মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিত্তীয় অন্তৰ্ভূক্তি

আগৰ এটা প্ৰজন্মৰ তুলনাত আজিৰ অৰ্থনৈতিক জগতখন অতিশয় জটিল৷ ৪০ বছৰৰ আগতে এটা বেংকত অথবা বিত্তীয় প্ৰতিষ্ঠানত মাত্ৰ এটা চেক সম্বলিত একাউণ্ট আৰু চেভিংচ একাউণ্টৰ হিচাপ ৰখাটোৱেই যথেষ্ট আছিল৷ এতিয়া, গ্ৰাহকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ নাগৰিকে বিভিন্ন ধৰণৰ আৰ্থিক ব্যৱস্থা আৰু পৰিসেৱাৰ মাজৰ পাথৰ্ক্য বুজিব লাগিব আৰু সেইবিলাকে প্ৰদান কৰা সামগ্ৰী আৰু সেৱাৰ বিষয়ে জানিব লাগিব৷ আগতে, নূন্যতম হাৰত ঋণ গ্ৰহণ কৰা প্ৰজন্মই ঋণৰ সাম্ভাব্য যৌগিক সুতৰ জটিলতা আৰু ঋণ হিচাপসমূহ সঠিকভাৱে পৰিচালনা নকৰাৰ সমস্যা ভালদৰে বুজাৰ কোনো আৱশ্যকতা নাছিল৷

জি এছ টি
জি এছ টি ৰ বিষয়ে লিখা হৈছে
সামগ্ৰী আৰু সেৱা কৰ আইনৰ এটি পৰ্যালোচনা
সামগ্ৰী আৰু সেৱা কৰ আইনৰ এটি পৰ্যালোচনা বিষয়ে লিখা হৈছে
এনপিএছ(নেচনেল পেঞ্চন স্কিম)– কৰ্প’ৰেট চাকৰিয়াল আৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে
এন পি এছ – কৰ্প’ৰেট চাকৰিয়াল আৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে-
মিউচুৱেল ফাণ্ড সম্পৰ্কে কিছু কথা-৪ :
মিউচুৱেল ফাণ্ড সম্পৰ্কে কিছু কথা-৪
মিউচুৱেল ফাণ্ড সম্পৰ্কে বহুতো জানিবলগীয়া কথা
দিক্‌ নিৰ্ণায়ক
Back to top