অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৌণ তথ্যসমূহ নিশ্চিতকৰণ

গৌণ তথ্যসমূহ নিশ্চিতকৰণৰ বিষয়ে লিখা হৈছে

 

গৌণ তথ্যৰাজিৰ সংগ্ৰহ প্ৰক্ৰিয়াৰ সময়ত, তথ্যসমূহ যাতে বিশ্বাসযোগ্য আৰু বিশুদ্ধ হয়, তাৰ প্ৰতি অত্যন্ত যত্ন ল’ব লাগে। য’তেই সম্ভৱপৰ হয়, তাতেই শেহতীয়া তথ্যসমূহ সংগ্ৰহ কৰিব লাগে।

সম্পদৰাজিৰ ভঁৰাল-

 

এক প্ৰণালীবদ্ধ পদ্ধতিৰে, গাওঁ পঞ্চায়তত উপলব্ধ আৰু গাওঁ পঞ্চায়তৰ সম্ভাৱ্য সম্পদৰাজিৰ আনুমানিক হিচাপ কৰি উলিয়াব লাগিব। গাওঁ পঞ্চায়তৰ বাবে পৰিকল্পনা কৰোঁতে, মূলত: গাওঁ পঞ্চায়তত ঢুকি পাব পৰা সম্পদৰাজিৰ ভঁৰালটোৰ বিষয়ে বিবেচনা কৰিব। ইয়াত আমি গাওঁ পঞ্চায়তৰ ওচৰত উপলব্ধ অথবা আগন্তুক দিনবোৰত সৃষ্টি কৰিব পৰাৰ সম্ভাৱনীয়তা থকা বিত্তীয় আৰু মানৱ সম্পদৰ আলোচনা কৰিম। এই উদ্দেশ্যে অংকিত কৰা সম্পদৰাজি, এক সংযোজিত আৰু সমন্বিত উপায়ে সৰ্বাধিক সহভাগী সৃষ্টি কৰা কামত ব্যৱহাৰ কৰিব লাগিব। এইদৰে হিচাপ কৰি উলিওৱা গাওঁ পঞ্চায়তৰ সম্পদৰাজিৰ ভঁৰালটোৰ ভিতৰত নিম্নলিখিত পুঁজিৰ উৎসসমূহ সামৰি লোৱা হ’ব:

১)ৰাজ্যখনলৈ আগবঢ়োৱা চতুৰ্দশ বিত্তীয় আয়োগৰ বৰঙণিৰ ধন

২)উন্নয়নমূলক কামকাজৰ বাবে ৰাজ্যিক বিত্তীয় আয়োগৰ দ্বাৰা আগবঢ়োৱা পুঁজি

৩)সম্প্ৰতি চলি থকা কেন্দ্ৰীয়ভাৱে প্ৰৱৰ্তিত ধ্বজাবাহী আঁচনিৰ(মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ইন্দিৰা আৱাস যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, সমন্বিত শিশু বিকাশ আঁচনি, সৰ্বশিক্ষা অভিযান ইত্যাদি)ধন

৪)ৰাজ্যিক পৰিকল্পনাৰ আঁচনি(জিলা উন্নয়ন পৰিকল্পনা, মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ কাৰ্যসূচী আদি)

৫)নিজস্ব উৎসৰ ৰাজহ

৬)ৰাইজৰ দ্বাৰা আগবঢ়োৱা বৰঙণি(নগদ ৰূপত অথবা সামগ্ৰীৰ ৰূপত)

৭)সাংসদ আৰু বিধায়কৰ এলেকা উন্নয়ন পুঁজি

বৃহৎ পৰিসৰৰ গাওঁ পঞ্চায়তৰ বিত্তীয় সম্পদৰাজিৰ ভঁৰাল

  • সম্পূৰ্ণৰকমে বন্ধনযুক্ত(Tied)- ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী
  • আংশিকভাৱে বন্ধনমুক্ত(Untied) তথা শিথিল কৰিব পৰা-(মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ৰাষ্ট্ৰী্য গ্ৰামীন জীৱিকা মিছন, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য, সৰ্বশিক্ষা অভিযান
  • যথেষ্ট পৰিমাণে বন্ধনমুক্ত(Untied)-ৰাজীৱ গান্ধী পঞ্চায়ত স-শক্তিকৰণ অভিযান
  • সম্পূৰ্ণৰকমে বন্ধনমুক্ত(Untied)-কেন্দ্ৰীয় বিত্তীয় আয়োগৰ বৰঙণি, ৰাজ্যিক বিত্তীয় আয়োগৰ বৰঙণি আৰু নিজস্ব উৎসৰ ৰাজহ
  • গাওঁবাসীসকলৰ দ্বাৰা আগবঢ়োৱা বৰঙণি
  • শ্ৰমদান আদি

 

সম্পদৰাজিৰ ভঁৰালৰ প্ৰ-পত্ৰ-

 

ক্ৰমিক নং

আঁচনিৰ নাম

প্ৰাপ্তি(বিগত বৰ্ষত লাভ কৰা ধনৰ পৰিমাণ)

(২০১৮-২০১৫)টকা

আগন্তুক বৰ্ষত আকাংক্ষিত ধনৰ পৰিমাণ

(২০১৪-২০১৫)টকা

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন

 

 

অন্নপূৰ্ণা

 

 

চতুৰ্দশ বিত্তীয় আয়োগ

 

 

জিলা উন্নয়ন পৰিকল্পনা

 

 

নিজস্ব উৎসৰ ৰাজহ

 

 

ইন্দিৰা উৎসৰ ৰাজহ

 

 

গ্ৰাম্য গৃহ নিৰ্মাণ

 

 

সমন্বিত জলচ্ছেদ ব্যৱস্থাপনা কাৰ্যসূচী

 

 

ৰাষ্ট্ৰীয় শাৰীৰিকভাৱে অক্ষম লোকৰ পেন্সন আঁচনি

 

 

১০

ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি

 

 

১১

ৰাষ্ট্ৰীয় বৃদ্ধকালীন পেন্সন আঁচনি

 

 

১২

ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনি

 

 

১৩

স্বচ্ছ ভাৰত মিছন

 

 

১৪

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা

 

 

১৫

ৰাজীৱ গান্ধী পঞ্চায়ত স-শক্তিকৰণ অভিযান

 

 

১৬

ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা মিছন

 

 

১৭

পঞ্চম বিত্তীয় আয়োগ

 

 

১৮

অন্য বিভাগৰ আঁচনি

 

 

১৯

অন্য কোনো

 

 

 

টোকা:

চলিত বৰ্ষত লাভ কৰা ধনৰাশিৰ আধাৰত গাওঁ পঞ্চায়তৰ দ্বাৰা আগন্তুক বৰ্ষৰ বাবে আকাংক্ষিত ধনৰাশি হিচাপ কৰি উলিয়াব পৰা যায়। আগন্তুক বৰ্ষত, বিগত বৰ্ষৰ ধনৰাশিৰ সৈতে ১০% ধন যোগ হ’ব।

 

অনুবদ্ধ-২

গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ বাবে কৰা পৰিয়ালৰ জৰীপৰ প্ৰশ্নাৱলী

গাওঁ…………………………………………… গাওঁ পঞ্চায়ত……………………………………..

ৱাৰ্ড নং……………………………………… উন্নয়ন খণ্ড……………………………………….

জিলা……………………………………………
পৰিয়ালৰ তথ্য:

ক্ৰমিক নং

নাম

লিংগ

সম্বন্ধ

বয়স

শিক্ষাগত অৰ্হতা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

১.১ পৰিয়ালটোৰ কোনো সদস্য আত্মসহায়ক গোটৰ সদস্য হয় নে(হয়/নহয়)

১.২ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত পৰিয়ালটোৰ জৱকাৰ্ড আছেনে(আছে/নাই, যদি আছে, জৱ কাৰ্ড নং………………………)

১.৩ পৰিয়ালটোৰ কোনো সদস্যৰ বেংকত হিচাপ বা ডাকঘৰৰ পাছবুক আছেনে(আছে/নাই)

১.৪ পৰিয়ালটোৰ মুৰব্বী মহিলা নে(হয়/নহয়)

১.৫ পৰিয়ালটোৰ মুৰব্বীগৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত নে(হয়/নহয়)

১.৬ পৰিয়ালটোৰ কোনো সদস্য শাৰীৰিকভাৱে বাধাগ্ৰস্ত নে (হয়/নহয়)

২. সামাজিক শ্ৰেণী:

ক)অনুসূচীত জাতি, খ)অনুসূচীত জনজাতি, গ)অন্যান্য পিছপৰা শ্ৰেণী, ঘ)সাধাৰণ, ঙ)সংখ্যালঘূ

৩. দৰিদ্ৰতাৰ অৱস্থা:

  • দৰিদ্ৰ সীমাৰেখাৰ ওপৰত
  • দৰিদ্ৰ সীমাৰেখাৰ তলত

(দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’লে পৰিচয় পত্ৰৰ নং………………………)

৪. পৰিয়ালটোৰ কোনো সদস্য তলত উল্লেখ কৰা আঁচনিৰ হিতাধিকাৰী হয়নে?

১)আম আদমী বীমা যোজনা

২)ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা

৩)ইন্দিৰা আৱাস যোজনা

৪)কিষাণ ক্ৰেডিট কাৰ্ড

৫)জন ধন যোজনা

৬)অন্তোদয়া

৭)অন্য কোনো আঁচনি(উল্লেখ কৰিব……………)

যদি পৰিয়ালটো ইন্দিৰা আৱাস যোজনাৰ অধীনত হিতাধিকাৰী নহয়, তেনেহ’লে পৰিয়ালটোৰ নাম ইন্দিৰা আৱাস যোজনাৰ স্থায়ী অপেক্ষাকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰা আছেনে)

হয়গ/নহয়। যদি হয় তেনেহ’লে স্থায়ী অপেক্ষাকাৰীৰ তালিকাত থকা নং………….)

 

৫.ঘৰ আৰু বাৰীঘৰৰ তথ্য

নিজৰ ঘৰ: আছে/নাই

কোঠালিৰ সংখ্যা

ঘৰৰ প্ৰকাৰ: কেঁচা/অৰ্দ্ধ পকা/পকী

শৌচালয়: নিজা(কেঁচা/পকী/ৰাজহুৱা/মুকলিত মলত্যাগ

 

আৱৰ্জনা নিষ্কাশণ ব্যৱস্থাপনা প্ৰণালী

পদূলি মুখত/ৰাজহুৱা স্থানত/সংগ্ৰহৰ ব্যৱস্থা নাই

ঘৰৰ বাৰীৰ বাবে জমি: আছে/নাই(যদি আছে……….বিঘা)

ৰান্ধনি বাগিচা: আছে/নাই

খেতিৰ উপযোগী ভূমি: আছে/নাই(যদি আছে…….বিঘা)জলসিঞ্চিত ভূমি……বিঘা, অজলসিঞ্চিত ভূমি……বিঘা, ওখ ভূমি………বিঘা, দ ভূমি……………….বিঘা

কোনো চিলিং উদ্বৃত্ত ভূমিৰ পট্টা পাইছে নে পাইছে/নাই পোৱা(যদি পাইছে……….বিঘা)

পচন সাৰৰ গাঁত:

ব্যক্তিগত/দলীয়/এটাও নহয়

জৈৱ গেছ প্ৰকল্প:

ব্যক্তিগত/দলীয়/এটাও নহয়

 

৬. ঘৰ আৰু বাৰীঘৰৰ তথ্য

জীৱিকা

প্ৰযোজ্য হ’লে টিক চিহ্ন দিব

নিজৰ মাটিত খেতি কৰা

 

লগ লাগি বা আনৰ মাটি লিজত লৈ খেতি কৰা

 

পশুপালন

 

মীনপালন/মাছ ধৰা

 

মজুৰিভিত্তিক কুশলী শ্ৰমিক

 

মজুৰিভিত্তিক অকুশলী শ্ৰমিক

 

ব্যক্তিগত খণ্ডত বেতনপ্ৰাপ্ত কৰ্মচাৰী

 

বয়ন

 

অন্যান্য গ্ৰাম্য কাৰিকৰ(উল্লেখ কৰিব)

 

অন্যান্য বৃত্তি আৰু ব্যৱসায়(উল্লেখ কৰিব)

 

মুঠ বাৰ্ষিক আয়

 

 

৭. খোৱাপানীৰ উৎস(কিলোমিটাৰ হিচাপত উৎসৰ পৰা দূৰত্ব)

খোৱাপানীৰ উৎস

 

দূৰত্ব

ঘৰলৈ পানীৰ নলীৰে

আছে/নাই

 

ৰাজহুৱা পানীৰ নলীৰে

আছে/নাই

 

হস্ত পাম্প(ৰাজহুৱা/ব্যক্তিগত)

আছে/নাই

 

উন্মুক্ত নাদ বা কুঁৱা(ৰাজহুৱা/ব্যক্তিগত)

আছে/নাই

 

অন্যান্য(উল্লেখ কৰিব)

আছে/নাই

 

 

৮. পোহৰ আৰু শক্তিৰ উৎস

পৰিয়াললৈ বিদ্যুতৰ সংযোগ আছে নে নাই: আছে/নাই

পোহৰৰ ব্যৱস্থা: বিদ্যুৎ শক্তি/কেৰাচিন তেল/সৌৰশক্তি

অন্য কোনো উৎস(উল্লেখ কৰিব……………..)

ৰন্ধন: এল.পি.জি/জৈৱ গেছ/কেৰাচিন তেল/খৰি/বিদ্যুৎ শক্তি

অন্য কোনো উৎস(উল্লেখ কৰিব………………..)

চৌকাত ৰন্ধা হয় নে: সাধাৰণ/ধোঁৱাহীন

 

৯. প্ৰব্ৰজনৰ স্থিতি

কাম বিচাৰি পৰিয়ালৰ কোনো লোকে প্ৰব্ৰজন কৰেনে: কৰে/নকৰে

যদি কৰে, তেনেহ’লে গোটেই বছৰৰ বাবে/ কোনো ঋতুৰ বাবে(উল্লেখ কৰিব)

১৮ বছৰ বয়সৰ কোনো এজনে কাম বিচাৰি প০ৰব্ৰজন কৰেনে: কৰে/:নকৰে

১০. এক সাধাৰণ বৰ্ষত কৃষি উৎপাদন(শীৰ্ষৰ তিনিটা শস্য)

ক্ৰমিক নং

ঋতু বা বতৰ

একক

পৰিমাণ

ৰবি

১/

২/

৩/

 

 

খাৰিফ

১/

২/

৩/

 

 

উদ্যান শস্য

১/

২/

৩/

 

 

 

১১. পশুধনৰ সংখ্যা

গৰু:………………………

ম’হ:………………………..

গৰু পোৱালী:…………

মাইওকী ম’হ:……………

মতা ম’হ:……………..

ম’হৰ পোৱালী:………………

ভেড়া/ছাগলী:………….

হাঁহ/কুকুৰা:…………………..

গাহৰি:………………

অন্য প্ৰকাৰৰ পশুধন………………………. সংখ্যা:…………………………….

পশুধনৰ আশ্ৰয়স্থলী: পকী/কেঁচা/কোনোটো নহয়:……………………..

প্ৰতিদিন গাখীৰৰ গড় উৎপাদন(লিটাৰ হিচাপত):………………………

 

উৎস-ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top