অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোমোৰা

সচঁ

স্থানীয় উত্পাদনক্ষম সচঁ

মাটি নির্ব্বাচন

ওখ পানী আৱদ্ধ হব নোৱাৰা পলসুৱা মাটি নির্ব্বাচন কৰিব লাগে । 
বীজৰ পৰিমাণ : ৩ কি: গ্রাম /হেক্টৰত

সিঁচাৰ সময়

ফেব্রুৱাৰী - এপ্রিল

ব্যৱধান

 

২.০ মিটাৰ * ১ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

সাৰ প্রয়োগ

পচন সাৰ ২০-২৫ টন , ৩৫ কি:গ্রাম নাইট্রজেন ( অনুমোদিত হাৰৰ আধা অংশ ) , ৮০ কি: গ্রাম ফছফৰাচ , ৮০ কি:গ্রাম পটাছ সাৰ শেষৰবাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰি লব আৰু বাকী থকা নাইট্রজেন সাৰ (৩৫ কি: গ্রাম ) গছত ফুল আৰু ফল ধৰাৰ সময়ত প্রয়োগ কৰিব ।

জলসিঞ্চন

প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে ।

শস্য চপোৱা :

পুৰঠ আৰু সময় সাপেক্ষে কোমোৰা বোৰ গছৰ পৰা চিঙাৰ ব্যৱস্থা কৰিব ।

উত্পাদন :

১৮৫ - ৩২৫ কুইন্টল / হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate