অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিদ্যুৎ শক্তি ৰাহি কৰাৰ কেইটামান কিটিপ

বিদ্যুৎ শক্তি ৰাহি কৰাৰ কেইটামান কিটিপ

  • সকলো সাধাৰণ বৈদ্যুতিক বাল্‌ব (ইনকেনডেচেন্ট বাল্‌ব) ৰ ঠাইত শক্তি ৰাহিকাৰী এলইডি লেম্প ব্যৱহাৰ কৰক।
  • ব্যৱহাৰ নকৰা সময়ত ফেন আৰু লাইট অফ কৰি ৰাখক।
  • ব্যৱহাৰ নকৰা সময়ত টিভি, ছেটটপ বক্স, ডিভিডি প্লেয়াৰ আৰু মাইক্ৰ’ৱেভ আদি বৈদ্যুতিক সামগ্ৰী আনপ্লাগ কৰি ৰাখক। ষ্টেণ্ডবাই ম’ডতো এই সামগ্ৰীবোৰে বহু ৱাট শক্তি ব্যয় কৰে।
  • ব্যৱহাৰ নকৰা সময়ত লেপটপ আৰু কম্পিউটাৰ বন্ধ কৰি (শ্বাট ডাউন) ৰাখক।
  • ৰেফ্ৰিজাৰেটৰৰ দুৱাৰৰ ৰবৰ ছীলেৰে বায়ু সোমোৱাব নোৱাৰাটো নিশ্চিত কৰক।
  • শীত-তাপ নিয়ন্ত্ৰিণ যন্ত্ৰৰ উষ্ণতা ২৫-২৬চেলচিয়াচত ৰাখক। এনে ক্ষেত্ৰত শীত তাপ নিয়ন্ত্ৰ্ণ যন্ত্ৰৰ লগতে চিলিং ফেন ব্যৱহাৰ কৰাতো সহায়ক হ’ব।
  • শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ প্ৰতি ডিগ্ৰী উষ্ণতা বৃদ্ধিৰে বিদ্যুতৰ বিলত ৩-৫ শতাংশ পৰ্যন্ত ৰাহি কৰিব পাৰি।
  • শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ ফিল্টাৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰক।
  • কেৱল বি ই ই ষ্টাৰ লেবেলযুক্ত সঁজুলি আৰু সামগ্ৰীহে ক্ৰয়।

উৎস: শক্তি মন্ত্ৰালয়।

শেহতীয়া উন্নীতকৰণ: : 6/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate