কিষান ক্ৰেডিট কাৰ্ড
কিষান ক্ৰেডিট কাৰ্ড হৈছে ভাৰত চৰকাৰে খেতিয়কসকলে প্ৰদান কৰা এক কৃষি ঋণ। কেনেদৰে এজন খেতিয়কে এই ঋণৰ বাবে আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হৈছে।
কৃষি খণ্ডত সহায়ক কৃষি ঋণপত্ৰৰ বিষয়ে লিখা হৈছে
এই শিতানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে দিয়া হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ পৰা সকাহ পাবলৈ আপোনাৰ খেতিডৰা বীমা কৰাইছেনে?
ৰাষ্ট্রীয় কৃষি বীমা যোজনা