প্ৰশিক্ষণ কাৰ্য্যসূচী : ২০০৯-১০
(ক) কৃষক(পুৰুষ/আৰু মহিলা)
ক্ৰমিক নং |
বিষয় |
১ |
অপতৃণ নিয়ন্ত্রণ |
২ |
পুষ্টিৰ পৰিচালনা |
৩ |
উকর্ষ সংৰক্ষণ প্রযুক্তি |
৪ |
শস্য নিকায় |
৫ |
সংযুক্ত কৃষি পদ্ধতি |
৬ |
শস্যৰ বীজ উত্পাদন |
৭ |
পুলিবাৰী পৰিচালনা |
৮ |
সংযুক্ত শস্য পৰিচালনা |
৯ |
ঘাহঁ জাতীয় শস্য উত্পাদন |
১০ |
জৈৱিক উপকৰণ উত্পাদন |
ক)শাক-পাচলি
ক্ৰমিক নং |
বিষয় |
১ |
কম আৰু বেছি আয়তনৰ শস্যৰ উত্পাদন পদ্ধতি |
২ |
আৱতৰীয়া শাক-পাচলীৰ উত্পাদান |
৩ |
পুলিবাৰী প্রস্তুতি |
৪ |
বৈদেশিক জাতৰ শাক-পাচলীৰ উত্পাদন পদ্ধতি |
৫ |
বৈদিশক জাতৰ ভাল গুণ সম্পন্ন শাক-পাচলীৰ উত্পাদন পদ্ধতি |
৬ |
বাগিছা আৰু ইয়াৰ সমীকৰণ |
৭ |
সেউজগৃহ অথবা চালি দি কৰা শাক-পাচলীৰ খেতি |
খ )ফলমূল
ক্ৰমিক নং |
বিষয় |
১ |
প্রশিক্ষণ |
২ |
কলম কৰা পদ্ধতি |
৩ |
উদ্যান শস্যৰ পথাৰ পৰিচালনা |
৪ |
ফলমূল শস্যৰ উত্পাদন ও কৃষিকর্ম |
৫ |
অল্প বয়সীয়া ফলমূলৰ গছৰ পৰিচার্য্যা |
৬ |
পুৰণাবাৰীৰ পুনঃ উঠ্ঠান কৰা |
৭ |
ৰপ্তানী প্রাপ্ত ফলমূল গছৰ উত্পাদন পদ্ধতি |
৮ |
ফলমুলৰ বাগিছাত সূক্ষ্ম জলযোগান আচঁনিৰ প্রৱর্তন |
৯ |
গছ গছনিৰ প্রজনন পদ্ধতি |
গ)সৈন্দর্য্য বদ্ধন গছ
ক্ৰমিক নং |
বিষয় |
১ |
পুলিবাৰী পর্য্যবেক্ষন অথবা পৰিচালনা |
২ |
টাবত হোৱা গছৰ পৰিচালনা |
৩ |
ৰপ্তানীহোৱা সৈন্দর্য্যবদ্ধন গছৰ উত্পাদন |
৪ |
সৈন্দর্য্যবদ্ধন গছৰ প্রজনন প্রণালী বা প্রযুক্তি |
ঘ)বাগিছাত কৰা উদ্ভিদ
ক্ৰমিক নং |
বিষয় |
১ |
উত্পাদন ও পৰিচালনা |
২ |
সংসাধিত আৰু মূল্য সংযোজন |
ঙ)আলুজাতীয় শস্য
ক্ৰমিক নং |
বিষয় |
১ |
উত্পাদন ও পৰিচালনা |
২ |
সংসাধিত আৰু মুল্য সংযোজন |
চ )মছলা জাতীয় শস্য
ক্ৰমিক নং |
বিষয় |
১ |
উত্পাদন ও পৰিচালনা |
২ |
সংসাধিত আৰু মুল্য সংযোজন |
ছ )ঔষধি আৰু সুগদ্ধি গছৰ খেতি
ক্ৰমিক নং |
বিষয় |
১ |
পুলিবাৰী প্রস্তুতি |
২ |
উত্পাদন ও পৰিচালনা |
৩ |
খাদ্য সংযোজন আৰু মুল্য সংযোজন |
জ)মাটিৰ উবর্বৰতা আৰু পৰিচালনা
ক্ৰমিক নং |
বিষয় |
১ |
মাটিৰ উবর্বৰা শক্তিৰ সংৰক্ষণ/পৰিচালনা |
২ |
মাটিৰ আৰু পানীৰ সংৰক্ষণ |
৩ |
সম্বনিত পুষ্টি পৰিচালনা |
৪ |
জৈৱিক দ্রৱ্যৰ উত্পাদন ও ব্যৱহাৰ |
৫ |
আসোৱাহ পূর্ণ মাটিৰ পৰিচালনা |
৬ |
খেতিত সূক্ষ্ম গুণ সম্পন্ন মৈলৰ অভাৱ |
৭ |
পুষ্টিৰ ব্যৱহাৰৰ কার্য্যদক্ষতা |
৮ |
মাটি আৰু পানীৰ পৰিক্ষা |
ঝ)পশুপালনৰ উত্পাদন ও পৰিচালনা
ক্ৰমিক নং |
বিষয় |
১ |
গৰুগাই পালন ও পৰিচালনা |
২ |
কুকুৰা পালন ও পৰিচালনা |
৩ |
গাহৰি পালন ও পৰিচালনা |
৪ |
শহাপহু পালন ও পৰিচালনা |
৫ |
খাদ্য নিয়ন্ত্রণ ও পৰিচালনা |
৬ |
গুণমান সম্পন্ন সম্ভাৰৰ উত্পাদন |
ঞ)গাৰ্হস্হ্য বিজ্ঞান ও মহিলাৰ ক্ষমতা বর্ধন
ক্ৰমিক নং |
বিষয় |
১ |
খাদ্য সম্ভাৰৰ নির্ভয়তাত পুষ্টিকৰ খাদ্যৰ/শস্যৰ বাগিছাৰ ওপৰত গুৰুত্ব আৰোপ |
২ |
কম খৰচৰ খাদ্য সম্ভাৰৰ প্রস্তুতি |
৩ |
খাদ্যপ্রস্তুত কৰণত পুষ্ঠিৰ মানৰক্ষা |
৪ |
আত্মসহায়ক গোটৰ দ্বাৰা লিঙ্গঁৰ আত্মপ্রকাশ কৰা |
৫ |
খাদ্য সংৰক্ষণত লোকচান কমোৱাৰ দিহা |
৬ |
খাদ্যৰ দ্রব্যৰ মান উন্নতিকৰণ |
৭ |
গাঁৱৰ মাইকীমানুহৰ বাবে ধন উপার্জনৰ দিহা কৰা |
৮ |
অঞ্চলভিত্তিক গাত নলগাকৈ কাম কমোৱাৰ পদ্ধতি |
৯ |
গাঁৱলীয়া কৃষ্ঠি বিকাশ |
১০ |
মাইকীমানুহ ও লৰা-ছোৱালীক লব লগা সাৱধানতা |
ট )কৃষি অভিযান্ত্রিক বিভাগ
ক্ৰমিক নং |
বিষয় |
১ |
সূক্ষ জলসংযোগ কৰণ ও ইয়াৰ তত্বাৱধান |
২ |
কৃষি ক্ষেত্রত প্লাষ্টিকৰ ব্যৱহাৰ |
৩ |
সৰু/সূহ্ম কৃষি সঁজুলিৰ উত্পাদন |
৪ |
কৃষিৰ সা-সঁজুলিৰ মেৰামতি ও তত্বাৱধান |
৫ |
কম পৰিধিত কার্য্য প্রণালী আৰু দ্রব্যৰ মান উন্নতিকৰণ |
৬ |
খেতি চপোৱাৰ পচ্চ্যাত লব লগা কৃষি প্রযুক্তি |
ঠ )শস্য ৰক্ষা
ক্ৰমিক নং |
বিষয় |
১ |
সংহত কীটপতঙ্গঁ নিয়ন্ত্রন |
২ |
ৰোগ ব্যাধি নিয়ন্ত্রন |
৩ |
জৈৱিক প্রকাৰে কীট পতঙ্গঁ নিয়ন্ত্রন |
৪ |
জৈৱিক কীট পতঙ্গঁ নাশক উত্পাদন |
ড )মীন পালন
ক্ৰমিক নং |
বিষয় |
১ |
সংহত মীন পালন |
২ |
হেচাৰীৰ তত্বাৱধান ও কার্পমাছৰ প্রজনন |
৩ |
কার্ৰা মাছৰ পোৱালী উত্পাদন |
৪ |
সংযুত মীন পালন |
৫ |
হেচাৰীৰ তত্বাৱধান আৰু মিছামাছ পালন |
শেহতীয়া উন্নীতকৰণ: : 9/23/2018
নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা
বৰপেটা জিলাৰ বৰসাহানৰ প্ৰগতিশীল কৃষক গৌৰী ডেকা
বৰপেটা সত্ৰৰ পচতি
বৰপেটাৰ হাতীদাঁতৰ শিল্প: এক বিস্মৃত ইতিহাস