অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰচলিত ধাৰণাৰ প্ৰত্যাহ্বান আৰু সত্যতাৰ উপস্থাপন

প্ৰচলিত ধাৰণাৰ প্ৰত্যাহ্বান আৰু সত্যতাৰ উপস্থাপন

  • বাধাগ্ৰস্ত ব্যক্তিসকলৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অংশগ্ৰহণ
  • সকলো ব্যক্তিৰে ৰাজনৈতিক আৰু সামাজিক জীৱনত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে।

  • বাধাগ্ৰস্ত লোকসকলৰ স্বাস্থ্যৰ অধিকাৰ
  • আন সকলো লোকৰ দৰে বাধাগ্ৰস্ত লোকসকলৰো স্বাস্থ্যৰ অধিকাৰ আছে।

  • বাধাগ্ৰস্ততা কি?
  • আমি এখন ভিন্নতাৰ পৃথিৱীত বাস কৰো-য’ত মানুহ ওখ আৰু চাপৰ, বগা আৰু ক’লা, ধনী আৰু দুখীয়া, শিক্ষিত আৰু অশিক্ষিত একেলগে জীয়াই থাকে। প্ৰথমে আমি সকলো মানুহ। সেইদৰেই বাধাগ্ৰস্ত ব্যক্তিসকলে প্ৰথমে এজন মানুহ। তেওঁলোকেও বাধাগ্ৰ্স্ত নোহোৱা ব্যক্তিসকলৰ দৰেই সকলো সুবিধা লাভ কৰিব পাৰে।

  • সমাজৰ লগত জড়িত কৰা স্বাধীন আৰু নিৰ্ভৰশীল
  • এই পৃথিৱীত আমি সকলোৱে নিৰ্ভৰশীল। বাধাগ্ৰ্স্ত হওক বা নহওক পৰিয়াল আৰু সমাজত দিয়া লোৱা এটা অবিচ্ছেদ্য অংগ।

  • ৰাষ্ট্ৰীয় ন্যাস
  • বাধাগ্ৰস্তসকলক সৰ্বসাধাৰণৰ মাজৰ এজন বুলি কেনেকৈ স্বীকৃতি দিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।

  • ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ
  • ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ ইয়াত দিয়া আছে।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate