অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তথ্যসমূহৰ বিশ্লেষণ

তথ্যসমূহৰ বিশ্লেষণ লিখা হৈছে

তথ্যসমূহৰ বিশ্লেষণ কি-

 

সম্পদৰ ভঁৰাল: সম্পদৰ ভঁৰালটোত উল্লেখ কৰাৰ দৰে, ৰাইজৰ বিভিন্ন শ্ৰেণী আৰু তেওঁলোকৰ বিভিন্ন সেৱাসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে ভালে সংখ্যক আঁচনি চলি আছে। কিন্তু বেছিভাগ আঁচনিয়েই প্ৰত্যাশিত লক্ষ্য সাধন কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূল কাৰণ হৈছে, যে এই আঁচনিসমূহে লক্ষ্য নিৰ্দ্ধাৰিত গোটসমূহক সামৰি ল’ব পৰা নাই অথবা এই আঁচনিসমূহ লক্ষ্য নিৰ্দ্ধাৰিত গোটসমূহৰ বাবে সুলভ নহয়। তলৰ তালিকাখনত উল্লেখ কৰা তথ্যসমূহৰ আধাৰত, সম্প্ৰতি চলি থকা আঁচনিসমূহে লক্ষ্য নিৰ্দ্ধাৰিত গোটসমূহক সামৰি লোৱাৰ বিষয়ে তথা তেওঁলোকৰ কাৰণে এই আঁচনিসমূহ সুলভ হোৱাৰ বিষয়ে লিপিবদ্ধ কৰিব পৰা যাব।

ক্ৰমিক নং

আঁচনিৰ নাম

বিত্তীয় লক্ষ্য আৰু সাফল্য

ভৌতিক লক্ষ্য আৰু সাফল্য

প্ৰাপ্তি(বিগত বৰ্ষত লাভ কৰা ধনৰ পৰিমাণ)(২০১৪-১-২০১৫)(টকা)

ব্যয়ৰ পৰিমাণ(২০১৪-২০১৫)(টকা)

ভৌতিক লক্ষ্য

ভৌতিক সাফল্য

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন

 

 

 

 

অন্নপূৰ্ণা

 

 

 

 

চতুৰ্দশ বিত্তীয় আয়োগ

 

 

 

 

জিলা উন্নয়ন পৰিকল্পনা

 

 

 

 

নিজস্ব উৎসৰ ৰাজহ

 

 

 

 

ইন্দিৰা আৱাস যোজনা

 

 

 

 

গ্ৰাম্য গৃহ নিৰ্মাণ

 

 

 

 

সমন্বিত জলচ্ছেদ ব্যৱস্থাপনা কাৰ্যসূচী

 

 

 

 

ৰাষ্ট্ৰীয় শাৰীৰিকভাৱে অক্ষম লোকৰ পেন্সন আঁচনি

 

 

 

 

১০

ৰাষ্ট্ৰীয় পৰিয়াল্ল কল্যাণ আঁচনি

 

 

 

 

১১

ৰাষ্ট্ৰীয়ু বৃদ্ধকালীন পেন্সন আঁচনি

 

 

 

 

১২

ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনি

 

 

 

 

১৩

স্বচ্ছ ভাৰত মিছন

 

 

 

 

১৪

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা

 

 

 

 

১৫

ৰাজীৱ গান্ধী পঞ্চায়ত স-শক্তিকৰণ অভিযান

 

 

 

 

১৬

ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা মিছন

 

 

 

 

১৭

পঞ্চম বিত্তীয় আয়োগ

 

 

 

 

১৮

অন্য বিভাগৰ আঁচনি

 

 

 

 

১৯

অন্য কোনো

 

 

 

 

 

প্ৰাথমিক তথ্যসমূহৰ বিশ্লেষণ

অংশগ্ৰহণমূলক গ্ৰাম্য সূচিতকৰণৰ ফলাফল

সামাজিক মানচিত্ৰ আৰু সম্পদৰাজিৰ মানচিত্ৰ

১/

২/

৩/

৪/

৫/

৬/

৭/

৮/

৯/

১০/

গলিয়ে গলিয়ে কৰা পদযাত্ৰা

১/

২/

৩/

৪/

গুৰুত্ব আৰোপিত দলৰ সৈতে কৰা দলগত আলোচনা

১/

২/

৩/

৪/

৫/

৬/

পৰিয়ালৰ জৰীপ

১/

২/

৩/

৪/

৫/

 

তথ্যসমূহৰ সংক্ষিপ্তকৰণক

তথ্যসমূহ পৰীক্ষা আৰু সম্পদৰাজিৰ ভঁৰালটো সৃষ্টি কৰাৰ লগতে প্ৰাথমিক আৰু গৌণ তথ্যসমূহ সংগ্ৰহ কৰাৰ পিছত, কাৰ্য্যকৰী দলৰ সদস্যসকলে নিম্নলিখিত বিশ্লেষণাত্মক গাঁথনিত তথ্যসমূহ সন্নিৱিষ্ট কৰিব লাগিব।

 

খণ্ড

সূচকসমূহ

স্থিতি

বিষয়/সমস্যা/সুৰুঙা

প্ৰস্তাবিত কাৰ্য্য-ব্যৱস্থা

গাওঁসভাত অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহ

 

 

 

 

 

 

 

 

 

 

 

 

জনসংখ্যা বিষয়ক

মুঠ জনসংখ্যা

 

 

 

 

শিশুৰ সংখ্যা

(০-৬ বছৰ)

 

 

 

 

শিশুৰ সংখ্যা

(৬-১৯ বছৰ)

 

 

 

 

মুঠ অনুসূচীত জাতিৰ লোকৰ সংখ্যা

 

 

 

 

মুঠ অনুসূচীত জনজাতিৰ লোকৰ সংখ্যা

 

 

 

 

সংখ্যালঘূৰ সংখ্যা

 

 

 

 

লিংগৰ অনুপাত

 

 

 

 

শিশুৰ লিং অনুপাত

(০-৬ বছৰ)

 

 

 

 

শাৰীৰিকভাৱে অক্ষম

 

 

 

 

ভিতৰত আৰু বাহিৰলৈ কৰা প্ৰব্ৰজন

 

 

 

 

 

 

 

 

 

 

 

 

স্বাস্থ্য

(২০১৪-২০১৫ বৰ্ষৰ বাবে বিবেচনা কৰিব লাগিব)

(আশাকৰ্মী, অঙ্গনৱাদী কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা সামুহিক স্বাস্থ্যকেন্দ্ৰ পৰা সংগ্ৰহ কৰিবলগীয়া)

৫ বছৰৰ তলৰ বয়সৰ শিশুৰ মৃত্যু

 

 

 

 

কেঁচুৱাৰ মৃত্যু(০-১ বছৰ), লিংগ আৰু বাসস্থানৰ হিচাপত

 

 

 

 

এমাহৰ ভিতৰত মৃত্যু হোৱা কেঁচুৱাৰ সংখ্যা

 

 

 

 

প্ৰসৱৰ সময়ত হোৱা মৃত্যুৰ সংখ্যা

 

 

 

 

প্ৰতিষ্ঠানিক প্ৰসৱৰ ঘটনা

 

 

 

 

ঘৰত প্ৰসৱৰ ঘটনা

 

 

 

 

প্ৰ্সৱৰ পূৰ্বে তিনিবাৰ স্বাস্থ্যপৰীক্ষাৰ সুযোগ পোৱা মাতৃ

 

 

 

 

প্ৰসৱৰ ২ সপ্তাহৰ ভিতৰত প্ৰসৱৰ পৰৱৰ্তী সময়ত যতন পোৱা মাতৃৰ সংখ্যা

 

 

 

 

সম্পূৰ্ণৰকমে প্ৰতিষেধক ছিটা লাভ কৰা শিশুৰ সংখ্যা(১২-২৩ বছৰ)

 

 

 

 

খাদ্যপ্ৰাণ-ক লাভ কৰা শিশুৰ সংখ্যা

 

 

 

 

 

 

খণ্ড

সূচকসমূহ

স্থিতি

বিষয়/সমস্যা/সুৰুঙা

প্ৰস্তাবিত কাৰ্য্য-ব্যৱস্থা

গাওঁসভাত অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহ

 

 

 

 

 

 

 

 

 

 

শিক্ষা

সাক্ষৰতাৰ হাৰ

 

 

 

 

অকল এজন শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা

 

 

 

 

শিক্ষক ছাত্ৰ-ছাত্ৰীৰ অনুপাত

ক)প্ৰাথমিক পৰ্য্যায়

 

 

 

 

খ)উচ্চ প্ৰাথমিক পৰ্য্যায়

 

 

 

 

বৃত্তিগত প্ৰশিক্ষণপ্ৰাপ্ত নিয়মীয়া শিক্ষকৰ শতকৰা হাৰ

 

 

 

 

সৰ্বমুঠ নামভৰ্তিৰ অনুপাত

ক)প্ৰাথমিক পৰ্য্যায়

 

 

 

 

খ)উচ্চ প্ৰাথমিক পৰ্য্যায়

 

 

 

 

বৰ্তমানে বিদ্যালয়ত উপস্থি৯ত থকা

 

 

 

 

প্ৰাথমিক পৰ্যায়ত শিক্ষা আধাতে সামৰি বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

 

 

 

 

প্ৰাথমিক পৰ্য্যায়তে ৰৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ হাৰ

 

 

 

 

খেলপথাৰ আৰু আহিলাৰ ব্যৱস্থা

 

 

 

 

পুথিভঁৰালৰ ব্যৱস্থা

 

 

 

 

 

 

 

 

 

 

 

খোৱাপানী আৰু অনাময় ব্যৱস্থা

প্ৰাথমিক বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা

 

 

 

 

প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৌচালয়ৰ ব্যৱস্থা

 

 

 

 

শাৰীৰিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যৱস্থা:

১/শৌচালয়

২/এঢলীয়া ৰাস্তা

৩/অন্যান্য

 

 

 

 

গাওঁ পঞ্চায়তত খোৱাপানীৰ প্ৰধান উৎসসমূহ

১/হস্তপাম্প

২/নলীনাদ

৩/বোৰ ওৱেল

 

 

 

 

৪/অন্যান্য উৎসসমূহ

(নিজৰা/নদী/খাল/পুখুৰী/হ্ৰদ,অন্যান্য উৎসসমূহ)

 

 

 

 

৫/টেপৰ পানী

 

 

 

 

৬/নাদ

 

 

 

 

শৌচালয়ৰ সুবিধাৰ উপলব্ধতা

চৌহদৰ ভিতৰত শৌচালয়ৰ সুবিধাৰ উপলব্ধতা

 

 

 

 

 

খণ্ড

সূচকসমূহ

স্থিতি

বিষয়/সমস্যা/সুৰুঙা

প্ৰস্তাবিত কাৰ্য্য-ব্যৱস্থা

গাওঁসভাত অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহ

 

চৌহদৰ ভিতৰত শৌচালয়ৰ সুবিধা নথকা

 

 

 

 

কেঁচা শৌচালয়ৰ ব্যৱহাৰ

 

 

 

 

ৰাজহুৱা শৌচালয়ৰ ব্যৱহাৰ

 

 

 

 

মুকলিত মলত্যাগ

 

 

 

 

মহিলা আৰু শিশু

ছোৱালীৰ বিবাহৰ গড় বয়স

 

 

 

 

১৮ বছৰ বয়সৰ পূৰ্বে বিবাহ হোৱা ছোৱালী

 

 

 

 

১৮ বছৰ বয়সৰ পূৰ্বে বিবাহ হোৱা ২০-২৮ বছৰ বয়সীয়া মহিলা

 

 

 

 

জন্মৰ পঞ্জীকৰণৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰা

 

 

 

 

কৰ্মৰত শিশু(৫-১৪ বছৰ) আৰু (১৫-১৯ বছৰ) বয়সৰ

 

 

 

 

পৰিপুষ্টি

কম ওজনৰ শিশু(মধ্যম আৰু শোচনীয়)

 

 

 

 

মুজুৰা পৰা শিশু(মধ্যম আৰু শোচনীয়)

 

 

 

 

শক্তিহীন হোৱা শিশু(মধ্যম আৰু শোচনীয়)

 

 

 

 

প্ৰচুৰ পৰিমাণে গাখীৰ খুওৱা কেঁচুৱা

 

 

 

 

ৰক্তহীনতাত ভোগা শিশু

 

 

 

 

কিশোৰীসকলৰ মাজত ৰক্তহীনতা(১৫-১৯ বছৰ) বয়সৰ

 

 

 

 

গৰ্ভৱতী মহিলাসকলৰ মাজত ৰক্তহীনতা

 

 

 

 

আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰা পৰিয়াল

 

 

 

 

পথ-সংযোগ

পথৰ মুঠ দৈৰ্ঘ্য(কিলোমিটাৰ হিচাপত)

 

 

 

 

ক)ব্লেক টপিং ৰাস্তা

১/ঘাইপথ(ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক)

 

 

 

 

৩/প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ

 

 

 

 

খ)মাটিৰ (কেঁচা) ৰাস্তা

১/শিলগুটি দিয়া

 

 

 

 

২/শিলগুটি নিদিয়া

 

 

 

 

 

 

খণ্ড

সূচকসমূহ

স্থিতি

বিষয়/সমস্যা/সুৰুঙা

প্ৰস্তাবিত কাৰ্য্য-ব্যৱস্থা

গাওঁসভাত অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহ

 

গ)মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত নিৰ্মিতু পথ

 

 

 

 

ঘ)নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজন হোৱা পথৰ দৈৰ্ঘ্য

 

 

 

 

ঙ)কালভাৰ্ট

 

 

 

 

চ)চুঙা পুল(হিউম পাইপ)

 

 

 

 

গ্ৰাম্য আন্ত:গাঁথনি

বৈদ্যুতিক শক্তি

বজাৰৰ চালিঘৰ

বৈদ্যুতিক সংযোগী ঘৰ

 

 

 

 

বৈদ্যুতিক সংযোগবিহীন ঘৰ

 

 

 

 

ৰাস্তাৰ দাঁতিৰ বিজুলি চাকি

 

 

 

 

গৃহ আৰু অন্যান্য সুখপ্ৰদ সা-সুবিধা

পকী ঘৰ

 

 

 

 

১/ইন্দিৰা আৱাস যোজনা(সংখ্যা)

 

 

 

 

২/ নিজে সজা ঘৰৰ সংখ্যা

 

 

 

 

৩/ কেঁচা ঘৰ

 

 

 

 

৪/ খেলপথাৰ

 

 

 

 

৫/ উদ্যান

 

 

 

 

৬/ শ্মশান

 

 

 

 

৭/কৱৰস্থান

 

 

 

 

 

 

 

 

 

 

 

জীৱিকা

জীৱিকাৰ উৎসসমূহ(জীৱিকাৰ সৈতে জড়িত পৰিয়ালসমূহৰ সংখ্যা)

ক/ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী

 

 

 

 

খ/ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী

 

 

 

 

গ/কৃষি

 

 

 

 

ঘ/গাহৰি পালন

 

 

 

 

ঙ/ছাগলী পালন

 

 

 

 

চ/হাঁহ পালন

 

 

 

 

ছ/কুকুৰা পালন

 

 

 

 

জ/বয়ন

 

 

 

 

ঝ/ক্ষুদ্ৰ ব্যৱসায়

 

 

 

 

ঞ/গ্ৰাম্য কাৰিকৰ

 

 

 

 

ট/মজুৰি উপাৰ্জনকাৰী

 

 

 

 

ঠ/অন্যান্য

১/

২/

 

 

 

 

কৃষি

ক/মুঠ খেতিৰ উপযোগী ভূমি(কালি)

-বিঘা

 

 

 

জলসিঞ্চিত

-বিঘা

 

 

 

 

অজলসিঞ্চিত

-বিঘা

 

 

 

 

খণ্ড

সূচকসমূহ

স্থিতি

বিষয়/সমস্যা/সুৰুঙা

প্ৰস্তাবিত কাৰ্য্য-ব্যৱস্থা

গাওঁসভাত অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়সমূহ

দ ভূমি

-বিঘা

 

 

 

ওখ ভূমি

-বিঘা

 

 

 

খ/প্ৰধান উৎপন্ন শস্য

-বিঘা

 

 

 

১/শীতকালীন ধান

-বিঘা

 

 

 

২/ৰবি শস্য

-বিঘা

 

 

 

৩/শাক-পাচলি(ৰবি)

-বিঘা

 

 

 

৪/শাক-পাচলি(খাৰীফ)

-বিঘা

 

 

 

৫/ফুলৰ খেতি

নাম:

১/

২/

-বিঘা

 

 

 

৬/উদ্যান শস্য

নাম:

১/

২/

-বিঘা

 

 

 

 

 

 

 

সামাজিক সুৰক্ষাৰ উপায়সমূহ

ইন্দিৰা গান্ধ্যী ৰাষ্ট্ৰীয় বৃদ্ধকালীন পেন্সন আঁচনি

 

 

 

 

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনি

 

 

 

 

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিকভাৱে অক্ষম লোকৰ পেন্সন আঁচনি

 

 

 

 

ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি

 

 

 

 

নিম্নলিখিত আঁচনিসমূহৰ হিতাধিকাৰী:

ক/জন ধন যোজনা

খ/অটল পেন্সন যোজনা

গ/ৰাষ্ট্ৰীয় সামাজিক পেন্সন আঁচনি

ঘ/অন্যান্য বীমা আঁচনি

 

 

 

 

ৰাজহুৱা বিতৰণ ব্যৱস্থা

সুলভ মূল্যৰ দোকানৰ সংখ্যা

 

 

 

 

প্ৰতি মাহত প্ৰতি ব্যক্তিৰ বাবে সামগ্ৰীৰ গড় পৰিমাণ(সকলোৰে বাবে)

ক/চেনী

খ/আটা

গ/কেৰাচিন তেল

ঘ/চাউল

ঙ/অন্যান্য

 

 

 

 

প্ৰতি মাহত প্ৰতি ব্যক্তিৰ বাবে সামগ্ৰীৰ গড় পৰিমাণ(দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে)

ক/চাউল

খ/আটা

গ/কেৰাচিন তেল

ঘ/চেনী

 

 

 

 

 

তথ্যসমূহৰ সাৰাংশ

প্ৰাথমিক আৰু গৌণ উভয়বিধ তথ্যৰাজিৰ সংক্ষিপ্ত ৰূপ প্ৰদান কৰাৰ পিছত, গাওঁ পঞ্চায়তখনৰ বৰ্তমানৰ স্থিতি বা অৱস্থাৰ বিষয়ে জানিবৰ কাৰণে, নিম্নলিখিত সংক্ষিপ্ত প্ৰ-পত্ৰখন ব্যৱহাৰ কৰা হয়।

 

বিশ্লেষণৰ ক্ষেত্ৰ

সাম্প্ৰতিক স্থিতি(অংশগ্ৰহণমূকল গ্ৰাম্য সূচিতকৰণ, গুৰুত্ব আৰোপিত দলৰ আলোচনা, পৰিয়ালৰ জৰীপ আৰু গৌণ তথ্য)

চাহিদা(পৰিস্থিতি বিশ্লেষণৰ ফলাফলৰ ভিত্তিত)

উন্নয়নত থকা সুৰুঙা(চাহিদা- সাম্প্ৰতিক)

ৰিজনি ৰাষ্ট্ৰীয় গড় বনাম স্থানীয় অৱস্থা

স্থিতি বা অৱস্থা

ৰাষ্ট্ৰীয়

জিলা

শোচনীয়

মধ্যম

পৰ্য্যাপ্ত

আন্ত:গাথনি আৰু অসামৰিক সেৱাসমূহ

খোৱাপানী যোগান

 

 

 

 

 

 

 

 

অনাময়

 

 

 

 

 

 

 

 

কালভাৰ্ট/চুঙা পুল

 

 

 

 

 

 

 

 

পদপথ

 

 

 

 

 

 

 

 

ৰাস্তাৰ দাঁতিৰ বিজুলি চাকি

 

 

 

 

 

 

 

 

নৰ্দমা

 

 

 

 

 

 

 

 

জলসিঞ্চন

 

 

 

 

 

 

 

 

বিজুলি সংযোগ

 

 

 

 

 

 

 

 

দুৰ্যোগ প্ৰশমন

 

 

 

 

 

 

 

 

উদ্যান

 

 

 

 

 

 

 

 

খেলপথাৰ

 

 

 

 

 

 

 

 

শ্মশান/কবৰস্থান

 

 

 

 

 

 

 

 

শিক্ষা

অঙ্গনৱাড়ী

 

 

 

 

 

 

 

 

প্ৰাক প্ৰাথমিক

 

 

 

 

 

 

 

 

প্ৰাথমিক বিদ্যালয়

 

 

 

 

 

 

 

 

উচ্চ ইংৰাজী বিদ্যালয়

 

 

 

 

 

 

 

 

উচ্চ শিক্ষা

 

 

 

 

 

 

 

 

সামগ্ৰিক আন্ত:গাঁথনি

 

 

 

 

 

 

 

 

বিদ্যালয় আধাতে এৰা

 

 

 

 

 

 

 

 

গৃহনিৰ্মাণ

পকী ঘৰ

 

 

 

 

 

 

 

 

কেঁচা ঘৰ

 

 

 

 

 

 

 

 

খেৰী ঘৰ

 

 

 

 

 

 

 

 

ইন্দিৰা আৱাস যোজনা

 

 

 

 

 

 

 

 

সামাজিক সমৰ্থন

 

 

 

 

 

 

 

 

 

বিশ্লেষণৰ ক্ষেত্ৰ

সাম্প্ৰতিক স্থিতি(অংশগ্ৰহণমূকল গ্ৰাম্য সূচিতকৰণ, গুৰুত্ব আৰোপিত দলৰ আলোচনা, পৰিয়ালৰ জৰীপ আৰু গৌণ তথ্য)

চাহিদা(পৰিস্থিতি বিশ্লেষণৰ ফলাফলৰ ভিত্তিত)

উন্নয়নত থকা সুৰুঙা(চাহিদা- সাম্প্ৰতিক)

ৰিজনি ৰাষ্ট্ৰীয় গড় বনাম স্থানীয় অৱস্থা

স্থিতি বা অৱস্থা

ৰাষ্ট্ৰীয়

জিলা

শোচনীয়

মধ্যম

পৰ্য্যাপ্ত

স্বাস্থ্য

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ/উপকেন্দ্ৰ

 

 

 

 

 

 

 

 

ব্যক্তিগত চিকিৎসালয়

 

 

 

 

 

 

 

 

আশাকৰ্মী

 

 

 

 

 

 

 

 

প্ৰশিক্ষিত মঞ্চ

 

 

 

 

 

 

 

 

কৃষি

ভূমিহীন কৃষক

 

 

 

 

 

 

 

 

উপান্ত খেতিয়ক

 

 

 

 

 

 

 

 

ক্ষুদ্ৰ খেতিয়ক

 

 

 

 

 

 

 

 

জলসিঞ্চন

 

 

 

 

 

 

 

 

বীজ

 

 

 

 

 

 

 

 

মানৱ সম্পদ

 

 

 

 

 

 

 

 

প্ৰযুক্তি

 

 

 

 

 

 

 

 

বজাৰ

 

 

 

 

 

 

 

 

কিষাণ ক্ৰেডিট কাৰ্ড

 

 

 

 

 

 

 

 

ভাণ্ডাৰ

 

 

 

 

 

 

 

 

সামাজিক সুৰক্ষা

বৃদ্ধকালীন পেন্সন

 

 

 

 

 

 

 

 

বিধবা পেন্সন

 

 

 

 

 

 

 

 

শাৰীৰিকভাৱে অক্ষমতা

 

 

 

 

 

 

 

 

ৰা: প: কল্যাণ যোজনা

 

 

 

 

 

 

 

 

অন্নপূৰ্ণা

 

 

 

 

 

 

 

 

অন্তোদয়া

 

 

 

 

 

 

 

 

অন্যান্য উন্নয়নমূলক কাৰ্য্যসূচী

ম: গা: ৰা: নি: নি: আইন

 

 

 

 

 

 

 

 

প্ৰ: ম: গ্ৰাম চড়ক যোজনা

 

 

 

 

 

 

 

 

বা: গ্ৰা: জীৱিকা মিছন

 

 

 

 

 

 

 

 

ডি.ডি.ইউ.-জি.ক.ওৱাই

 

 

 

 

 

 

 

 

 

 

বিশ্লেষণৰ ক্ষেত্ৰ

সাম্প্ৰতিক স্থিতি(অংশগ্ৰহণমূকল গ্ৰাম্য সূচিতকৰণ, গুৰুত্ব আৰোপিত দলৰ আলোচনা, পৰিয়ালৰ জৰীপ আৰু গৌণ তথ্য)

চাহিদা(পৰিস্থিতি বিশ্লেষণৰ ফলাফলৰ ভিত্তিত)

উন্নয়নত থকা সুৰুঙা(চাহিদা- সাম্প্ৰতিক)

ৰিজনি ৰাষ্ট্ৰীয় গড় বনাম স্থানীয় অৱস্থা

স্থিতি বা অৱস্থা

ৰাষ্ট্ৰীয়

জিলা

শোচনীয়

মধ্যম

পৰ্য্যাপ্ত

ৰাজহুৱা বিতৰণ ব্যৱস্থা

সুলভ মূল্যৰ দোকানৰ সংখ্যা

 

