অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধিক উৎপাদনক্ষম জাতৰ ধানখেতিৰ কৃষি পদ্ধতি

জাতসমূহ

কৃষি কাল(দিন)

ৰোৱাৰ সময়

বিশেষত্ব

ক)অনুকুল পৰিস্থিতিৰ বাবে শালি ধানৰ জাত

১/ ৰঞ্জিত

২/ পিয়লি

১৫০-১৫৫

১৫০-১৫৫

জুন

জুন

পানী জমা থকা মধ্যমীয়া তথা দ মাটিৰ বাবে উপযুক্ত অৰ্ধচাপৰ জাত

৩/কুশল

৪/মনিৰাম

৫/বাহাদুৰ

১৫০-১৫৫

১৫০-১৫৫

১৫০-১৫৫

জুন

জুন

জুন

ওপৰোক্ত বিশেষত্বৰ উপৰি ব্লাষ্ট ৰোগ প্ৰতিৰোধী।

৬/সত্যৰঞ্জন

৭/বসুন্ধৰা

১৩০-১৩৫

১৩০-১৩৫

জুনৰ মাজ ভাগৰ পৰা

জুনৰ মাজ ভাগৰ পৰা

শালিৰ পিছত ৰবি শস্য (বছৰত দুটা খেতি)কৰা অঞ্চলৰ বাবে উপযুক্ত।

 

 

 

 

খ) বৰাধান

১/আঘোনী

২/ৰঙালী

১৫০-১৫৫

১৫০১৫৫

জুনৰ মাজ ভাগৰ পৰা

জুনৰ মাজ ভাগৰ পৰা

আধিক উৎপাদনক্ষম অৰ্ধচাপৰ জাত

৩/ভোগালী

১৫০-১৫৫

জুনৰ মাজ ভাগৰ পৰা

দ’মাটিত কৰিব পৰা অধিক উৎপাদনক্ষম জাত

গ)জহাধান

 

 

 

১/কেতেকী জহা

২/বুকুল জহা

১৫০-১৬০

১৫০-১৬০

জুনৰ মাজ ভাগৰ পৰা

জুনৰ মাজ ভাগৰ পৰা

আধিক উৎপাদনক্ষম জহা ধানৰ জাত।

ঘ) প্ৰতিকুল পৰিস্থিতিৰ বাবে শালি ধানৰ জাত:

কম দিনীয়া জাত

 

 

 

১/কপিলী

২/দিচাং

৩/দিখৌ

৪/কলং

৯০-৯৫

৯০-৯৫

৯০-৯৫

৯০-৯৫

জুলাই

জুলাই

জুলাই

জুলাই

বানপানীৰ পাছত সিচিঁব বা ৰুৱৰ বাবে কমদিনীয়া জাত ২০-২৫ দিনীয়া কঠীয়া ঘনকৈ(৪x৪ ইঞ্চি দূৰত্বত)প্ৰতিগোছাত ৪-৫ ডালকৈ ৰুৱ লাগে।

দীৰ্ঘদিনীয়া জাত

 

 

 

১/প্ৰফুল্ল

২/টি চি বি ২৮৩-৩-৭১৬

১৫০-১৫৫

১৫০-১৫৫

জুন

জুন

প্ৰয়োজন সাপেক্ষে ৩০-৯০ দিনীয়া কঠীয়াৰ ৪/৫ ডালকৈ ৰুৱ পাৰি।

৩/গীতেশ

৪/জলশ্ৰী

৫/জলকুৱৰী

৬/প্লাৱন

১৫০-১৫৫

১৫০-১৫৫

১৫০-১৫৫

১৫০-১৫৫

জুন

জুন

জুন

জুন

দ’মাটিত কৰিব পাৰি।প্ৰয়োজন সাপেক্ষে ৩০-৬০ দিনীয়া কঠীয়াৰে অধিক উৎপাদন পাব পাৰি বানাক্ৰান্ত অঞ্চলত ১৫/১৮ দিনলৈ পানীত ডুবগৈ থাকিব পৰা জাত।

ঙ)আহুধানৰ উন্নত জাতসমূহ

১/লাচিত

২/চিলাৰায়

৩/মাধৱ

৪/ৰ্ংদৈ

১১৫-১২৩

১২৫-১৩০

১২৫-১৩০

১২০-১২৫

মাৰ্চ এপ্ৰিল

মৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

ৰোৱা আহু হিচাপে কৰিব পৰা জাত।

৫/মূলা গাভৰু

৬/গোপীনাথ

১২৫-১৩০

১১০-১২০

মাৰ্চ-এপ্ৰিল

মাৰ্চ-এপ্ৰিল

জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযুক্ত

৭/লুইট

৮/কপিলী

৯/দিচাং

১০/দিখৌ

১১/কলং

১০০-১১০

১১০-১১০

১০০-১১০

১০০-১১০

১০০-১১০

মাৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

মাৰ্চ এপ্ৰিল

বানাক্ৰান্ত অঞ্চলত আগতীয়াকৈ চপাব পৰা কম দিনীয়া জাত

চ)বৰোধানৰ উন্নত জাত

১/বিষ্ণুপ্ৰসাদ

২/জ্যোতিপ্ৰসাদ

৩/জয়মতী

৪/কনকলতা

নৱেম্বৰ

নৱেম্বৰ

নৱেম্বৰ

নৱেম্বৰ

 

জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযুক্ত

 

বীজ নিৰ্বাচন

বীজ খিনি পানিত তিয়াইলৈ তলত জমা হোৱা গধূৰ বীজখিনি কঠিয়াৰ বাবে লব লাগে।

বীজ শোধন: বাচি লোৱা বীজখিনি এটা পাত্ৰত তলত উল্লেখিত যিকোনো এবিধ ঔষধ মিশ্ৰনত ২৪ ঘণ্টাৰ বাবে ডুবাই ৰাখি ৪৮ ঘন্টাৰ বাবে গাপ দি গজালি ফুটাই লব।

দৰৱৰ নাম

একলিটাৰ পানীত মিহলি কৰা ঔষধৰ পৰিমান

মেনকজেৱ

২,৫ গ্ৰাম/কি:গ্ৰাম বীজ

কেপটাফ

২,৫/কি:গ্ৰাম বীজ

কাৰবেনডাজিম

২,৫ গ্ৰাম/কি:গ্ৰাম বীজ

শুকান উল্লেখিত বীজ শোধন কৰিবলৈ নিৰ্বাচন কৰা বীজখিনী এটা পাত্ৰৰ ওপৰৰ উল্লেখিত প্ৰথম দুবিধ ঔষধৰ যিকোনো এবিধৰ লগত মিহলাই ৫ মিনিট বাবে ভালদৰে জোকাৰি লব লাগে।

বীজৰ পৰিমাণ

প্ৰতিখন কঠীয়াতলিৰ বাবে বীজৰ পৰিমান ৬৫০ গ্ৰাম-১ কেজি(বীজৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে)মূল পথাৰৰ প্ৰ্তি হেক্টৰ বাবে প্ৰয়োজনীয় কঠীয়াৰ বাবে বীজৰ পৰিমাণ ৪০-৪৫ কেজিৰ আৱশ্যক।

কঠীয়াতলী প্ৰস্ততি

মাটিডৰা ভালদৰে হালবাই বোকা কৰি মৈয়াই সমান কৰি লব লাগে।

  • একোখন কঠীয়াতলীৰ জোখ ১০ মি দীঘল আৰু ১,২৫মি,বহল হব লাগে।
  • প্ৰ্তিখন কঠীয়াতলীৰ মাজৰ ব্যৱধান ৩০ ছে:মি।
  • প্ৰতিখন কঠীয়াতলীত ২০-৩০ কি:গ্ৰাম গোবৰ বা পচন সাৰ,৮০ গ্ৰাম ইউৰিয়া,৮০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰেট অৱ পটাছ প্ৰয়োগ কৰি মাটিৰ লগতে ভালদৰে মিহলাব লাগে।
  • কঠীয়াতলী দুখনৰ মাজৰ নলাত পানী ভৰাই লব লাগে।
  • এবিঘা মাটিত ৰুৱৰ বাবে এনে ৭/৮খন কঠীয়াতলীৰ প্ৰয়োজন।

কঠীয়াতলিত শস্য ৰক্ষা

কঠীয়াৰ পাতত ব্লাষ্ট বেমাৰ গোঢ় ৰঙৰ মাজত স্বচ্ছ ডিম্বাকৃতিৰ দাগ দেখা দিলেই বেভিষ্টিন ১ গ্ৰাম বা হিনচান ১ মি,লি প্ৰ্তি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

কঠীয়া উঠোৱাৰ ৭ দিন আগতে ৩০ গ্ৰাম ফুৰাদান বা ২০ গ্ৰাম থিমেট প্ৰতিখন কঠীয়াতলীত প্ৰয়োগ কৰিলে মজাখোৱা পোকৰ পৰা ভৱিষ্যতে ৰক্ষা পাব পাৰি।

মূল পথাৰৰ প্ৰাথমিক সুৰক্ষা: মজাখোৱা,গলমিজ,সোহনী পোক আদিৰ পৰা ৰক্ষা পাবলৈ কঠীয়াৰ শিপা ভালদৰে ধুই নিম্ন উল্লেখিত মিশ্ৰনত তিনি ঘন্টাৰ বাবে শিপা অংশ ডুবাই ৰাখিব লাগে।

