মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / চৰকাৰৰ কিছুসংখ্যক জনকল্যাণমূলক আঁচনিৰ সংক্ষিপ্ত তালিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চৰকাৰৰ কিছুসংখ্যক জনকল্যাণমূলক আঁচনিৰ সংক্ষিপ্ত তালিকা:

চৰকাৰৰ কিছুসংখ্যক জনকল্যাণমূলক আঁচনিৰ সংক্ষিপ্ত তালিকাৰ বিষয়ে লিখা হৈছে

 

গৃহ:

 

১)আৰক্ষী থানাৰ বাবে মৈত্ৰী আঁচনি(M.O.I.T.R.I)

২)চি চি টি এন এছ(Crimes Criminal tracking Network System)

৩)এম পি এফ(Modernisation of Police Force)

৪)স্বাৱলম্বন(Rehabilitation of Misguided Youth)

৫)এছ আৰ ই(Security Related Expenditure Scheme)

পাৰপত্ৰ:


১)আই ভি পি আৰ টি

স্বাস্থ্য:


১)সুহৃদ আঁচনি

২)অসম আৰোগ্য নিধি

৩)প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান

৪)অটল অমৃত অভিযান

৫)অমৃত ফাৰ্মাচী

৬)মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনি

৭)হৃদপিণ্ডৰ জন্মগত ৰোগৰ চিকিৎসা

৮)চাহ বাগিচাৰ ভ্ৰাম্যমাণ চিকিৎসা গোট

৯)মিছন ইন্দ্ৰধনুশ

শিক্ষা:

 

১)সপ্তধাৰা

২)বিনামূলীয়া নামভৰ্তি

৩)পঢ়ে ভাৰত, বঢ়ে ভাৰত আঁচনি

৪)ৰাষ্ট্ৰীয় আৱিষ্কাৰ আঁচনি

৫)বিনামূলীয়া পাঠ্যপুথি যোগান

৬)দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰীলৈ চাইকেল প্ৰদান

৭)ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান

৮)প্ৰধানমন্ত্ৰীবিদ্যালক্ষ্মী আঁচনি

৯)জ্ঞানজ্যোতি আঁচনি

১০)আনন্দৰাম বৰুৱা বঁটা আঁচনি

১১)সাহিত্যিক পেঞ্চন

বিত্ত:

 

১)আপোন ঘৰ

২)প্ৰধান মন্ত্ৰী জন-ধৰ যোজনা

৩)প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা

৪)প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা

৫)অটল পেঞ্চন যোজনা

৬)প্ৰধান মন্ত্ৰী মুদ্ৰা যোজনা

৭)মেক ইন ইণ্ডিয়া

৮)প্ৰধান মন্ত্ৰী সুৰক্ষা বন্ধন যোজনা

৯)স্বৰ্ণ ভাৰত যোজনা

১০)ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বাবে ইন্দ্ৰধনুশ আঁচনি

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন:

 

১)এম জি এনৰেগা

২)প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰা)

৩)ৰাষ্ট্ৰীয় সামাজিক সহযোগিতা আঁচনি

৪)কনকলতা মহিলা সবলীকৰণ যোজনা

৫)মুখ্য মন্ত্ৰী অৰণ্য নিৰ্মাণ আঁচনি

৬)শ্যামাপ্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযান

৭)দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা

৮)দীনদয়াল উপাধ্যায় অন্ত্যোদয়া যোজনা

৯)অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান

১০)স্কীল ইণ্ডিয়া অভিযান

পৰিবহণ:

 

১)স্বাধীনতা সংগ্ৰামী আৰু দিব্যাংগসকলৰ বাবে ১০০ শতাংশ ভাৰা ৰেহাই

২)জ্যেষ্ঠ নাগৰিকৰ বাবে ৮০ শতাংশ ভাৰা ৰেহাই

৩)ছাত্ৰীৰ বাবে ৪০ শতাংশ আৰু ছাত্ৰৰ বাবে ৩০ শতাংশ ভাৰা ৰেহাই

৪)প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা

৫)স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ বাবে ৮০ শতাংশ ভাৰা ৰেহাই

পৰ্যটন:

 

১)প্ৰসাদ আঁচনি

২)পুণ্যধাম যাত্ৰা

৩)স্বদেশ দৰ্শন

৪)আমাৰ আলহী

৫)হৃদয় যোজনা

তথ্য আৰু জনসংযোগ:

 

১)সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনি

২)গণৰাজ্য দিৱস সাংবাদিকতা বঁটা

৩)সাংবাদিক পৰিয়াল কল্যাণ পুঁজি

৪)সাংবাদিকৰ বাবে পেঞ্চন আঁচনি

৫)সাংবাদিকৰ ভ্ৰমণ আঁচনি

কৃষি, পশুপালন আৰু পশু চিকিৎসা:

 

১)ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা

২)ছইল হেলথ কাৰ্ড আঁচনি

৩)প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনা

৪)মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা

৫)সুতবিহীন শস্য ঋণ আঁচনি

৬)প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা

৭)ৰাষ্ট্ৰীয় গকুল মিছ্ন

৮)ৰাষ্ট্ৰীয় পশুধন বীমা আঁচনি

শক্তি:

 

১)দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা

উদ্যোগ আৰু বাণিজ্য:

১)লেণ্ড বেংক আঁচনি

২)সাৰথি

৩)ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া

৪)বণিজ আঁচনি

৫)বিপণী আঁচনি

সমাজ কল্যাণ:

 

১)সঁহাৰি

২)শিশু পৰিচৰ্যা আৰু শিক্ষা আঁচনি

৩)সংহত শিশু সুৰক্ষা আঁচনি

৪)মহিলা আৰু কিশোৰীৰ কল্যাণ আৰু সবলীকৰণ

৫)জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আঁচনি

৬)পৰিৱৰ্তন আঁচনি

৭)বেটী বচাও, বেটী পঢ়াও

৮)সুকন্যা সমৃদ্ধি যোজনা

৯)সগম্য ভাৰত অভিযান

মীন:

 

১)মৎস জাগৰণ

২)নীল বিপ্লৱ আঁচনি

৩)মাছ পোনা বিতৰণ

৪)মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা

৫)ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ

সীমান্ত এলেকা উন্নয়ন:

 

১)ৱ’ৰ্ডাৰ আউটৰীছ প্ৰ’গ্ৰেম

২)সীমান্ত এলেকা উন্নয়ন আঁচনি

৩)সীমান্ত চকী আঁচনি

৪)সীমান্ত বেৰ আৰু পথ নিৰ্মাণ

ক্ৰীড়া আৰু যুৱ কল্যাণ:

 

১)খেলো ইণ্ডিয়া

২)ক্ৰীয়া পেঞ্চন আঁচনি

জনস্বাস্থ্য কাৰিকৰী:

১)নীৰ নিৰ্মল পৰিযোজনা

২)স্বচ্ছ ভাৰত মিছন(গ্ৰা)

৩)স্বচ্ছ কামাখ্যা

চহৰ উন্নয়ন:

 

১)জনতা হাউছিং আঁচনি

২)ৰাষ্ট্ৰীয় চহৰীয়া জীৱিক অভিযান

৩)স্বচ্ছ ভাৰত অভিযান(চ)

৪)প্ৰধান মন্ত্ৰী আৱাস যোজনা(চ)

৫)স্মাৰ্ট মহানগৰ নিৰ্মাণ আঁচনি

হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম:

 

১)য়াৰ্ন বেংক

২)মুদ্ৰা আঁচনি

৩)প্ৰধান মন্ত্ৰী বুনকৰ বীমা যোজনা

পৰিৱেশ আৰু বন:

 

১)নগৰ বন উদ্যান যোজনা

২)নেচনেল এডাপ্টেচন ফাণ্ড অন ক্লাইমেট চেঞ্জ

৩)মুখ্য মন্ত্ৰীৰ সেউজ উদ্যান আঁচনি

ভূমি সংৰক্ষণ:

 

১)সংহত জলচ্ছেদ ব্যৱস্থাপনা আঁচনি

২)গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি

তথ্য-প্ৰযুক্তি:

 

১)ডিজিটেল সাক্ষৰতা অভিযান

২)ডিজিটেল লেনদেন সজগতা আৰু বিত্তীয় সাক্ষৰতা আঁচনি

৩)মাই গভ

৪)গ্ৰাম্য জ্ঞান অন্বেষণ কেন্দ্ৰ

জলসম্পদ:

 

১)এছ ডি আৰ এফ আঁচনি

২)অসম বান-গৰাখহনীয়া আৰু নদী ব্যৱস্থাপনা আধুনিকীকৰণ প্ৰকল্প

৩)নেচনেল হাইড্ৰ’লজী প্ৰকল্প

৪)ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে প্ৰকল্প

জলসিঞ্চন:

 

১)কমাণ্ড এৰিয়া ডেভেল’পমেন্ট এণ্ড ৱাটাৰ মেনেজমেন্ট আঁচনি

২)ক্ষুদ্ৰ জলসিঞ্চন আঁচনি

৩)বৃহৎ/মধ্যমীয়া জলসিঞ্চন আঁচনি

৪)অসম বিকাশ যোজনা

খাদ্য আৰু উপভোক্তা পৰিক্ৰমা:

১)আমাৰ দোকান

২)চলমান আমাৰ দোকান

৩)ৰাষ্ট্ৰীয় খাদ্য আঁচনি

৪)প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা

শ্ৰম:

 

১)ই এছ আই আঁচনিৰ অধীনত নতুন চিকিৎসালয় স্থাপন

২)ই এছ আই আঁচনিৰ ৰূপায়ণ আৰু সম্প্ৰসাৰণ

৩)শ্ৰমিকৰ অনলাইন পঞ্জীয়ন আৰু নবীকৰণ

৪)শ্ৰমেভ’ জয়তে

ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী উন্নয়ন:

 

১)আদৰ্শ গাওঁ আঁচনি

২)বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনা

৩)অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানি আঁচনি

৪)অনুসূচিত জাতিৰ উদ্যোগীসকলৰ সহজ বিত্তীয় উপলব্ধতা(দলিত ভেন্সাৰ কেপিটেল) আঁচনি

বি টি চি:

 

১)ছইল টু ছিল্ক আঁচনি

২)একলব্য আদৰ্শ আবাসিক বিদ্যালয় আঁচনি

চাহ জনজাতি কল্যাণ:

 

১)চহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে জলপানি-বিত্তীয় সাহায্য প্ৰদান আঁচনি

২)চাহ জনজাতিৰ সাংস্কৃতিক বিকাশমূলক আঁচনি

সাংস্কৃতিক:

 

১)শিল্পী পেঞ্চন

সংখ্যালঘু উন্নয়ন:

১)বহুক্ষেত্ৰীয় উন্নয়ন আঁচনি

২)সংখ্যালঘু শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানি প্ৰদান আঁচনি

৩)বৃত্তিমূলক শিক্ষা আঁচনি

৪)নই মঞ্জিল আঁচনি

উৎস: ৰাইজৰ বাতৰি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top