অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰিহা খেতি

ৰিহা খেতি

জাতসমূহ : আৰ-১৪১১, আৰ-১৪৪৯, আৰ-১৪৫২, আৰ-৬৭-৩৪ (কানাই)

মাটি নিৰ্বাচন

অম্লতা ৫.৫-৬.০ ভিতৰত থকা পলসুৱা বা বালিঅঁহীয়া মাটি ৰিহা খেতিৰ বাবে উপযোগী৷

জলবায়ুৰ প্ৰয়োজনীয়তা

গৰম আৰু সেমেকা জলবায়ুত এই খেতি ভাল হয়৷

উষ্ণতা : ২৫-৩১ ডিগ্রী ছেলছিয়াছ৷

উচ্চতা : সাগৰপৃষ্ঠৰ পৰা ৩০০ মিটাৰ ওপৰত ৷

বংশ বিস্তাৰ : ৰিহাগছ সাধাৰণতে মূলকাণ্ড, বীজ আৰু ডালৰ পৰা বংশ বিস্তাৰ কৰিব পাৰি ৷

ৰোৱাৰ সময় : মে-চেপ্তেম্বৰ মাহৰ ভিতৰত ৷

ব্যৱধান

শাৰীবদ্ধ হিচাবে = ৬০ ছে:মি:

গছৰ পৰা গছৰ দূৰত্ব  = ৩০ ছে:মি:

ৰোৱাৰ বাবে গাঁতৰ ব্যৱস্থা: ৰোৱাৰ বাবে গাঁতবোৰ ৫-৬ ছে:মি: মানৰ দ' গাত হব লাগে ৷

স্তেগিঙৰ সময় : ৰোৱাৰ দ্বিতীয় বছৰত এপ্ৰিলমাহৰ তৃতীয় সপ্তাহত স্তেগিঙ কৰিব লাগে ৷

সাৰপ্ৰয়োগ: ৩০:১৫:১৫ কি:গ্ৰাম/গছৰ অনুপাতত নাইট্ৰোজেন : ফছফৰাছ : পটাছ সাৰ প্ৰয়োগ কৰিব ৷

প্ৰতি হেক্টৰত বিভিন্ন সাৰ, মূলকাণ্ড আদিৰ প্ৰয়োজনীয়তা :

১)

মূলকাণ্ড

৩৭৫-৪০০ কি:গ্ৰাম

২)

চূণ

৩.৫-৪ টন (যদি মাটিৰ গুণ অম্লতাযুক্ত হয়)

৩)

ইউৰীয়া

৬৫ কি:গ্ৰাম/গছত

৪)

একক চুপাৰ ফছফেট

৯৪ কি:গ্ৰাম/গছত

৫)

মিউৰেট অৱ পটাছ

২৬ কি:গ্ৰাম/গছত

৬)

পচন সাৰ

২০ টন/বছৰত

৭)

গোবৰ

১০-২০ টন/বছৰত

শস্য চপোৱা

বছৰত ৪ বাৰ শস্য চপাব লাগে৷ প্ৰথমবাৰ গছ ৰোৱাৰ ৫০ দিনৰ পিছত, দ্বিতীয়বাৰ : প্ৰথমবাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, তৃতীয়বাৰ: দ্বিতীয়বাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, চতুৰ্থবাৰ : তৃতীয়বাৰ শস্য চপোৱাৰ ৫০ দিনৰ পিছত৷

উৎপাদন

আঁহৰ উৎপাদন: ১৬-২২ কুইন্টল/বছৰত/হেক্টৰত৷

শিপাৰ পৰা হোৱা উৎপাদন

১০-১২ কুইন্টল/বছৰত/হেক্টৰত(৫ বছৰৰ পিচত)৷

মূলকাণ্ড : ৫ বছৰৰ পিছত ১০-১২ মেট্ৰিক টন/হেক্টৰত৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate