মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছৰ হাকোটা পেলু লগা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছৰ হাকোটা পেলু লগা ৰোগ

মাছৰ হাকোটা পেলু লগা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

এই ৰোগটো সাধাৰণতে আলংকাৰিক মাছৰ ক্ষেত্ৰত দেখা যায় যদিও কাৰ্পজাতীয় মাছ আৰু ভাৰতবৰ্ষৰ দাক্ষিণাত্যৰ ৰাজ্যসমূহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি । এই ৰোগ বিশেষকৈ বাহুমাছত দেখা যায় । মাইকী পেলুটোহে সাধাৰণতে পৰজীৱী ইয়াক অতি সহজে পিছপিনে কণীৰ সৰু টোপোলা দুটাসহ লাগি থকা দেখা যায় ।

লক্ষণ :-

ই মাছৰ মূৰ ভাগৰ পৰা অথবা জলক্লোমৰ পৰা হুক লগাৰ নিচিনাকৈ ওলমি থাকে । এই পৰজীৱীটো দেখাত বগা ৰঙৰ আৰু খালী চকুৰে সহজতে দেখা যায় । মাছৰ গা-অংশত ঘাঁৰ নিচিনা যেন দেখি ।

নিয়ন্ত্ৰণ :-

২-৩ শতাংশ নিমখ পানী তৈয়াৰ কৰি ৰুগীয়া মাছক ডুবাই তৎক্ষণাত উঠাই আনি পুখুৰীত এৰিব লাগে আৰু চাৰি মিলিগ্ৰাম পটাছ প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত প্ৰয়োগ কৰিব লাগে অথবা এক গ্ৰাম হাইটেক পাউডাৰ এক কিলোগ্ৰাম খাদ্যত মিহলি কৰি সাতদিনলৈকে মাছক খাবলৈ দিব লাগে ।

উৎস :- অসমীয়া খবৰ

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top