মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / পোষ্ট অফিচৰ কেইটামান সঞ্চয়ৰ বিষয়ে জানি থওক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পোষ্ট অফিচৰ কেইটামান সঞ্চয়ৰ বিষয়ে জানি থওক

পোষ্ট অফিচৰ কেইটামান সঞ্চয়ৰ বিষয়ে জানি থওক

১) পোষ্ট অফিচ টাইম ডিপোজিট।

২) ৬ বছৰৰ জাতীয় চাৰ্টিফিকেট। সুদ শতকৰা বছৰি ১২ শতাংশ টকা।

৩) চেভিংচ বেংক পাচবুক বছৰে চক্ৰবৃদ্ধি হাৰত সুদ।

৪) পাঁচ বছৰৰ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট। সুদ ১১.৫ শতাংশ হাৰ।

৫) ইন্দিৰা বিকাশ পত্ৰ।

৬) হোম চেভিংচ বেংক।

৭) ৭ বছৰীয়া সঞ্চয় চাৰ্টিফিকেট।

৮) ১০ বছৰ ম্যাদী সামাজিক নিৰাপত্তা চাৰ্টিফিকেট।

৯) জীৱন বীমা।

১০) ইউনিট ট্ৰাষ্ট।

১১) ছাত্ৰ-ছাত্ৰীৰ বাবে সঞ্চয়িকা আঁচনি।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰিতু গগৈ।

3.21739130435
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top