অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তি আৰু ইয়াৰ বৰ্তমানৰ ব্যৱহাৰ

শক্তি আৰু ইয়াৰ বৰ্তমানৰ ব্যৱহাৰ

শক্তিয়ে কামৰ সক্ষমতা প্ৰদান কৰে

গ্ৰাম্য অঞ্চলসমূহত শক্তিৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ বৰ্তমান সবাটোতকৈ বেছিকৈ ৰন্ধা-বঢ়া, বিজুলী বাতি জ্বলোৱা আৰু কৃষি কৰ্মত শক্তিৰ ব্যৱহাৰ কৰা দেখা গৈছে ৷ ব্যৱহৃত শক্তিৰ 75% ৰন্ধা-বঢ়া আৰু বিজুলী বাতি জ্বলোৱাৰ কামত ব্যৱহাৰ হৈছে ৷ ইলেক্ট্ৰিচিটিৰ বাহিৰেও গ্ৰাম্য অঞ্চলসমূহত স্থানীয়ভাৱে উপলব্ধ জৈৱিক গেছ আৰু কেৰাচিনৰ ব্যাপক ব্যৱহাৰ কৰা দেখা পোৱা যায় ৷ কৃষিখণ্ডত, মূলত শক্তিক পানীৰ পাম্প কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ এনেধৰণৰ কাম-কাজসমূহত বাবে ইলেক্ট্ৰিচিটি আৰু ডিজেলক মূল ইন্ধন ৰূপে ব্যৱহাৰ কৰা হয় ৷ তথাপিতো, জলসিঞ্চনৰ ব্যৱস্থা থকা বা নথকা, আদ্ৰ অঞ্চলসমূহ আৰু পুৰুষ-মহিলা অনুসৰি শক্তি ব্যৱহাৰৰ নমুনাসমূহ পৃথক পৃথক হয়

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate