দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।
অসমৰ কৃষকসকলৰ বাবে থকা আঁচনিসমূহ ইয়াত আলোচনা কৰা হৈছে।
ইয়াত অসমৰ বিভিন্ন ধৰণৰ খেতিসমূহৰ কথা উল্লেখ কৰা হৈছে।
ইয়াত অসমৰ কৃষকসকলে বিভিন্ন কৃষিৰ জৰিয়তে লাভ কৰা পাৰদৰ্শিতাৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত ধাৰণশীল কৃষি, পশুপালন, মীনপালন, ফাৰ্ম ভিত্তিক উদ্যোগ, অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।
কৃষি ঋণ আৰু কৃষিজ বীমাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
কৃষিয়েই হ’ল আমাৰ দেশীয় অৰ্থনীতিৰ মেৰুদণ্ড ৷ কৃষি উন্নতিৰ ওপৰতেই দেশৰ প্ৰগতি নিৰ্ভৰ কৰিছে ৷ কৃষি সম্পৰ্কীয় গৱেষণালব্ধ জ্ঞান আমাৰ দেশৰ গাৱঁলীয়া কৃষক সমাজৰ মাজলৈ সম্প্ৰসাৰণ কৰাৰ যি অনলয় প্ৰয়াস চলিছে, তাৰেই এক মাধ্যম হ’ল কৃষি বিজ্ঞান কেন্দ্ৰ ৷
১% সংযোগেৰে আৰম্ভ কৰা অসমে এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪% অগ্ৰগতি লাভ কৰিছে।
ইয়াত চাহ খেতিত কীটনাশক দ্ৰব্যৰ পৰা লʼব পৰা সাৱধানতা, সাৰ প্ৰয়োগৰ বাবে জানিবলগীয়া কথা আদিৰ বিষয়ে বিষদভাৱে দিয়া হৈছে।
ইয়াত জিলাভিত্তিক কৃষি তথ্য পোৱা যাব
কৃষি, উদ্যান শস্য, পশুপালন, মীন পালন, গ্ৰাম্য প্ৰজাতিৰ লগত জড়িত বিভিন্ন নীতি আৰু আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
মাছ উৎপাদন, মিছামাছ, মুকুতা, আলংকাৰীক মাছৰ উৎপাদন, মাছৰ পৰা তৈয়াৰ হোৱা মূল্য সংযোজিত সামগ্ৰী, মাছ ধৰা যন্ত্ৰ ইত্যাদিবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে
এই শিতানত কৃষিৰ পৰামৰ্শ, উৎপাদন প্ৰযুক্তি, পথাৰৰ সঁজুলীসমূহ, খেতি ছপোৱাৰ পিছৰ প্ৰযুক্তি, বতৰ, বজাৰ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
ৰেচম শিল্প