পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি)খন যুগুটাই আলোচনা কৰা হৈছে
সকলো কার্যকলাপ আৰু উদ্দেশ্যৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা হ’ব লাগে। কথাবিলাক বুজি লোৱাৰ বাবে যথেষ্ট সময় দিব লাগে।
পৰিস্থিতি বিশ্লেষণৰ কাম কেনেকৈ আৰম্ভ কৰিব লিখা হৈছে
গাওঁৰ জনসাধাৰণ, তেওঁলোকৰ জীৱনত প্ৰভাৱকাৰী পৰিস্থিতিৰ সৈতে যথেষ্ট অভিজ্ঞতাসম্পন্ন।
অৱলোকন আৰু অগ্ৰাধিকাৰ নিৰূপণৰ বিষয়ে লিখা হৈছে
পৰিকল্পনাৰ নিৰ্দেশনা পুথি,এই নির্দেশনা পুথিখন কেনেদৰে ব্যৱহাৰ কৰিব লিখা হৈছে