অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লেচেৰা মাহ আৰু ৰাইচবিনৰ খেতি

লেচেৰা মাহ আৰু ৰাইচবিনৰ খেতি

অনুমোদিত জাত

লেচেৰা মাহ  = নং ১০, নং ৪২/১, ই-চি ৪২১৬
ৰাইচবিন    = কে-১

পথাৰ প্ৰস্ততি

পানী জমা হব নোৱাৰা বা ওলাই যাব পৰা মাটি নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলৰ দ্বাৰা হাল বাই ২-৩ বাৰ মৈয়াই মাটিডৰা প্ৰস্তুত কৰি লব লাগে৷

বীজ সিঁচাৰ সময়

এপ্ৰিল-মে’ ৷

বীজৰ পৰিমান

লেচেৰা মাহ  = প্ৰতি হেক্টৰত ৫০ কি:গ্ৰাম ৷
ৰাইচবিন    = প্ৰতি হেক্টৰত ২৫ কি:গ্ৰাম ৷

দূৰত্ব

শাৰীৰ মাজত ৩৫ ছে:মিটাৰ ৷
গছৰ মাজত ১০ ছে:মিটাৰ ৷

সাৰ প্ৰয়োগ : হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৪-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷

ফুষ্টি

পৰিমান

সাৰ

সাৰৰ পৰিমান (কি:গ্ৰাম)

হেক্টৰত

বিঘাত

নাইট্ৰোজেন

২০

ইউৰীয়া

৪৪

ফছফৰাছ

৪০

একক চুপাৰ ফছফেট

২৪৮

৩৫

পটাছ

২০

মিউৰেট অৱ পটাছ

৩২

শস্য চপোৱা / কটা : বীজ সিঁচাৰ ৭০ দিনৰ পিছত ৷

সেউজীয়া ঘাঁহৰ উৎপাদন : প্ৰতি হেক্টৰত ২০-২৫ টন৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate