মূল পৃষ্ঠা / কৃষি / পশু পালন / উত্তম গো-পালনৰ হাতপুথি
অংশিদাৰী

উত্তম গো-পালনৰ হাতপুথি

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে প্ৰকাশ কৰা গো-পালনৰ হাতপুথি

১. এটা পশুৰ সাধাৰণ নিৰীক্ষণ
এটি স্বাস্থ্যবান পশুৰ স্বাস্থ্য সম্পৰ্কীয় মূল লক্ষণসমূহৰ নিৰীক্ষণ আৰু শাৰীৰিক মূল্যায়ন।
২. নতুন পশুৰ ক্ৰয় আৰু গোহালিত অন্তৰ্ভুক্তি
নতুন পশুৰ ক্ৰয় আৰু গোহালিত অন্তৰ্ভুক্তি
৩. নৱজাত পোৱালিৰ যতন
নৱজাত পোৱালিৰ যতন আৰু পোৱালিৰ হাগনি ৰোগ আৰু তাৰ যতন
৪. টিকাৰ দ্বাৰা প্ৰতিষেধন কৰিব পৰা ৰোগসমূহ
সঘনাই হৈ থাকে ৰোগ আৰু গৰু-ম’হক টিকা দিয়াৰ সময় তালিকা
৫. অন্য গুৰুত্বপূৰ্ণ ৰোগসমূহ
গৰু-ম’হৰ যক্ষ্মা ৰোগ, জনৰ ৰোগ, মাইকটক্সিনৰ বিষক্ৰিয়া, ৩ দিনীয়া জ্বৰ আৰু খুৰা-পঁচা ৰোগসমূহৰ বিষয়ে
৬. চিকৰা আৰু মাখিয়ে কঢ়িওৱা ৰোগ
চিকৰা আৰু মাখিয়ে কঢ়িওৱা ৰোগ যেনে এনাপ্লাজম’চিচ, বেবেচিঅ’চিচ, ট্ৰিপেন’চ’মিয়েচিচ, থেইলেৰিঅ’চিচ
৭. চিকৰা, মাখি আৰু পেলুৰ নিয়ন্ত্ৰণ
চিকৰা, মাখি আৰু পেলুৰ নিয়ন্ত্ৰণ
৮. পোৱালি জন্ম দিয়াৰ পাছত হোৱা ৰোগ
৯. অশুদ্ধ খাদ্য যোগানৰ ফলত হ’ব পৰা ৰোগ
১০. ওহাৰ ফুলা আৰু ওহাৰৰ বাঁতত হোৱা ৰোগ
দিক্‌ নিৰ্ণায়ক
Back to top