 

 

 

 

 

 

 

সুলভ মূল্যৰ দোকানৰ সেৱা

 

 

 

 

 

 

 

 

অসুৰক্ষিত শ্ৰেণী

শাৰীৰিকভাৱে অক্ষম

 

 

 

 

 

 

 

 

দুৰ্যোগ প্ৰৱণ

 

 

 

 

 

 

 

 

শৰণাৰ্থী

 

 

 

 

 

 

 

 

অপসাৰিত

 

 

 

 

 

 

 

 

মহিলা আৰু শিশু

অকলশৰীয়া মহিলা

 

 

 

 

 

 

 

 

বিধৱা

 

 

 

 

 

 

 

 

অপৰিপুষ্টি

 

 

 

 

 

 

 

 

কেঁচুৱাৰ মৃত্যুৰ হাৰ

 

 

 

 

 

 

 

 

মাতৃৰ মৃত্যুৰ হাৰ

 

 

 

 

 

 

 

 

অনুসূচীত জনজাতি

বিশেষ আঁচনি আৰু কাৰ্য্যসূচীৰ হিতাধিকাৰী

 

 

 

 

 

 

 

 

সাংবিধানিক কৱচ

 

 

 

 

 

 

 

 

অনুসূচীত জাতি

বিশেষ আঁচনি আৰু কাৰ্য্যসূচীৰে হিতাধিকাৰী

 

 

 

 

 

 

 

 

সাংবিধানিক কৱচ

 

 

 

 

 

 

 

 

অন্যান্য পিছপৰা সম্প্ৰদায়

বিশেষ আঁচনি আৰু কাৰ্য্যসূচীৰে হিতাধিকাৰী

 

 

 

 

 

 

 

 

সাংবিধানিক কৱচ

 

 

 

 

 

 

 

 

 

ওপৰত উল্লেখ কৰা সংক্ষিপ্ত তালিকাখন পূৰণ কৰাৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া পদক্ষেপসমূহ:

পৰিস্থিতিৰ বিশ্লেষণে দুটা কথা আয়ত্ব কৰিব লাগিব, যেনে-গুণগত তথ্যৰাজি আৰু বিষয়সমূহ আৰু ইটো খণ্ডৰ পৰা সিটো খণ্ডৰ সৈতে জড়িত সুনিৰ্দিষ্ট সমস্যাসমূহ।

১: বিশ্লেষণৰ ক্ষেত্ৰসমূহ:

প্ৰ-পত্ৰসমূহ সমল ব্যক্তিৰ দ্বাৰা পূৰণ কৰা হ’ব লাগিব। অংশগ্ৰহণমূলক গ্ৰাম্য সূচিতকৰণকে ধৰি পৰিস্থিতিৰ বিশ্লেষণৰ পিছত, তথ্যসমূহ সংগ্ৰহ কৰিব লাগিব। চিনাক্ত কৰা কামবিলাকৰ বিভিন্ন উপাদানসমূহ বিস্তাৰিত কৰিব লাগিব।

উদাহৰণস্বৰূপে

  • আন্ত:গাঁথনি আৰু অসামৰিক বুনিয়াদী সেৱাসমূহ
  • শিক্ষা
  • গৃহনিৰ্মাণ
  • স্বাস্থ্য
  • কৃষি
  • সামাজিক সুৰক্ষা
  • অন্যান্য উন্নয়নমূলক কাৰ্য্যসূচী
  • ৰাজহুৱা বিতৰণ ব্যৱস্থা
  • মহিলা আৰু শিশু
  • অনুসূচীত জনজাতি/অনুসূচীত জাতি/অন্যান্য পিছপৰা সম্প্ৰদায়

২. সাম্প্ৰতিক পৰিস্থিতি:

পৰিস্থিতি বুলিলে, পৰিস্থিতি অধ্যয়নৰ জৰিয়তে উপলব্ধি কৰা অনুসাৰে গাওঁৰ বিভিন্ন খণ্ডসমূহৰ বৰ্তমানৰ স্থিতি বা অৱস্থাকে বুজায়। ইসম্প্ৰতি চলি থকা আঁচনিসমূহ, ইয়াৰ জৰিয়তে সামৰি লোৱা ব্যক্তি বা এলেকাবিলাক, ৰূপায়ণৰ গুণগত মান আদিও পৰিস্থিতি বিশ্লেষণৰ ভিতৰত অন্তৰ্ভূক্ত কৰি লোৱা হয়। উদাহৰণস্বৰূপে, আমি যদি ৰাস্তাৰ অৱস্থাৰ কথা ধৰি লওঁ, তেনেহ’লে ইয়াক দুটা ক্ষেত্ৰত অৰ্থাৎ বেয়া সংযোগ ব্যৱস্থা আৰু ভাল সংযোগ ব্যৱস্থা হিচাপে পৃথক কৰিব পৰা যাব। পৰিস্থিত বিশ্লেষণৰ প্ৰ-পত্ৰ, অনুবদ্ধত সন্নিৱিষ্ট কৰা হৈছে।

৩. চাহিদা বা প্ৰয়োজন:

পৰিস্থিতি বিশ্লেষণৰ জৰিয়তে, ক্ষেত্ৰবিলাকৰ চাহিদাসমূহৰ চিনাক্ত কৰিব পৰা যায়। সেইদৰে, অংশগ্ৰহণমূলক গ্ৰাম্য সূচিতকৰণৰ জৰিয়তে, সেৱাসমূহৰ ব্যৱস্থাবিলাকৰ গুণগত মানৰ বিষয়ে অৱগত হ’ব পৰা যায়। সকলো ঋতুৰে উপযোগী ৰাস্তা, উপযোগী বিদ্যালয় ভৱন, মহিলাসকলৰ জীৱিকাৰ দৰে চাহিদাসমূহ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ।

৪. ব্যৱধান বা সুৰুঙা:

সুৰুঙা বা ব্যৱধান হৈছে, সাম্প্ৰাতিক পৰিস্থিতি আৰু চাহিদাসমূহৰ মাজত থকা পাৰ্থক্য। বৰ্তমানে থকা চাহিদাসমূহৰ পৰা সাম্প্ৰাতিক অৱস্থা বা পৰিস্থিতি বাদ দিলে ইয়াক পোৱা যাব। উদাহৰণস্বৰূপে, আৱাস গ্ৰৰ্হবিলাকত পানীযোগানৰ পাইপৰ কথা ধৰিব পৰা যায়। উক্ত এলেকাটোৰ ২০০টা পৰিয়ালৰ বাবে পানীযোগানৰ পাইপৰ আৱশ্যক। কিন্তু, সম্প্ৰ্তি তাত কেৱল ৫০ টা পৰিয়ালৰ বাবেহে পানীযোগানৰ পাইপ আছে। গতিকে এইক্ষেত্ৰত সুৰুঙা বা ব্যৱধান হৈছে ১৫০,(যিহেতু ২০০-৫০=১৫০)

৫.ৰিজনি:

ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্য্যায়ৰ তথ্যসমূহৰ সৈতে তুলনা কৰি, বিভিন্ন খণ্ডৰ পৰিস্থিতি বিশ্লেষণ কৰিব লাগিব। স্থানীয় পৰ্যায়ত বিভিন্ন উৎসসমূহৰ পৰা গৌণ তথ্যসমূহ সংগ্ৰহ কৰিব পৰা যায়। সৰলভাৱে, পৃথক পৃথক স্তম্ভ বা কলমত তথ্যসমূহ ভৰোৱা হ’লে, ইয়ে পৰিষ্কাৰ ভাৱে এক বিশেষ সূচকৰ বিষয়ে গাওঁখনৰ অৱস্থা বা পৰিস্থিতি সূচাব আৰু লগতে স্থুল পৰ্যায়ৰ পৰা ইয়াৰ কিমান বিচ্যুতি ঘটে তাৰ উমান পোৱা যায়।

৬. স্থিতি বা অৱস্থা:

স্থিতি বা অৱস্থাক শোচনীয়, মধ্যম আৰু পৰ্য্যাপ্ত এই তিনিটা শ্ৰেণীত ভাগ কৰিব পৰা যায়। অৱস্থা পৰ্যাপ্ত বুলিলে বুজা যাব যে, উক্ত সমস্যাটো শীঘ্ৰেই মনোযোগ দিবলগীয়া নহয়। অৱস্থা মধ্যম বুলিলে বুজা যাব যে সমস্যাটো নূন্যতম অৱস্থাৰ ওপৰত। আনহাতে অৱস্থা শোচনীয় বুলিলে সমস্যাটো শীঘ্ৰে সমাধান কৰাৰ প্ৰয়োজন বুলি বুজাব।

 

অনুবদ্ধ ৮

বাৰ্ষিক পৰিকল্পনা অনুমোদনৰ বাবে পঞ্চায়ত কমিটিৰ বৈঠক-

 

যিহেতু চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজি ইতিমধ্যে আগবঢ়োৱা হৈছে, গতিকে ২০১৫-২০ চনৰ বাবে বাৰ্ষিক পৰিকল্পনা দাখিল আৰু অনুমোদন কৰা হ’ব লাগিব। কেৱল পৰিকল্পনাখন গ্ৰহণ কৰাৰ পিছতহে, পুঁজি ব্যৱহাৰ কৰিব পৰা যাব। প্ৰথমখন গাওঁসভা অনুষ্ঠিত হৈ যোৱাৰ পিছত, গাওঁ পঞ্চায়ত কমিটিয়ে কাৰ্যকৰী দলৰ সহায়ত পৰিকল্পনাখন প্ৰস্তুত কৰিব পাৰিব।

অনুবদ্ধ ৪.১ উদ্দেশ্যসমূহ

  • সময়মতে ৰূপায়ণ কৰিব পৰাকৈ, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত, প্ৰথম বছৰৰ বাবে বাৰ্ষিক পৰিকল্পনা অনুমোদন কৰা।
  • নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণৰ কাম আৰম্ভ কৰা।

অনুবদ্ধ ৪.২ প্ৰস্তুতিমূলক কাৰ্য্যকলাপ

  • পঞ্চায়ত সমল গোটৰ সহায়ত বাৰ্ষিক পৰিকল্পনা প্ৰস্তুতি।
  • গাওঁসভাই ইয়াৰ বৈঠকত চিনাক্ত কৰা বিষয় তথা সমস্যাসমূহ একত্ৰিত কৰা।
  • কাৰিকৰী কোষ তথা উন্নয়ন খণ্ড পৰ্যায়ৰ বিষয়াসকলৰ সহযোগত প্ৰকল্পসমূহৰ বিস্তৃত প্ৰাককলন প্ৰস্তুত কৰা।
  • সদস্যসকলৰ মাজত পৰিকল্পনাৰ দলিলখন বিতৰণ কৰা।

অবুবদ্ধ ৪.৩ কাৰ্য্যকলাপ

পঞ্চায়ত কমিটিৰ বৈঠক

কাৰ্য্যসূচী

  • প্ৰকল্পসমূহৰ বিস্তাৰিত বিৱৰণৰ সৈতে, নিৰ্দ্ধাৰিত প্ৰ-পত্ৰত প্ৰথম বছৰৰ বাৰ্ষিক পৰিকল্পনাখন উপস্থাপন কৰা।
  • পৰিকল্পনাখনৰ বিষয়ে আলোচনা আৰু অনুমোদন(কেৱল গাঁওসভাৰ সিদ্ধান্তসমূহৰ ভিত্তিত গ্ৰহণ কৰা প্ৰকল্পসমূহৰ বাবে)
  • অনুমোদিত পৰিকল্পনাখন গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ দ্বাৰা স্বাক্ষৰিত আৰু সভাত উপস্থিত থকা সদস্যসকলৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত কৰা হ’ব লাগে।
  • পৰিকল্পনাখন গাওঁ পঞ্চায়ত কমিটিৰ দ্বাৰা চৰ্তসাপেক্ষে অনুমোদন কৰা হ’ব লাগে। বাৰ্ষিক পৰিকল্পনাখন পৰৱৰ্তী গাওঁসভাৰ বৈঠকত নিশ্চিত কৰিব লাগিব।

অনুবদ্ধ ৪.৪ পৰৱৰ্তী কাৰ্য্যকলাপ

  • অনুমোদিত পৰিকল্পনা আৰু প্ৰকল্পসমূহ গাওঁ পঞ্চায়তৰ জাননী ফলি আৰু অন্যান্য গাওঁ পঞ্চায়ত পৰ্য্যায়ৰ অনুষ্ঠানসমূহৰ জাননী ফলিত প্ৰকাশ কৰা।
  • কাৰিকৰী কোষৰ পৰা কাৰিকৰী অনুমোদন লোৱা।
  • ৰূপায়ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা।
  • পৰৱৰ্তী গাওঁসভাৰ বৈঠকত ২০১৫-২০ চনৰ বাৰ্ষিক পৰিকল্পনা নিশ্চিত কৰা।

 

২০১৫-১৬ চনৰ বাৰ্ষিক্ পৰিকল্পনাৰ বাবে প্ৰ-পত্ৰ-

 

ক্ৰমিক নং

উন্নয়নৰ বিষয়

প্ৰকল্পৰ নাম

প্ৰকল্পৰ উপাদানসমূহ

প্ৰকল্পৰ ব্যয়

পুঁজিৰ উৎস

ৰূপায়ণৰ কৌশল

ৰূপায়ণৰ সময়সীমা

চতুৰ্দশ বিত্তীয় আয়োগ

অন্যান্য

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

১. উন্নয়নমূলক বিষয়: শীঘ্ৰে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হিচাপে চিনাক্তকৃত সমস্যাসমূহ।

২. প্ৰকল্পৰ নাম: সমস্যাটো সমাধান কৰিবলৈ প্ৰস্তুত কৰা প্ৰকল্পটো।

৩. প্ৰকল্পটোৰ উপাদান: প্ৰকল্পটোত সামৰি ল’বলগীয়া প্ৰকল্পটোৰ প্ৰধান উপাদান হৈছে বিত্তীয় পুঁজি।

৪. প্ৰকল্পৰ ব্যয়: প্ৰকল্পটোৰ প্ৰাককলিত ব্যয়।

৫. পুঁজিৰ উৎস: চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ পৰানে অন্য কোনো পুঁজিৰ পৰা বিত্তৰ যোগান ধৰা হ’ব অন্য পুঁজিৰ পৰা হ’লে সেইটো বিশেষভাৱে উল্লেখ কৰিব লাগিব।

৬. ৰূপায়ণৰ কৌশল: ইয়াৰ ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা আৰু বিভিন্ন অংশীদাৰসকলৰ ভূমিকা।

৭. প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা সময়।

  • গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা অনুসাৰে প্ৰকল্পৰ প্ৰতিবেদনখন প্ৰস্তুত কৰিব লাগে।
  • নিৰ্দ্ধাৰিত পদ্ধতি অনুসাৰে কাৰিকৰী কোষৰ পৰা কাৰিকৰী সংমোদন ল’ব লাগে।
  • পৰৱৰ্তী গাওঁসভাৰ বৈঠকত পৰিকল্পনাখন নিশ্চিত কৰিব লাগে।

 

উৎস-ৰাষ্ট্ৰীয় গাম্য উন্নয়ন প্ৰতিষ্ঠান

2.89743589744
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top