মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(MGNREGS):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(MGNREGS):

মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(MGNREGS)ৰ বিষয়ে লিখা হৈছে

 

গ্ৰাম্য অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ সবল পদক্ষেপ

আপুনি জানেনে:

 

  • এম জি এন ৰে গাৰ অধীনত কাম বিচাৰি আবেদন কৰাৰ ১৫ দিনৰ ভিতৰত কাম পোৱা আৰু কাম শেষ কৰাৰ ১৫ দিনৰ ভিতৰত মজুৰি পোৱাটো নিশ্চিত।
  • আপোনাৰ জব কাৰ্ডত আপুনি কৰা কামৰ খতিয়ান ভৰাবলৈ নাপাহৰিব।
  • আপোনাৰ জব কাৰ্ড আৰু পাছ বুক কেৱল আপোনাৰ। কেতিয়াও আনক ব্যৱহাৰ কৰিবলৈ নিদিব।
  • বেংকৰ একাউন্টৰ পৰা টকা নিজে উলিয়াব।
  • আপোনাৰ অঞ্চলৰ উন্নয়নৰ বাবে আমাৰ গাঁও আমাৰ আঁচনিৰ যোগেদি চলিত বৰ্ষৰ বাবে গ্ৰহণ কৰা
  • আঁচনিসমূহত ইতিমধ্যে অনুমোদন জনোৱা হৈছে। কামৰ বাবে আবেদন কৰক-

১)এই আঁচনিৰ অধীনত কোনো ঠিকাদাৰে কাম কৰি থকাৰ সম্ভেদ পাইছে নেকি?

২)আপোনাৰ জব কাৰ্ড বা পাছ বুক কোনো লোকে বিচাৰিছে নেকি?

৩)কোনোবাই জব কাৰ্ড ভাড়া দিয়া তথ্য আপোনাৰ হাতত আছে নেকি?

তেন্তে পলম নকৰি ততালিকে খবৰ দিয়ক।

যিকোনো কথা জানিব লাগিলে বা জনাবলগীয়া থাকিলে ফোন কৰক এই নম্বৰলৈ- ১৮০০৩৪৫৩৭১৪, ৯৪০১২৭১৭৭৭, ৯৪০১০১৩২২২ ।

এচ এম এচ কৰক- ৯৪০১৮-৮৯০২৪ নম্বৰলৈ।

ফটো আৰু ভিডিঅ’ পঠিয়াবলৈ হোৱাটচএপ কৰক- ৯৪০১৮-৮৯০২৫ নম্বৰলৈ।

উৎস:পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম।

3.11538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top