অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক চাহ-খেতি আৰু মহিলা :

জৈৱিক চাহ-খেতি আৰু মহিলা :

 

অমি জানো যে চাহ খেতিয়কসকল সাধাৰণতে পুৰুষ । কিন্তু ইয়াৰ বিপৰীতে গোলাঘাটৰ শ্ৰীমতী ভোগেশ্বৰী চাংমাই এক ব্যতিক্ৰম । আটাইতকৈ উল্লেখযোগ্য কথা হ’ল চাংমায়ে জৈৱিক পদ্ধতিৰে চাহখেতি কৰে । সেয়েহে অসমকে আদি কৰি নতুন দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বাংগালোৰ তথা ভাৰতৰ অন্য ৰাজ্যবোৰতে নহয়, বিদেশতো চাংমাইৰ চাহপাতে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । ভোগেশ্বৰী চাংমায়ে নিজেই যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰে আৰু সেয়েহে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনৰো পথ প্ৰদৰ্শক হৈ পৰিছে ।

ভোগেশ্বৰীৰ দৰে আৰু অনেক মহিলাই জৈৱিক পদ্ধতিৰে চাহখেতি কৰিবলৈ আগবাঢ়ি আহিব বুলি আমাৰ দৃঢ় বিশ্বাস ।

উৎস :- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate