অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্রীয় কৃষি বীমা যোজনা

ৰাষ্ট্রীয় কৃষি বীমা যোজনা

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধীনত

“ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা” আঁচনিখন সকলো কৃষকৰ বাবে প্রযোজ্য এখন অতি ফলপ্রসু আঁচনি। এই আঁচনিখনে সকলো দূর্যোগ যেনে- বানপানী, খৰাং, পোকপৰুৱা, বন্যপ্রানী আদি সামৰি লয়|

আঁচনিখনৰ অধীনত অন্তর্ভুক্ত কৃষক: সকলো ডাঙৰ, ক্ষুদ্র, উপান্ত কৃষক, তাৰ উপৰিও আধি, ঠিকা খোৱা সকলো কৃষকক অন্তর্ভুক্ত কৰা হৈছে|

(১) কৃষি ঋণ লোৱা কৃষকৰ বাবে বাধ্যতামূলক।

(২) কৃষি ঋণ নোলোৱা কৃষকৰ বাবে স্বেচ্ছামূলক।

বতৰ

খাৰিফ:এপ্রিলৰ পৰা চেপ্তেম্বৰ

ৰবি: অক্টোবৰৰ পৰা মার্চ|

অন্তৰ্ভুক্ত শস্য

খাৰিফ: আহু ধান, শালি ধান আৰু মৰাপাট

ৰবি: বৰো ধান, ঘেহু, সৰিয়হ, আলু আৰু কুঁহিয়াৰ

বীমা মূল্য ৰেহাই:

কেৱল মাত্র ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে ১০% ৰেহাই

বীমাকৰণৰ (বীমামূল্য আৰু কাগজ পত্ৰ বেংকত পোৱাৰ) শেষ তাৰিখ

(১) কৃষি ঋণ লোৱা কৃষকৰ বাবে: খাৰিফ - ৩০ নবেম্বৰ, ৰবি - ৩১ মে’ |

(২) কৃষি ঋণ নোলোৱা কৃষকৰ বাবে: খাৰিফ - ৩১ জুলাই, ৰবি - ৩১ ডিচেম্বৰ।

বীমাকৃত ৰাশি: ৰবি ২০০৭-২০০৮ বতৰৰ বাবে

(১) কৃষি ঋণ লোৱা কৃষকৰ বাবে:  (লোণৰ পৰিমাণ বাধ্যতামূলক)

(২) কৃষি ঋণ নোলোৱা কৃষকৰ বাবে: (প্রতি হেক্টৰত সবের্বাচ্চ টকা)

বৰোধান: (লেভেল I ত ৭,৫০০ টকা আৰু লেভেল II ত ৬,৫০০ টকা = মুঠ ১৪,০০০ টকা)|

ঘেঁহু: (লেভেল I ত ৬,০০০ টকা আৰু লেভেল II ত ৫,৩০০ টকা = মুঠ ১১,৩০০ টকা)|

সৰিয়হ: (লেভেল I ত ৬,৯০০ টকা আৰু লেভেল II ত ৬,০০০ টকা = মুঠ ১২,৯০০ টকা|

আলু:  (লেভেল I ত ৩৪,৮০০ টকা আৰু লেভেল II ত ৩০,৪০০ টকা = মুঠ ৬৫,২০০ টকা)|

কুঁহিয়াৰঃ (লেভেল I ত ২৬,৯০০ টকা আৰু লেভেল II ত ১৭,৯০০ টকা = মুঠ ৪৪,৮০০ টকা)|

বীমা হাৰ ৪ ৰবি ২০০৭ - ২০০৮ বতৰৰ বাবে

বৰোধান : লেভেলI ত ২.০০% আৰু লেভেল II ত ৪.৪০%

ঘেহু : লেভেল I ত ১.৫% আৰু লেভেল II ত ৩.৯৫%

সৰিয়হ : লেভেল I ত ২.০০% আৰু লেভেল II ত ৪.৫০%

আলু : লেভেল I ত ৫,৩৫% আৰু লেভেল II ত ৫.৩৫%

কুঁহিয়াৰঃ লেভেল I ত ৫.৪০% আৰু লেভেল II ত ৫.৪০%

বীমাকৃত ৰাশি : খাৰিফ ২০০৭ বতৰৰ বাবে

১)  কৃষি ঋণ লোৱা কৃষকৰ বাবে: (লোণৰ পৰিমাণ বাধ্যতামূলক)

২) কৃষি ঋণ নোলোৱা কৃষকৰ বাবে: (প্রতি হেক্টৰত সবের্বাচ্চ টকা):

আহুধান: (লেভেল I ত ৪,৭০০ টকা আৰু লেভেল II ত ৪,২০০ টকা = মুঠ৮,৯০০ টকাI) |

শালিধান: (লেভেল I ত ৭,২০০ টকা আৰু লেভেল II ত ৬,৪০০ টকা = মুঠ ১৩,৬০০ টকা) |

মৰাপাট: (লেভেল I ত ১৫,০০০ টকা আৰু লেভেল II ত ৯,৯০০ টকা = মুঠ

২৪,৯০০ টকা)|

বীমা হাৰ ৪ খাৰিফ ২০০৭ বতৰৰ বাবে :

আহুধান : লেভেল I ত ২.৫০% আৰু লেভেল II ত ৪.২০%

শালিধান : লেভেল I ত ১.৬০% আৰু লেভেল II ত ১.৬০%

মৰাপাট : লেভেল I ত ৬,৬৫% আৰু লেভেল II ত ৬.৬৫%

সবিশেষ তথ্যৰ বাবে তলত দিয়া ঠিকনাত যোগাযোগ কৰিব পাৰে

(১) সকলো জিলা কৃষি বিষয়াৰ কাৰ্যালয়।

(২) সকলো মহকুমা কৃষি বিষয়াৰ কাৰ্য্যালয় নাইবা

এগ্রিকালচাৰ ইনচোৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া লিমিটেড,

গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়, প্ৰাগলেও ভৱন, চতুর্থ মহলা,

গুৱাহাটী চিলং ৰোড (বৰা চাৰ্ভিচৰ সন্মুখত), গুৱাহাটী - ৭৮১০০৭

দূৰভাষ : ০৩৬১-২৪৬২৩১৩, ফেক্স: ০৩৬১-২৪৫৯০৮১

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate