মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / পৰিকল্পনাৰ নিৰ্দেশনা পুথি(আমাৰ গাঁও আমাৰ আঁচনি) / অসমত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন

অসমত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদনৰ বিষয়ে লিখা হৈছে

 

অসমত গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা হৈছে, এক বহুমাত্রিক কল্পদৃষ্টিসম্পন্ন ৰাজ্যখনৰ প্ৰথমটো আৰু বৃহৎ পৰিসৰৰ উদ্যোগ তথা দীৰ্ঘম্যাদী কাৰ্যসূচী। সেইকাৰণে ইয়াৰ বাবে, এক সু-অৰ্থকাৰী নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন ব্যৱস্থা স্থাপন কৰিব লাগিব। অসম চৰকাৰে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত, নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে, নির্দিষ্ট  সময়ৰ অন্তৰালত সামাজিক হিচাপ পৰীক্ষা কৰা, গাওঁ সভা অনুষ্ঠিত কৰা, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰা আৰু লগতে বিশেষজ্ঞ সংস্থা (তৃতীয় পক্ষ), মহাবিদ্যালয় আৰু  বিশ্ববিদ্যালয়ক নিয়োগ কৰাৰ কথা চিন্তা কৰিছে। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত, কৰি শিকা পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বুজা গৈছে যে, অংশগ্রহণমূলক পৰিকল্পনাৰ উন্নতি সাধন কৰিবলৈ আৰু তাৰ জৰিয়তে সামাজিক ন্যায় আৰু স্থানীয় আর্থিক উন্নয়নৰ বাবে গ্রহণ কৰা প্রকল্পসমূহৰ উদ্দেশ্যসমূহ সাধন কৰিবলৈ, শিকি লোৱা আৰু তাক ফলপ্রসূভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবৰ বাবে, এক সুবিকশিত নিৰীক্ষণ আৰু শিকনৰ গাঁথনি অতি গুৰুত্বপূর্ণ। নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন ব্যৱস্থাৰ দায়িত্ব অর্পণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত সুচলিকৃত আৰু ৰূপায়িত প্রতিষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাৰ প্ৰক্ৰিয়া আৰু পদক্ষেপসমূহ অবিৰতভাৱে নিৰীক্ষণ কৰিবলৈ, সেই বিষয়ত দক্ষতা আৰু প্রমাণিত অভিজ্ঞতাসম্পন্ন স্বতন্ত্ৰ আৰু বাহিৰৰ সংস্থাবিলাকক কামত লগাবৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বিভিন্ন পর্যায়ত কর্মকর্তাসকললৈ সহায়তা আগবঢ়াবৰ কাৰণে, এক বৰ্হি সংস্থাৰ পৰ্য্যবেক্ষণৰ জৰিয়তে আনুষ্ঠানিক শিকন প্রক্রিয়া সুচল কৰাৰ প্রয়োজন। নিৰপেক্ষ আৰু বিশ্বাসজনক মূল্যায়ণ তথা নিৰীক্ষণ প্রক্রিয়াৰ বাবে আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে মূল্যায়ণ কৰিবৰ কাৰণে, প্রকল্পসমূহৰ কাৰ্যকলাপবিলাকৰ প্ৰতিপাদনৰ সমুচিত ব্যৱস্থা কৰিব লাগিব। গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন ব্যৱস্থাই ইয়াৰ ৰূপায়ণ তথা আকাংখিত ফলাফল আৰু নিৱেশৰ লক্ষ্য সাধন কৰাৰ বাবে, প্রত্যাশিত পৰিকল্পনাখনৰ ক্ষেত্ৰত এক নতুন মাত্রা প্রদান কৰিব লাগিব।

নিৰীক্ষণ, মূল্যায়ণ, শিকন আৰু প্রতিপাদন ব্যৱস্থাৰ অধীনত নিম্নলিখিত কার্যকলাপবিলাক সামৰি লোৱা হ’ব

  • প্রণালীবদ্ধ তথ্যসমষ্টিৰ বিকাশ সাধন।
  • গাওঁ পঞ্চায়ত পর্যায়ত তথ্য সংগ্রহ, বিশ্লেষণ আৰু ব্যৱস্থাপনা

ক) আধাৰশাৰীৰ তথ্যসমূহ

খ)সমৱৰ্তী বা একমুখী নিৰীক্ষণৰ তথ্যৰাজি

গ)তথ্যসমূহৰ বিশ্লেষণ

ঘ) তথ্যসমূহৰ ব্যৱস্থাপনা

  • সমৱৰ্তী বা একমুখী নিৰীক্ষণ

ক)জিলা আৰু ৰাজ্যিক পর্যায়ৰ কমিটিৰ দ্বাৰা প্রক্রিয়া, আৰু প্ৰগতিৰ নিৰীক্ষণ

খ)গাওঁসভা আৰু সামাজিক হিচাপ পৰীক্ষাৰ জৰিয়তে সামুহিক ভিত্তিক নিৰীক্ষণ

গ)লেনদেনৰ পৰীক্ষা:- গাওঁ পঞ্চায়তৰ হিচাপ আৰু বিত্তীয় ব্যৱস্থাৰ সাময়িক হিচাপ পৰীক্ষা

  • নির্দিষ্ট সময়ৰ অন্তৰালত মূল্যাংকণ
  • প্ৰভাৱৰ বিষয়ে মূল্যায়ণ
  • বিষয়ভিত্তিক অধ্যয়নঃ- মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু গৱেষণা সদস্যসকলক জড়িত কৰাৰ যোগেদি
  • ঘটনাবিশেষৰ অধ্যয়ন আৰু প্রতিপাদন : নিয়োগৰ জৰিয়তে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু গৱেষণা সদস্যসকলক জড়িতকৰণ
  • শিকনঃ– জিলা আৰু ৰাজ্যিক পর্যায়ত জ্ঞান ব্যৱস্থাপনাৰ কৰ্মশালা অনুষ্ঠিত কৰিব পৰা যায়

 

অনুবদ্ধ ১:

গৌণ তথ্যসমূহ সংগ্ৰহৰ প্ৰক্ৰিয়া-

 

গৌণ তথ্যৰাজি হৈছে সেইবিলাক তথ্য, যিবিলাক তথ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে আৰু তাক পূৰ্বতে কোনো উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। গতিকে, গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যৰ বাবে সেই একেখিনি তথ্য ব্যৱহাৰ কৰিবলৈ হ’লে, তথ্য সংগ্ৰহ আৰু তাৰ সংকলনত সমুচিত মনোযোগ দিব লাগিব। যিহেতু এনে ধৰণৰ গৌণ তথ্যৰাজি পৰিস্থিতিৰ বিশ্লেষণৰ নিৰ্দিষ্ট উদ্দেশ্য প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সকলো সময়তে উপযোগী নহয়, সেইকাৰণে সংশ্লিষ্ট কাৰ্যালয় এটাৰ বাবে গৌণ তথ্যৰাজি সংগ্ৰহ কৰাৰ বাবে পৃথক প্ৰ-পত্ৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। (বিভিন্ন অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰ-পত্ৰ যুগুত কৰিব লাগে)।

গৌণ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াটোত, নিম্নলিখিত কথাবিলাকৰ বিষয়ত যত্ন ল’ব লাগিব:-

 

ক)সাক্ষাৎ কৰিবলগীয়া অনুষ্ঠান/সংগঠনসমূহৰ তালিকা

খ)সূচকবিলাকৰ তালিকা

গ)তথ্যসমূহ সংগ্ৰহ কৰাৰ সময়ত কৰা আচৰণ

  • অনুৰোধক্ৰমে তথ্য লাভ কৰিব লাগিব, দাবী কৰি নহয়
  • তথ্য লিপিবদ্ধ থকা পঞ্জী বা নথিটো কোনো অনুষ্ঠানৰ সম্পত্তি, গতিকে সিবিলাকৰ ব্যৱহাৰ কৰোঁতে যত্ন ল’ব লাগে

ঘ)তথ্যৰ প্ৰাসঙ্গিকতা আৰু তাৰ পটভূমি উপলব্ধ কৰিহে তথ্যসমূহ সংগ্ৰহ কৰিব লাগে(তথ্যসমূহ উন্নীত কৰা তাৰিখ ইত্যাদি)। ইয়াৰ পিছত, জিম্মাদাৰজনৰ সৈতে আলোচনা কৰিব আৰু তেওঁ আগবঢ়োৱা ব্যাখ্যা অনুসৰণ কৰিব লাগে।

গাওঁ পঞ্চায়তৰ পৰা গৌণ তথ্যৰাজি সংগ্ৰহ কৰাৰ প্ৰ-পত্ৰ

গাওঁ পঞ্চায়তৰ নাম :

ঠিকনা :

বিষয়

সূচকসমূহ

তথ্যৰ মান

মন্তব্য

১. গাওঁ পঞ্চায়তৰ জীৱন বৃত্তান্ত

মুঠ জনসংখ্যা

 

 

মুঠ পৰিয়ালৰ সংখ্যা

 

 

অনুসূচীত জাতিৰ পৰিয়াল

 

 

অনুসূচীত জনজাতিৰ পৰিয়াল

 

 

সংখ্যালঘূ পৰিয়াল

 

 

অন্যান্য পৰিয়াল

 

 

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল

ক)অনুসূচীত জাতিৰ পৰিয়াল

 

 

খ)অনুসূচীত জনজাতিৰ পৰিয়াল

 

 

গ)অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়াল

 

 

ঘ)সংখ্যালঘূ পৰিয়াল

 

 

 

বিষয়

সূচকসমূহ

তথ্যৰ মান

মন্তব্য

মন্তব্য

 

শিক্ষামূলক আৰু প্ৰশিক্ষণৰ প্ৰতিষ্ঠানসমূহ

ক)নিম্ন প্ৰাথমিক বিদ্যালয়

 

 

খ)উচ্চ প্ৰাথমিক বিদ্যালয়

 

 

গ)উচ্চ ইংৰাজী বিদ্যালয়

 

 

ঘ)উচ্চতম মাধ্যমিক বিদ্যালয়

 

 

ঙ)মহাবিদ্যালয়

 

 

চ)বিশ্ববিদ্যালয়

 

 

ছ)ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

 

 

জ)সহজ অৰুণোদয় কেন্দ্ৰ

 

 

ঝ)অন্যান্য ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

 

 

ঞ)গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান

 

 

অন্যান্য চৰকাৰী চৌহদক(নাম উল্লেখ কৰিব)

অঙ্গনৱাদী কেন্দ্ৰ

 

 

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ/সামুহিক স্বাস্থ্যকেন্দ্ৰ

 

 

পুথিভঁৰাল

 

 

উদ্যান

 

 

খেলপথাৰ

 

 

সামুহিক প্ৰেক্ষাগৃহ

 

 

ক্লাবঘৰ

 

 

সুলভ মূল্যৰ দোকান

 

 

অন্যান্য

 

 

২.১ প্ৰাপ্তি আৰু পৰিশোধৰ পঞ্জী

(নিজস্ব উৎসৰ ৰাজহৰ পুঁজি)

প্ৰাৰম্ভিক উদ্বৃত্ব(টকা):

বছৰটোৰ ভিতৰত মুঠ সংগৃহীত ধন:

উৎসসমূহৰ(নিৰ্দিষ্টকৈ উল্লেখ কৰিব):

কৰৰ পৰিমাণ:  অনাকৰৰ পৰিমাণ:

২.২ কাৰ্যকৰী সভাৰ পঞ্জী

বিগত বিত্তীয় বৰ্ষত(২০১৪-১৫)অনুষ্ঠিত হোৱা কাৰ্যকৰী সভাৰ মুঠ সংখ্যা

 

ক্ৰমিক নং

তাৰিখ

উপস্থিতিৰ সংখ্যা

মুঠ

পুৰুষ

মহিলা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

বিষয়

সূচকসমূহ

 

তথ্যৰ মান

মন্তব্য

২.৩ প্ৰাপ্তি আৰু পৰিশোধৰ পঞ্জী(জিলা উন্নয়ন পুঁজি)

(২০১৪-১৫)

 

বিগত বিত্তীয় বৰ্ষত(২০১৫-১৬) অনুষ্ঠিত হোৱা কাৰ্যকৰী সভাৰ মুঠ সংখ্যা

ক্ৰমিক নং

তাৰিখ

উপস্থিতিৰ সংখ্যা

মুঠ

পুৰুষ

মহিলা

 

 

 

 

 

 

 

 

২.৪ গাওঁসভাৰ পঞ্জী

 

বিগত বিত্তীয় বৰ্ষত(২০১৫-১৬) অনুষ্ঠিত হোৱা গাওঁসভাৰ মুঠ সংখ্যা

ক্ৰমিক নং

তাৰিখ

উপস্থিতিৰ সংখ্যা

উদ্দেশ্য(বিস্তৃতভাৱে উল্লেখ কৰিব)

পুৰুষ

মহিলা

মুঠ

 

 

 

 

 

 

 

 

 

 

২.৫ উন্নয়ন স্থায়ী সমিতিৰ পঞ্জী

সদস্যসকলৰ সংখ্যা:

সদস্যসকলৰ নাম:

১.               ২.

৩.               ৪.

বছৰটোত(২০১৫-১৬)অনুষ্ঠিত হোৱা বৈঠকৰ সংখ্যা:

২.৬ সামাজিক স্থায়ী সমিতিৰ পঞ্জী

সদস্যসকলৰ সংখ্যা:

সদস্যসকলৰ নাম:

১.               ২.

৩.               ৪.

বছৰটোত(২০১৫-১৬)অনুষ্ঠিত হোৱা বৈঠকৰ সংখ্যা:

২.৭ সমাজ কল্যাণ স্থায়ী সমিতিৰ পঞ্জী

সদস্যসকলৰ সংখ্যা:

সদস্যসকলৰ নাম:

১.               ২.

৩.               ৪.

বছৰটোত(২০১৫-১৬)অনুষ্ঠিত হোৱা বৈঠকৰ সংখ্যা:

২.৮ পৰিদৰ্শন পঞ্জী

আছে/নাই

২.৯ ডাক প্ৰেৰণ পঞ্জী

আছে/নাই

২.১০ ডাক প্ৰাপ্তি পঞ্জী

আছে/নাই

২.১১ খতিয়ান বহী (কৰ সংগ্ৰহ)

সংগৃহীত মুঠ কৰৰ পৰিমাণ(শিতান অনুসাৰে):

২.১২ সম্পত্তি বা জমা বহী

ক্ৰমিক নং

সামগ্ৰীক নাম

প্ৰাপ্তি

বিতৰণ

উদ্বৃত্ত

১.

 

 

 

 

২.

 

 

 

 

২.১৩ প্ৰাপ্তি আৰু পৰিশোধৰ পঞ্জী(জিলা উন্নয়ন পুঁজি)

(২০১৪-১৫)

ক্ৰমিক নং

আঁচনিৰ নাম

ধনৰ পৰিমাণ

১.

 

 

২.

 

 

২.১৪ সম্পদৰাজিৰ ভঁৰালৰ পঞ্জী

ক্ৰমিক নং

উৎস/সামগ্ৰীৰ নাম

উপাৰ্জনৰ পৰিমাণ/সম্পদৰ আকাৰ

১.

 

 

২.

 

 

 

বিষয়

সূচকসমূহ

তথ্যৰ মান

মন্তব্য

২.১৫ প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ পঞ্জী

চিনাক্তকৃত হিতাধিকাৰীৰ সংখ্যা:

বাছনিকৃত হিতাধিকাৰীৰ সংখ্যা:

 

 

 

 

 

 

 

 

 

৩. ইন্দিৰা আৱাস যোজনা

স্থায়ী অপেক্ষাকাৰীৰ তালিকাত নাম থকা পৰিয়ালৰ সংখ্যা

ক)অনুসূচীত জাতি

 

খ)অনুসূচীত জনজাতি

 

গ)অন্যান্য পিছপৰা শ্ৰেণী

 

ঘ)সংখ্যালঘু

 

ঙ)অন্যান্য

 

ইতিমধ্যে ইন্দিৰা আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰা পৰিয়াল

ক)অনুসূচীত জাতি

 

খ)অনুসূচীত জনজাতি

 

গ)অন্যান্য পিছপৰা শ্ৰেণী

 

ঘ)সংখ্যালঘু

 

ঙ)অন্যান্য

 

অপেক্ষাকাৰীৰ তালিকাত নাম থকা পৰিয়াল

ক)অনুসূচীত জাতি

 

খ)অনুসূচীত জনজাতি

 

গ)অন্যান্য পিছপৰা শ্ৰেণী

 

ঘ)সংখ্যালঘু

 

ঙ)অন্যান্য

 

৪. মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন

মুঠ জৱকাৰ্ড

মুঠ সক্ৰিয় জৱকাৰ্ড

এশ দিন কাম পোৱা মুঠ জৱকাৰ্ড প্ৰাপকৰ সংখ্যা(২০১৪-১৫)

গড় কৰ্মদিনৰ সংখ্যা(২০১৪-১৫)

 

৫. ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী

শ্ৰেণী

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধকালীন ভাট্টা আঁচনি

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা ভাট্টা আঁচনি

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিক ভাৱে অক্ষম লোকৰ ভাট্টা আঁচনি

ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি

৬০-৭৯ বছৰ বয়স

৮০ বছৰ বা তাৰ অধিক

পুৰুষ

মহিলা

পুৰুষ

মহিলা

পুৰুষ

মহিলা

অনুসূচীত জাতি

 

 

 

 

 

 

 

 

অনুসূচীত জনজাতি

 

 

 

 

 

 

 

 

অন্যান্য পিছপৰা সম্প্ৰদায়

 

 

 

 

 

 

 

 

সংখ্যালঘূ

 

 

 

 

 

 

 

 

অন্যান্য

 

 

 

 

 

 

 

 

মুঠ

 

 

 

 

 

 

 

 

সৰ্বমুঠ-

 

বিষয়

সূচকসমূহ

তথ্যৰ নাম

মন্তব্য

খোৱাপানী আৰু অনাময় ব্যৱস্থা

ব্যক্তিগত শৌচালয় থকা পৰিয়ালৰ সংখ্যা

 

 

ব্যক্তিগত শৌচালয় নথকা পৰিয়ালৰ সংখ্যা

 

 

কেঁচা শৌচালয় থকা পৰিয়ালৰ সংখ্যা

 

 

ৰাজহুৱা শৌচালয়ৰ সংখ্যা

 

 

মুকলিত মলত্যাগ কৰা পৰিয়ালৰ সংখ্যা

 

 

গাওঁ পঞ্চায়তখনৰ খোৱাপানীৰ প্ৰধান উৎসসমূহ

ক)হস্তপাম্প

 

 

খ)নলীনাদ

 

 

গ)ব’ৰ ওৱেল

 

 

ঘ)নিজৰা

 

 

ঙ)নদী

 

 

চ)সূঁতি

 

 

ছ)খাল

 

 

জ)পুখুৰী

 

 

ঝ)হ্ৰদ

 

 

ঞ)নাদ

 

 

ট)নলীৰ পানী

 

 

ঠ)অন্যান্য উৎসসমূহ

 

 

 

অঙ্গনৱাড়ী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিবলগীয়া তথ্যৰাজি(কেন্দ্ৰ হিচাপত প্ৰ-পত্ৰ)

অঙ্গনৱাড়ী কেন্দ্ৰৰ নাম:

ঠিকনা:

ক্ৰমিক নং

যিটো পঞ্জীৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব, সেই পঞ্জীৰ নাম

বিৱৰণ

পৰিয়ালৰ বিৱৰণৰ পঞ্জী

মুঠ পৰিয়াল:            পুৰুষ:     মহিলা:

মুঠ শিশু(০-৩ বছৰ):     ল’ৰা:     ছোৱালী:

মুঠ শিশু(৩-৬ বছৰ):     ল’ৰা:     ছোৱালী:

পৰিপূৰক খাদ্যৰ জমাবহী(২০১৫-১৬)

ক্ৰমিক নং

খাদ্যৰ নাম

পৰিমাণ(কি:গ্ৰা:)

১.

 

 

 

২.

 

 

 

৩.

 

 

 

বিশেষ পৰিপূৰক পুষ্টিকৰ কাৰ্যসূচীৰ পঞ্জী(২০১৫-১৬)

ক্ৰমিক নং

শ্ৰেণী

সংখ্যা

১.

মুঠ শিশু(০-৩)

 

২.

মুঠ শিশু(৩-৬)

 

৩.

গৰ্ভৱতী মহিলা

 

৪.

কেঁচুৱাক গাখীৰ খুওৱা মাতৃ

 

প্ৰাক প্ৰাথমিক বিদ্যালয় পঞ্জী(২০১৫-১৬)

ভৰ্তি কৰা ছা-ছাত্ৰীৰ সংখ্যা:

ল’ৰা:              ছোৱালী:

গৰ্ভৱতী মহিলা বিষয়ক পঞ্জী(২০১৫-১৬)

গৰ্ভৱতী মহিলাৰ সংখ্যা:

প্ৰসৱৰ পূৰ্বকালীন যতনৰ অৱস্থা(সম্পূৰ্ণ কৰা হৈছে নে নাই):

(বিশদ বিৱৰণ দিব)

প্ৰসৱৰ পূৰ্বকালীন যতন-১:

প্ৰসৱৰ পূৰ্বকালীন যতন-২:

প্ৰসৱৰ পূৰ্বকালীন যতন-৩:

১০০ আয়ৰন ফলিক এচিডৰ পিল:

প্ৰসৱ বিষয়ক পঞ্জী(২০১৫-১৬)

প্ৰতিষ্ঠানিক প্ৰসৱ কৰা(ঘটনাৰ সংখ্যা)

ঘৰত প্ৰসৱ কৰা(ঘটনাৰ সংখ্যা)

প্ৰসৱৰ সময়ত মৃত্যু হোৱা মাতৃৰ সংখ্যা(ঘটনাৰ সংখ্যা)

প্ৰসৱৰ সময়ত মৃত্যু হোৱা শিশুৰ সংখ্যা(ঘটনাৰ সংখ্যা)

 

 

 

 

 

ক্ৰমিক নং

যিটো পঞ্জীৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব, সেই পঞ্জীৰ নাম

বিৱৰণ

৭.

প্ৰতিষেধক ছিটা আৰু গ্ৰাম্য স্বাস্থ্য পৰিপুষ্টি দিৱসৰ পঞ্জী

আছে/নাই

ছিটা দিবলৈ ৰৈ যোৱা শিশুৰ সংখ্যা(যদি প্ৰযোজ্য হয়):

৮.

ছয় মাহিলী খাদ্যপ্ৰাণ ‘ক’ৰ পৰিপূৰকৰ পঞ্জী

আছে/নাই

ভিটামিন দিবলৈ ৰৈ যোৱা শিশুৰ সংখ্যা(যদি প্ৰযোজ্য হয়):

৯.

শিশুৰ ওজনৰ পঞ্জী(কম ওজনৰ শিশু)

শিশুৰ সংখ্যা:

ল’ৰা:      ছোৱালী:

১০.

আন্ত:গাঁথনি

১০.১

অঙ্গনবাড়ী কেন্দ্ৰ

নিজস্ব ভৱন:

ভাড়াঘৰ:

মুকলি স্থান:

১০.২

শৌচাগাৰৰ উপলব্ধতা

পৃথক শৌচালয়:

ল’ৰাৰ বাবে: আছে/নাই   ছোৱালীৰ বাবে: আছে/নাই

শৌচালয়ৰ অৱস্থা(বিশদ বিৱৰণ দিব):

১০.৩

খোৱাপানীৰ সুবিধাৰ উপলব্ধতা

আছে/নাই

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

১০.৪

খেলাধূলা সামগ্ৰীৰ উপলব্ধতা

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

১০.৫

অঙ্গনৱাড়ী কেন্দ্ৰৰ সামগ্ৰিক অৱস্থা

 

 

বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিবলগীয়া তথ্যৰাজি

বিদ্যালয়ৰ নাম:

ঠিকনা:

মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা:

শিক্ষক-শিক্ষয়িত্ৰীৰ মুঠ সংখ্যা:

ক্ৰমিক নং

খণ্ডৰ নাম

বিৱৰণ

ছাত্ৰত নাম ভৰ্তি

(২০১৫-১৬)

ক্ৰমিক নং

শ্ৰেণীৰ নাম

মুঠ নাম ভৰ্তিৰ সংখ্যা

মুঠ

ল’ৰা

ছোৱালী

 

 

 

 

 

 

 

 

 

 

 

 

 

 

বিনামূলীয়া পাঠ্যপুথি বিতৰণ

ক্ৰমিক নং

শ্ৰেণীৰ নাম

বিতৰণ কৰা পুথিৰ সংখ্যা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

ক্ৰমিক নং

খণ্ডৰ নাম

বিৱৰণ

আধাতে শিক্ষা সমাপ্ত কৰি বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

(২০১৫-১৬)

ক্ৰমিক নং

শ্ৰেণীৰ নাম

বিদ্যালয় আধাতে এৰা ছাত্ৰৰ নাম ভৰ্তি

মুঠ

ল’ৰা

ছোৱালী

 

 

 

 

 

 

 

 

 

 

 

 

দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা হছাত্ৰ-ছাত্ৰীৰ সংখ্যা

(২০১৫-১৬)

ক্ৰমিক নং

শ্ৰেণীৰ নাম

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা/নাম

মুঠ

ল’ৰা

ছোৱালী

 

 

 

 

 

 

 

 

 

 

 

 

৫.১

শৌচাগাৰৰ সুবিধাৰ উপলব্ধতা

পৃথক শৌচালয়:

ল’ৰাৰ বাবে: আছে/নাই

ছোৱালীৰ বাবে: আছে/নাই

শিক্ষকসকলৰ বাবে: আছে/নাই

শৌচালয়ৰ অৱস্থা(বিশদ বিৱৰণ দিব):

৫.২

খোৱাপানীৰ সবিধৰ উপলব্ধতা

আছে/নাই

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

৫.৩

খেলপথাৰৰ সুবিধাৰ উপলব্ধতা

আছে/নাই

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

৫.৪

পুথিভঁৰালৰ সুবিধাৰ উপলব্ধতা

আছে/নাই

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

৫.৫

শ্ৰেণীকোঠাৰ উপলব্ধতা

মুঠ শ্ৰেণীকোঠাৰ সংখ্যা:

বৰ্তমানৰ অৱস্থা(বিশদ বিৱৰণ দিব):

৫.৬

মধ্যাহ্ন ভোজনৰ উপলব্ধতা

আছে/নাই

মধ্যাহ্ন ভোজনৰ গুণগত মান(বিশদ বিৱৰণ দিব):

মাতৃগোটৰ সভা

ক্ৰমিক নং

সভাৰ তাৰিখ

উপস্থিতিৰ সংখ্যা

আলোচনাৰ বিষয়

 

 

 

 

 

 

 

 

 

 

ক্ৰমিক নং

খণ্ডৰ নাম

বিৱৰণ

ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া ইউনিফৰ্ম বিতৰণ

ক্ৰমিক নং

শ্ৰেণীৰ নাম

বিনামূলীয়া ইউনিফৰ্ম পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

 

 

 

 

 

 

 

 

 

 

 

 

অভিভাৱকৰ সভা

ক্ৰমিক নং

সভাৰ তাৰিখ

উপস্থিতিৰ সংখ্যা

আলোচনাৰ বিষয়

 

 

 

 

 

 

 

 

 

 

 

 

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ গঠন

আছে/নাই

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাৰ সঘনতা:

১০

বিদ্যালয়ৰ সীমাৰ বেৰা

আছে/নাই

১১

চাইকেল ষ্টেণ্ড

আছে/নাই

 

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ/সামুহিক স্বাস্থ্যকেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিবলগীয়া তথ্যৰাজি(কেন্দ্ৰ হিচাপত প্ৰ-পত্ৰ)

প্ৰাথমিওক স্বাস্থ্যকেন্দ্ৰ/সামুহিক স্বাস্থ্যকেন্দ্ৰৰ নাম:

ঠিকনা:

ক্ৰমিক নং

খণ্ডৰ নাম

বিৱৰণ

আন্ত:গাঁথনিমূলক সা-সুবিধা

উপলব্ধতা

আছে/নাই

অৱস্থা

ভাল/বেয়া

স্থিতি

(বিশদ বিৱৰণ দিব)

১.১ গৃহ

 

 

 

১.২ শৌচালয়ৰ সা-সুবিধা

 

 

 

১.৩ খোৱাপানীৰ সা-সুবিধা

 

 

 

মানৱ সম্পদৰ উপলব্ধতা

উপলব্ধতা

আছে/নাই

সংখ্যা/নাম

স্থতি

(বিশদ বিৱৰণ দিব)

২.১ ডাক্তৰ/নাৰ্ছ

 

 

 

২.২ সহায়ক কৰ্মচাৰীবৃন্দ

 

 

 

 

 

 

ক্ৰমিক নং

খণ্ডৰ নাম

বিৱৰণ

 

সেৱাসমূহৰ উপলব্ধতা

 

 

 

৩.১

 

 

 

৩.২

 

 

 

৩.৩

 

 

 

ঔষধৰ উপলব্ধতা

 

 

 

বিছনাৰ উপলব্ধতা

 

 

 

ৰোগী বাহিৰলৈ প্ৰেৰণ কৰিব পৰা সেৱাৰ সুবিধা

উপলব্ধতা(আছে/নাই)

স্থিতি/অৱস্থা(বিশদ ব্যাখ্যা আগবঢ়াব)

 

 

ভৰ্তি কৰা ৰোগীৰ সংখ্যা

(২০১৫-১৬)

সংখ্যা

নাবালক কেঁচুৱাৰ মৃত্যুৰ সংখ্যা

(যদি প্ৰযোজ্য হয়)

সংখ্যা

মাতৃৰ মৃত্যুৰ সংখ্যা

(যফি প্ৰযোজ্য হয়

সংখ্যা

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান

2.85294117647
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top