অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি বিজ্ঞান কেন্দ্র, বৰপেটা

কৃষি বিজ্ঞান কেন্দ্র, বৰপেটা

প্ৰশিক্ষণ কাৰ্য্যসূচী : ২০০৯-১০

(ক) কৃষক(পুৰুষ/আৰু মহিলা)

বিভাগ : শস্য উৎপাদন

ক্ৰমিক নং

বিষয়

অপতৃণ নিয়ন্ত্রণ

পুষ্টিৰ পৰিচালনা

উকর্ষ সংৰক্ষণ প্রযুক্তি

শস্য নিকায়

সংযুক্ত কৃষি পদ্ধতি

শস্যৰ বীজ উত্পাদন

পুলিবাৰী পৰিচালনা

সংযুক্ত শস্য পৰিচালনা

ঘাহঁ জাতীয় শস্য উত্পাদন

১০

জৈৱিক উপকৰণ উত্পাদন

বিভাগ : উদ্যান শস্য

ক)শাক-পাচলি

ক্ৰমিক নং

বিষয়

কম আৰু বেছি আয়তনৰ শস্যৰ উত্পাদন পদ্ধতি

আৱতৰীয়া শাক-পাচলীৰ উত্পাদান

পুলিবাৰী প্রস্তুতি

বৈদেশিক জাতৰ শাক-পাচলীৰ উত্পাদন পদ্ধতি

বৈদিশক জাতৰ ভাল গুণ সম্পন্ন শাক-পাচলীৰ উত্পাদন পদ্ধতি

বাগিছা আৰু ইয়াৰ সমীকৰণ

সেউজগৃহ অথবা চালি দি কৰা শাক-পাচলীৰ খেতি

খ )ফলমূল

ক্ৰমিক নং

বিষয়

প্রশিক্ষণ

কলম কৰা পদ্ধতি

উদ্যান শস্যৰ পথাৰ পৰিচালনা

ফলমূল শস্যৰ উত্পাদন ও কৃষিকর্ম

অল্প বয়সীয়া ফলমূলৰ গছৰ পৰিচার্য্যা

পুৰণাবাৰীৰ পুনঃ উঠ্ঠান কৰা

ৰপ্তানী প্রাপ্ত ফলমূল গছৰ উত্পাদন পদ্ধতি

ফলমুলৰ বাগিছাত সূক্ষ্ম জলযোগান আচঁনিৰ প্রৱর্তন

গছ গছনিৰ প্রজনন পদ্ধতি

গ)সৈন্দর্য্য বদ্ধন গছ

ক্ৰমিক নং

বিষয়

পুলিবাৰী পর্য্যবেক্ষন অথবা পৰিচালনা

টাবত হোৱা গছৰ পৰিচালনা

ৰপ্তানীহোৱা সৈন্দর্য্যবদ্ধন গছৰ উত্পাদন

সৈন্দর্য্যবদ্ধন গছৰ প্রজনন প্রণালী বা প্রযুক্তি

ঘ)বাগিছাত কৰা উদ্ভিদ

ক্ৰমিক নং

বিষয়

উত্পাদন ও পৰিচালনা

সংসাধিত আৰু মূল্য সংযোজন

ঙ)আলুজাতীয় শস্য

ক্ৰমিক নং

বিষয়

উত্পাদন ও পৰিচালনা

সংসাধিত আৰু মুল্য সংযোজন

চ )মছলা জাতীয় শস্য

ক্ৰমিক নং

বিষয়

উত্পাদন ও পৰিচালনা

সংসাধিত আৰু মুল্য সংযোজন

ছ )ঔষধি আৰু সুগদ্ধি গছৰ খেতি

ক্ৰমিক নং

বিষয়

পুলিবাৰী প্রস্তুতি

উত্পাদন ও পৰিচালনা

খাদ্য সংযোজন আৰু মুল্য সংযোজন

জ)মাটিৰ উবর্বৰতা আৰু পৰিচালনা

ক্ৰমিক নং

বিষয়

মাটিৰ উবর্বৰা শক্তিৰ সংৰক্ষণ/পৰিচালনা

মাটিৰ আৰু পানীৰ সংৰক্ষণ

সম্বনিত পুষ্টি পৰিচালনা

জৈৱিক দ্রৱ্যৰ উত্পাদন ও ব্যৱহাৰ

আসোৱাহ পূর্ণ মাটিৰ পৰিচালনা

খেতিত সূক্ষ্ম গুণ সম্পন্ন মৈলৰ অভাৱ

পুষ্টিৰ ব্যৱহাৰৰ কার্য্যদক্ষতা

মাটি আৰু পানীৰ পৰিক্ষা

ঝ)পশুপালনৰ উত্পাদন ও পৰিচালনা

ক্ৰমিক নং

বিষয়

গৰুগাই পালন ও পৰিচালনা

কুকুৰা পালন ও পৰিচালনা

গাহৰি পালন ও পৰিচালনা

শহাপহু পালন ও পৰিচালনা

খাদ্য নিয়ন্ত্রণ ও পৰিচালনা

গুণমান সম্পন্ন সম্ভাৰৰ উত্পাদন

ঞ)গাৰ্হস্হ্য বিজ্ঞান ও মহিলাৰ ক্ষমতা বর্ধন

ক্ৰমিক নং

বিষয়

খাদ্য সম্ভাৰৰ নির্ভয়তাত পুষ্টিকৰ খাদ্যৰ/শস্যৰ বাগিছাৰ ওপৰত গুৰুত্ব আৰোপ

কম খৰচৰ খাদ্য সম্ভাৰৰ প্রস্তুতি

খাদ্যপ্রস্তুত কৰণত পুষ্ঠিৰ মানৰক্ষা

আত্মসহায়ক গোটৰ দ্বাৰা লিঙ্গঁৰ আত্মপ্রকাশ কৰা

খাদ্য সংৰক্ষণত লোকচান কমো‍‍ৱাৰ দিহা

খাদ্যৰ দ্রব্যৰ মান উন্নতিকৰণ

গাঁৱৰ মাইকীমানুহৰ বাবে ধন উপার্জনৰ দিহা কৰা

অঞ্চলভিত্তিক গাত নলগাকৈ কাম কমোৱাৰ পদ্ধতি

গাঁৱলীয়া কৃষ্ঠি বিকাশ

১০

মাইকীমানুহ ও লৰা-ছোৱালীক লব লগা সাৱধানতা

ট )কৃষি অভিযান্ত্রিক বিভাগ

ক্ৰমিক নং

বিষয়

সূক্ষ জলসংযোগ কৰণ ও ইয়াৰ তত্বাৱধান

কৃষি ক্ষেত্রত প্লাষ্টিকৰ ব্যৱহাৰ

সৰু/সূহ্ম কৃষি সঁজুলিৰ উত্পাদন

কৃষিৰ সা-সঁজুলিৰ মেৰামতি ও তত্বাৱধান

কম পৰিধিত কার্য্য প্রণালী আৰু দ্রব্যৰ মান উন্নতিকৰণ

খেতি চপোৱাৰ পচ্চ্যাত লব লগা কৃষি প্রযুক্তি

ঠ )শস্য ৰক্ষা

ক্ৰমিক নং

বিষয়

সংহত কীটপতঙ্গঁ নিয়ন্ত্রন

ৰোগ ব্যাধি নিয়ন্ত্রন

জৈৱিক প্রকাৰে কীট পতঙ্গঁ নিয়ন্ত্রন

জৈৱিক কীট পতঙ্গঁ নাশক উত্পাদন

ড )মীন পালন

ক্ৰমিক নং

বিষয়

সংহত মীন পালন

হেচাৰীৰ তত্বাৱধান ও কার্পমাছৰ প্রজনন

কার্ৰা মাছৰ পোৱালী উত্পাদন

সংযুত মীন পালন

হেচাৰীৰ তত্বাৱধান আৰু মিছামাছ পালন

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 9/23/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate