গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছৰ ব্যৱহাৰ

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছৰ ব্যৱহাৰ

খাদ্যমৌল

পৰিমাণ

 

নাইট্ৰোজেন         (N)

১.৫-১.৫%

 

ফচফৰাছ          (P2O5)

০.৯০-১.২০%

 

পটাছ                (K2O)

০.৯০-১.২০%

 

দস্তা                   (Zn)

১৪৪      পি:পি:এম (ppm)

 

লো                     (Fe)

৩৫৫০ পি:পি:এম (ppm)

 

তাম                   (Cu)

২৮       পি:পি:এম (ppm)

 

মেংগানিজ          (Mn)

১৮৮     পি:পি:এম (ppm)

 

জৈৱিক পদাৰ্থ

৬০-৭৩ %

 

গেদত থকা গছৰ অপৰিহাৰ্য্য বিভিন্ন খাদ্য মৌলৰ পৰিমাণ

  • গোবৰ গেছ উৎপাদন সৰঞ্জাম (Bio-gas plant) ৰ পৰা নিৰ্গত গেদ (Skurry) ট্ৰলী অথবা সুবিধাজনক পাত্ৰত ভৰাই খেতি পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰক ৷
  • শস্য ৰোপন/বীজ সিচাঁৰ ৭-১০ আগতে চহাই থোৱা মাটিত গেছ প্ৰয়োগ কৰি ভালদৰে মিহলাই দিয়ক ৷ গেছ প্ৰয়োগে শস্যক খাদ্য মৌলৰ যোগান ধৰাৰ ওপৰিও মাটিৰ উৰ্বৰা শক্তি আৰু পানী ধাৰণ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ প্ৰতি বিঘা মাটিত ২৫-৩৫ কুইন্টল কেচাঁ গেছ (Fresh shurry) কৰি অনুমোদিত ৰাসায়নিকনাইট্ৰোজেন সাৰৰ ৭৫% কৰ্ত্তন কৰক ৷

ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

১০০% অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা ধান খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত) ৷

অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেনৰ দ্বাৰা যোগান ধৰি কৰা ধানখেতি (বাকী থকা ২৫%, ৰাসায়নিক নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত ৰঞ্জিত)

ৰাসায়নিক সাৰ আৰু গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ব্যৱহাৰ কৰি উৎপাদন কৰা সৰিয়হ খেতিত তুলনা (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

১০০% অনুমোদিত নাইট্ৰোজেন সাৰ প্ৰয়োগ কৰা সৰিয়হ খেতি (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭)৷

অনুমোদিত ৰাসায়নিক নাইট্ৰোজেন সাৰৰ ৭৫% গেছত থকা নাইট্ৰোজেন দ্বাৰা যোগান ধৰি কৰা সৰিয়হ খেতি (বাকী ২৫%, ৰাসায়নিক নাইট্ৰোজেন  সাৰৰ প্ৰয়োগ কৰা হৈছে) (গড় উৎপাদন ৯.২ কু: প্ৰতি বিঘাত, জাত M-২৭) ৷

গোবৰ গেছ উৎপাদন সৰঞ্জামৰ পৰা নিৰ্গত গেছ ধান আৰু সৰিয়হ খেতিত ব্যৱহাৰ কৰি আৰ্থিক ভাৱে লাভৱান হোৱা কৃষক শ্ৰী ডিম্বেশ্বৰ খাউন্দ (গাওঁ বালিখুটী, গৰুমৰা, যোৰহাট)৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.7962962963
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top