অংশিদাৰী

আলোচনা মঞ্চ

এই মঞ্চত সমাজ কল্যাণ সম্পৰ্কীয় আলোচনা কৰা হৈছে।

কোনো বিষয়ৰ আলোচনা আৰম্ভ কৰিবলৈ বা পূৰ্বৰে পৰা চলি থকা আলোচনাত ভাগ লবলৈ হ’লে তালিকাৰ পৰা প্ৰাসংগিক মঞ্চ নিৰ্বাচন কৰক।
মঞ্চৰ নাম আলোচনা অতি শেহতীয়া আলোচনা কৰিছে
মাজুলীক বিশ্বৰ অন্যতম আকৰ্ষনীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়াত আপোনাৰ মতামত কি? মাজুলীক বিশ্বৰ অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ, সত্ৰীয়া সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীয় লোক কলা-কৃষ্টিৰ অনুপম ঠাই মাজুলীয়ে বিশ্ববাসীক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব। মাজুলীক শক্তিশালী জিলা হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন ক্ষেত্ৰৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে যি কাৰ্যব্যৱস্থা হাতত লৈছে সেয়া ৰাইজৰ সহযোগ অবিহনে সফল নহ’ব। ‘স্বদেশ দৰ্শন’ আঁচনিৰ অধীনত মাজুলীত অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৬০ কোটি ১১ লাখ ৭৩ হেজাৰ টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । 0 মত বিনিময় আৰম্ভ হোৱা নাই
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এই মঞ্চত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়ে আলোচনা হওঁক। 1
উত্তৰ দিছে xx
May 22. 2017
অকলশৰীয়া মাতৃৰ দায়িত্ব এই শিতানত সমাজৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় “অকলশৰীয়া মাতৃৰ দায়িত্ব”ৰ বিষয়ে ইয়াত আলোচনা কৰো আঁহক| 0 মত বিনিময় আৰম্ভ হোৱা নাই
এক মনোবৈজ্ঞানিক বিশ্লেষনঃ মিডেয়া কমপ্লেক্স: সন্তান হত্যাকাৰী মাতৃ এই আলোচনা মঞ্চত সমাজৰ এটি স্পৰ্শকাতৰ বিষয় “মিডেয়া কমপ্লেক্স: সন্তান হত্যাকাৰী মাতৃৰ” ৰ বিষয়ে আমি কিমান জ্ঞাত, সেই বিষয়ে আলোচনা কৰো আঁহক| 0 মত বিনিময় আৰম্ভ হোৱা নাই
বৃদ্ধ পেন্সন এই মঞ্চত বৃদ্ধ পেন্সন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
বৃদ্ধ পেন্সন এই মঞ্চত বৃদ্ধ পেন্সন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
প্ৰধানমন্ত্ৰী আৱাস আচঁনি এই মঞ্চত প্ৰধানমন্ত্ৰী আৱাস আচঁনিৰ বিষয়ে আলোচনা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
যৌতুক প্ৰথা তথা ইয়াৰ নিবাৰন এই মঞ্চত সমাজত প্ৰচলিত যৌতুক প্ৰথা তথা ইয়াৰ নিবাৰনৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
অন্ধবিশ্বাস আৰু ইয়াৰ ভয়াবহতা এই মঞ্চত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু ইয়াৰ ভয়াবহতা বিষয়ে আলোচনা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
যাদুমন্ত্ৰ আৰু ভেল্কীবাজী এই শিতানত যাদুমন্ত্ৰ আৰু ভেল্কীবাজীৰ বিষয়ে আলোচনা কৰা যাওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
পদপথবাসী এই শিতানত পদপথবাসীৰ বিষয়ে আলোচনা কৰা যাওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
মহিলাৰ সুৰক্ষা এই শিতানত মহিলাসকলৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা যাওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ইয়াত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা যাওঁক। 2
উত্তৰ দিছে Anonymous User
October 12. 2015
যৌতুক ইয়াত যৌতুক প্ৰথাটোৰ বিষয়ে আলোচনা কৰা যাওঁক। 2
উত্তৰ দিছে Anonymous
October 10. 2015
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এই শিতানত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ বিষয়ে আলোচনা কৰা যাওঁক। 3
উত্তৰ দিছে Anonymous
October 09. 2015
সঞ্চয় কেনেকৈ কৰিব পাৰি এই মঞ্চত সঞ্চয় কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) এই মঞ্চত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
গ্ৰাহকৰ সুৰক্ষা এই মঞ্চত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
আন্তৰ্জাতিক নাৰী দিৱস এই মঞ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
শিশুৰ অধিকাৰ সুৰক্ষা আইন, ২০০৫ এই মঞ্চত শিশুৰ অধিকাৰ সুৰক্ষা আইন, ২০০৫ৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
শিশুৰ অধিকাৰ এই মঞ্চত শিশুৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
বেটি বচাওঁ, বেটি পঢ়াওঁ এই মঞ্চত বেটি বচাওঁ, বেটি পঢ়াওঁ আঁচনিখনৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
‘স্বচ্ছ ভাৰত’ অভিযান এই মঞ্চত ‘স্বচ্ছ ভাৰত’ অভিযানৰ বিষয়ে আলোচনা কৰা হওঁক। 1
উত্তৰ দিছে Anonymous
February 10. 2015
অনাথ আৰু পথৰ শিশু এই মঞ্চত অনাথ আৰু পথৰ শিশুসকলৰ বিষয়ে আলোচনা কৰা হওক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
নাৰী সৱলীকৰণ এই মঞ্চত নাৰী সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বা বিভিন্ন সংগঠনে লʼব লগা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
বিত্তীয় পৰিকল্পনা এই মঞ্চত বিত্তীয় পৰিকল্পনা কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
মাদক দ্ৰৱ্যৰ বিৰুদ্ধে এই মঞ্চত মাদক দ্ৰৱ্যৰ অপকাৰিতাৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
সামাজিক সুৰক্ষা এই মঞ্চত সামাজিক সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
আইনী সাহাৰ্য্য এই মঞ্চত সাধাৰণ লোকে কি দৰে আইনী সাহাৰ্য্য পাব পাৰে সেই বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
পিছপৰা সম্প্ৰদায়ৰ কল্যাণ এই মঞ্চত পিছপৰা সম্প্ৰদায়ৰ কল্যাণ কেনেদৰে সম্ভৱ হʼব সেই বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
বেচৰকাৰী/স্বেচ্ছাসেৱী খণ্ড এই শিতানত বেচৰকাৰী/স্বেচ্ছাসেৱী খণ্ড সমূহৰ কাম-কাজৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
নগৰৰ দাৰিদ্ৰতা উপশম কৰা এই শিতানত কেনেদৰে নগৰৰ দৰিদ্ৰতা উপশম কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
গ্ৰাম্য দাৰিদ্ৰতা উপশম কৰা এই মঞ্চত গ্ৰাম্য দাৰিদ্ৰতা উপশমৰ বিষয়ে আলোচনা কৰো আহক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
নীতি আৰু আঁচনিসমূহ এই মঞ্চত সমাজ কল্যাণৰ বাবে চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন নীতি/আঁচনি, আইন আদিৰ বিষয়ে আলোচনা কৰা হওঁক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
বয়োজ্যেষ্ঠ সকলৰ কল্যাণ এই মঞ্চত বয়োজ্যেষ্ঠ সকলৰ কল্যাণৰ অৰ্থে প্ৰনয়ন কৰা বিভিন্ন আইন, আঁচনি, নীতি লগতে কেনেদৰে তেওঁলোকৰৰ কল্যাণ সাধন কৰিব পাৰি ইত্যাদিৰ বিষয়ে আলোচনা কৰা হওঁক। 1
উত্তৰ দিছে *****
January 30. 2018
সামাজিক সজাগতা এই মঞ্চত সামাজিক সজাগতাৰ বিষয়ে আলোচনা কৰা হওক। 1
উত্তৰ দিছে *****
January 30. 2018
দুৰ্বল গোটসমূহ এই মঞ্চত সমাজৰ দুৰ্বল গোটসমূহৰ সমস্যা, চৰকাৰী আঁচনি, আইন ইত্যাদি বিষয়বোৰ আলোচনা কৰা হওক। 0 মত বিনিময় আৰম্ভ হোৱা নাই
জনজাতি কল্যাণ এই মঞ্চত জনজাতি কল্যাণ সম্পৰ্কীয় আঁচনি, আইন, ইত্যাদিৰ লগতে তেওঁলোকৰ সমস্যাসমূহো আলোচনা কৰিব পাৰে। 2
উত্তৰ দিছে ধ্ৰুৱজ্যোতি শৰ্ম্মা
February 24. 2014
সাধাৰণ ৰাইজৰ কল্যাণ বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ কেনেদৰে সফল হʼব সেই বিষয়ে ইয়াত আলোচনা কৰা হওক 1
উত্তৰ দিছে Jutika Nath
July 19. 2014
দিক্‌ নিৰ্ণায়ক
Back to top