অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাঠ-৬ পৰামৰ্শ আৰু সহায় বিচৰা

বিভিন্ন বিত্তীয় পৰামৰ্শ আৰু সহায়সমূহ কʼৰ পৰা লাভ কৰিবলৈ সক্ষম হʼব সেই বিষয়ে আলোচনা কৰা হৈছে।

৬.১ জ্ঞাত হৈ থকা
বিত্তীয় বিষয়ক কি বোৰ কথা সদায় জ্ঞাত হৈ থাকিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে।
৬.২ পৰামৰ্শৰ উৎসসমূহ
পৰামৰ্শৰ উৎসসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
৬.৩ অভিযোগ জনোৱা আৰু বিনিয়োগৰ সময়ত ল’ব লগা সুৰক্ষা ব্যৱস্থাসমূহ
অভিযোগ জনোৱা আৰু বিনিয়োগৰ সময়ত ল’ব লগা সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
৬.৪ প্ৰশ্নমালা
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰে।
দিক্‌ নিৰ্ণায়ক
Back to top