অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতিৰ বিষয়ে লিখা হৈছে
অসমত পশু চিকিৎসা বিজ্ঞানঃ অতীত আৰু ভবিষ্যত
অসমত মাছ-হাঁহৰ সংহত পাম, সংহত পশুধন-মাছ পালন পদ্ধতি, সংহত কুকুৰা – মাছ পালন, ঐক্যবদ্ধ ধান – মাছ পাম আদিৰ বিষয়ে আলোচনা কৰা হৈছে।
অসমৰ অৰ্থনীতিৰ নতুন সংযোজন জাপানিজ কুইল চৰাইৰ বিষয়ে লিখা হৈছে ।
অসমৰ জলবায়ুত আমেৰিকান হোৱাইট পেকিন হাঁহ পালনেৰে স্বাৱলম্বী হওঁ আহক, ৰ বিষয়ে লিখা হৈছে ।
ব্যৱসায়িক ভিত্তিত স্থাপন কৰা পাম এখনৰ সাফল্য নিৰ্ভৰ কৰে ইয়াৰ বাবে নিৰ্বাচন কৰা গাহৰিৰ সঁচৰ ওপৰত।
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে প্ৰকাশ কৰা গো-পালনৰ হাতপুথি
এই শিতানত উদ্যোগভিত্তিত দুগ্ধ উৎপাদনৰ বিষয়ে আলোচনা কৰা হৈছে,
উৎপাদন প্ৰযুক্তি
উৎপাদিকা শক্তিৰ বৃদ্ধি আৰু ৰোগ নিৰাময়ৰ উদ্দেশ্যে পশুপালন খণ্ডত জৈৱ-প্ৰযুক্তিৰ প্ৰয়োগ
পনীয়া গোবৰ আৰু ভিজা লিটাৰ হ’লে কি কৰা উচিত- ইয়াৰ মূল কাৰণ এটা বা ততোধিক হ’ব পাৰে। প্ৰথমে কাৰণসমূহ বিচাৰি লৈ তাৰ বিহিত ব্যৱস্থা কৰা উচিত। দানা আৰু পানীত এণ্টিবায়’টিক তথা ককচিদিয়ষ্টেট্ ব্যৱহাৰ কৰা উচিত।
পনীয়া গোবৰ আৰু ভিজা লিটাৰ হ’লে কি কৰা উচিত- ইয়াৰ মূল কাৰণ এটা বা ততোধিক হ’ব পাৰে। প্ৰথমে কাৰণসমূহ বিচাৰি লৈ তাৰ বিহিত ব্যৱস্থা কৰা উচিত। দানা আৰু পানীত এণ্টিবায়’টিক তথা ককচিদিয়ষ্টেট্ ব্যৱহাৰ কৰা উচিত। কোঠাৰ ভিতৰেৰে অধিক মাত্ৰাত বায়ু সঞ্চালনৰ ব্যৱস্থা কৰাৰ বাবে দৰ্কাৰ হ’লে অস্থায়ীভাৱে ফেন ব্যৱহাৰ কৰিব পাৰি।
কুকুৰাৰ মল এবিধ উত্তম সাৰৰ বিষয়ে লিখা হৈছে ।
কৃত্ৰিম প্ৰজনন হৈছে এক আধুনিক বৈজ্ঞানিক পদ্ধতি। উন্নতজাতৰ ষাঁড়ৰ বীৰ্য কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পাল খোৱাৰ সময়ত গাইৰ জৰায়ুত নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱাকে কৃত্ৰিম প্ৰজনন বোলে। দিনে ১-২ লিটাৰ গাখীৰ দিয়া গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱাই অধিক উৎপাদনক্ষম চেউৰীৰ গৰাকী হ’ব পাৰি।
কৃত্ৰিম প্ৰজনন হৈছে এক আধুনিক বৈজ্ঞানিক পদ্ধতি। উন্নতজাতৰ ষাঁড়ৰ বীৰ্য কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পাল খোৱাৰ সময়ত গাইৰ জৰায়ুত নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱাকে কৃত্ৰিম প্ৰজনন বোলে। দিনে ১-২ লিটাৰ গাখীৰ দিয়া গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱাই অধিক উৎপাদনক্ষম চেউৰীৰ গৰাকী হ’ব পাৰি।
ক্ষেত্ৰ পৰ্যায়ত পশু পালন আৰু পশু চিকিৎসাৰ কিছু বিপৰ্যয়
খাদ্যত বিষক্ৰিয়া পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বানৰ বিষয়ে লিখা হৈছে ।
গাই গৰুৰ ওহাৰফুলা বেমাৰৰ বিষয়ে লিখা হৈছে ।
গাভিনী গাহৰিৰ দানাৰ বিষয়ে লিখা হৈছে ।
গো-ধন পালনত ব্যৱহাৰিক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা
গো-পালকসকলে ল’ব লগা সাৱধানতাৰ বিষয়ে লিখা হৈছে ।
গো-পালন কিছু গুৰুত্বপূৰ্ণ কথা
গো-পালন: এটি গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে লিখা হৈছে ।
গ্ৰাম্য অঞ্চলত স্ব নিয়োজনৰ পথৰ বিষয়ে লিখা হৈছে ।
গৰু পোৱালিৰ খাদ্য আৰু প্ৰস্তুত প্ৰণালীৰ বিষয়ে লিখা হৈছে ।
গৰু পোৱালিৰ প্ৰতিপালন বিষয়ে লিখা হৈছে ।
গৰু-ম’হৰ কিছুমান বেমাৰৰ পৰম্পৰাগত চিকিৎসাবিধিৰ বিষয়ে লিখা হৈছে ।
গৰু-ম’হৰ খাদ্যক সাধাৰণভাৱে দুই ভাগত ভাগ কৰা হয় — ঘাঁহ আৰু দানা। গো-খাদ্য সম্পর্কত সাধাৰণভাৱে চলি থকা এষাৰ কথা হ’ল এনেধৰণৰ – “ঘাঁহ আগে দানা পাছে জানা সবে ভাই, ঘাঁহ নিদি দানা দিলে কিছু লাভ নাই’। আগৰ সময়ত, যেতিয়া চৰণীয়া পথাৰৰ আধিক্য আছিল আৰু আমাৰ গঞা ৰাইজৰ আছিল জাক জাক থলুৱা গৰু, তেতিয়া দানাৰ প্রয়োজন হোৱাই নাছিল। প্রকৃততে ডেৰ-দুইলিটাৰ গাখীৰ উৎপাদনৰ বাবে ঘাঁহেই যথেষ্ট; দানাৰ প্রয়োজনেই নহয়|
ইয়াত ঘৰচীয়া জীৱ-জন্তুৰ যতন, বেমাৰৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা, লালন-পালন, উৎপাদন ইত্যাদি বিষয়সমূহৰ আলোচনা কৰা হৈছে।