অংশিদাৰী


ব্যৱহাৰকাৰীৰ সহাঁৰি




নাম সহাঁৰি সহাঁৰি তাৰিখ
মধুস্মিতা বৈশ্য স্বৰচিত লিখনিৰ বাবে অনুমতি পোৱা যাবনে? May 22, 2020
Jitu hira ফ্ৰাৰ্মভাল জাতৰ ছাগলী লাগে May 19, 2020
Munmi Sonowal I want to know Childrighits of India in details on assamese May 18, 2020
শ্ৰী দেৱজিৎ বৰুৱা কণী বেচি উৎপাদন কৰিব পৰা কুকুৰা পোৱালি জাত আৰু অসম কোন ঠাইত যোগাযোগ কৰিলে গড়ালঁ আৰু পোৱালি পাই May 02, 2020
Nabajyoti hazarika গণতান্ত্ৰিক চৰকাৰৰ নাগৰিকৰ ভূমিকা Jan 21, 2020
শ্ৰী মনোজ দত্ত অসম পঞ্চাযত আইনৰ াআসন সংৰক্ষণ প্ৰণালী Jan 14, 2020
অংকুৰ কলিতা নমস্কাৰ মই এজন কলেজীয়া ছাত্ৰ। আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ আশা পুহিছোঁ সেইহেতুকে হাঁহৰ ফাৰ্ম এখন খোলাৰ কথা ভাবিছোঁ।খাকি কেম্বেল হাঁহৰ পোৱালি 20 তা মান কৰবাত পালে ভাল আছিল। Dec 05, 2019
শ্ৰী মতী চুমন গগৈ লোক উৎসৱ কাক বোলে আৰু পাতনি Nov 22, 2019
Bhairab Kumar Gogoi Important Oct 24, 2019
Sudipta tanti অনুশাসন Oct 17, 2019
Tarani kanta ray ওপৰত উল্লেখিত বিষয়ৰ ওপৰত আপোনাৰ বহুমূলীয়া সহায় বিচাৰী Sep 09, 2019
মানৱ ডেকা মোৰ এটা পুখুৰী আছে৷ইয়াৰ বাবে কিবা আছনি আছে নিকি?বৰ্তমান আমাৰ গোট এটাও আছে ৫ জনীয়া৷ Jul 04, 2019
প্ৰফুল্ল কুমাৰ দাস সতী ৰাধীকাৰ জীৱনৰ ইতিহাস জানিব বিছাৰিছো Apr 23, 2019
Viji Hello sir/madam, I was Googling around for content about websites list of Assam this morning. When I came across your excellent resource page. I just wanted to say that your page helped me a ton. I created a website completely based on Assam to share information related to Assam’s society, travel, politics, economy, history and many more. Thanks for putting together your list of resources. Akash Gogoi Apr 12, 2019
PARIMAL CHANDRA DAS চিপকো আন্দোলনৰ নেতৃত্ব কোনে দিছিল Dec 20, 2018
লাখেশ্চৰ নৰহ ভৌতিক জগতৰ সৰ্ম্পকে এটি চমু আলোচনা কৰা Dec 10, 2018
Himangshu kumar মই ব্ৰইলাৰ হাহঁ ৫৫ টা আনিছিলো। এতিয়া ৫ দিন মান হৈছে আৰু এতিয়া বাকী আছে ২০ টা মান হাহঁ। কেনেকৈ ৰাখিম জনাৱ। Nov 24, 2018
Dhruba jyoti gogoi শংকৰদেৱৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ জনালো। Sep 29, 2018
Dhruba jyoti gogoi শংকৰদেৱৰ বিষয়ে আলোচনা কৰিবলৈ Sep 29, 2018
ৰাজু দাস আমাৰ দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে শিক্ষাৰ আধুনিক লক্ষ্যৰ ভূমিকা Sep 23, 2018

Back to top