মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / শক্তিৰ বুনিয়াদসমূহ / শক্তি আৰু ইয়াৰ বৰ্তমানৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শক্তি আৰু ইয়াৰ বৰ্তমানৰ ব্যৱহাৰ

ভাৰতৰ শক্তিৰ ব্যৱহাৰ, শক্তিৰ উৎস, ব্যৱহাৰযোগ্যতা, গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ শক্তিৰ বিতৰণ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

শক্তিয়ে কামৰ সক্ষমতা প্ৰদান কৰে

গ্ৰাম্য অঞ্চলসমূহত শক্তিৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ বৰ্তমান সবাটোতকৈ বেছিকৈ ৰন্ধা-বঢ়া, বিজুলী বাতি জ্বলোৱা আৰু কৃষি কৰ্মত শক্তিৰ ব্যৱহাৰ কৰা দেখা গৈছে ৷ ব্যৱহৃত শক্তিৰ 75% ৰন্ধা-বঢ়া আৰু বিজুলী বাতি জ্বলোৱাৰ কামত ব্যৱহাৰ হৈছে ৷ ইলেক্ট্ৰিচিটিৰ বাহিৰেও গ্ৰাম্য অঞ্চলসমূহত স্থানীয়ভাৱে উপলব্ধ জৈৱিক গেছ আৰু কেৰাচিনৰ ব্যাপক ব্যৱহাৰ কৰা দেখা পোৱা যায় ৷ কৃষিখণ্ডত, মূলত শক্তিক পানীৰ পাম্প কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ এনেধৰণৰ কাম-কাজসমূহত বাবে ইলেক্ট্ৰিচিটি আৰু ডিজেলক মূল ইন্ধন ৰূপে ব্যৱহাৰ কৰা হয় ৷ তথাপিতো, জলসিঞ্চনৰ ব্যৱস্থা থকা বা নথকা, আদ্ৰ অঞ্চলসমূহ আৰু পুৰুষ-মহিলা অনুসৰি শক্তি ব্যৱহাৰৰ নমুনাসমূহ পৃথক পৃথক হয়

উৎস: আইএনডিজি দল

2.890625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top