মিশ্ৰ্ন

ক্লৰপাইৰিফচ ২০ ইচি ০,০২%(১লি/লি পানী)১% ইউৰীয়াৰ(১০ গ্ৰাম/লি,পানী)সৈতে।

ৰোৱাৰ বাবে কঠীয়াৰ বয়স

সাধাৰনতে ৫-৬ টা পাত ওলালে উপযুক্ত হয় যদিও অৰ্ধচাপৰ কমদিনীয়া হাতৰ ক্ষেত্ৰত ৩৫-৪০ দিন হোৱা উচিত।

ৰোৱাৰ বাবে কঠীয়াৰ দূৰত্ব

পথাৰ প্ৰস্ততিৰ সময়ত প্ৰতি হেক্টৰত ১০ টন নাইবা বিঘাই প্ৰ্তি ১৫ কুইণ্টল পচনসাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে।১২ কি,গ্ৰাম ইউৰীয়া,১৭ কি,গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কি,গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰ্তি বিঘাই দিব লাগে।ইউৰীয়া সাৰৰ তিনিভাগৰ এভাগ,সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ সাৰৰ সৈতে বোকা কৰা সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা ইউৰীয়াখিনি এভাগ ৰুৱাৰ পৰা ২০-২৫ দিন পিছত আৰু আন ভাগ ৰুৱাৰ পৰা ৩মাহ পিছত প্ৰয়োগ কৰিব লাগে।অৱশ্যে জীৱানুসাৰ প্ৰয়োগ কৰি ইউৰীয়া আৰু একক চুপাৰ ফচফেটৰ মাত্ৰা ২৫-৫০ শতাংশ কৰিব পাৰি।

জীৱানুসাৰ প্ৰয়োগ

প্ৰস্তত হৈ থকা পথাৰৰ দুই আলি স্ংযোগী এটা চকুত অস্থায়ী আলিৰে ঘেৰি লৈ গাত আকাৰৰ কৰি প্ৰয়োজনীয় জীৱানুসাৰ(প্ৰ্তি বিঘাত ৫০০ গ্ৰাম),শুকান গোবৰ(প্ৰ্তি বিঘাত ১০ কি,গ্ৰাম)আৰু অনুমোদিত ৰক ফছফেটখিনি বোকা পানীৰ লগত ভালদৰে মিহলাব লাগে।ইতিমধ্যে শিপাসমূহ পৰিস্কাৰ কৰি সাজু কৰি ৰখা কঠীয়াৰ মুঠিবোৰ মিশ্ৰনটোত ২ ঘন্টা শিপাবোৰ ডুবগৈ থকাকৈ ৰাখি লাগি থকা বোকাৰে সৈতে শাৰী শাৰীকৈ ৰুব লাগে।

জীৱানুসাৰ প্ৰয়োগৰ কামখিনি ৰদ উঠাৰ আগত বা আবেলি পৰত কৰিব লাগে।

নিৰণি

ধান ৰুৱাৰ পৰা ২০-২৫ দিনত এবাৰ আৰু ৪০-৫০ দিনত দ্বিতীয়বাৰ নিৰণিৰ প্ৰয়োজন।

ৰুৱাৰ ৩ দিন পাছত প্ৰেতিলাক্লৰ ০,৭৫ কেজি/হেক্টৰ বা এনিলফচ ০,৪/হেক্টৰ বনবাট প্ৰ্তিৰোধ কৰিবৰ বাবে ব্যৱহাৰ কৰিব লাগে।

শস্য ৰক্ষা

প্ৰতিৰোধ ক্ষমতা থকা জাতৰ ব্যৱহাৰ।

  • একেৰাহে একেটা খেতিতে একেডৰা মাটিতে নকৰা।
  • সময়মতে বন-বাট নিৰনি কৰা।
  • নিয়মীয়াকৈ নিৰীক্ষন কৰি অনিষ্টকাৰীক ৰোধ কৰা।

ৰাসায়নিক পদ্ধতিৰে বেমাৰ আৰু কীট পত্ংগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব পৰা কেইবিধমান দৰৱ প্ৰয়োগৰ নিৰিখৰ সৈতে তলত উল্লেখ কৰা হ'ল

বেমাৰ আৰু কীট পত্ংগ

দৰৱৰ নাম

দৰৱৰ পৰিমাণ

(প্ৰ্তি লি,পানিত)

মিশ্ৰনৰ পৰিমাণ

(বিঘাত এবাৰ)

চৰহা পোক,মজাখোৱা

পোক,থ্ৰিপচ

 

চৰহা পোক,মজাখোৱা,পাত মেৰোৱা,টুপলি কটা,শূৰ পোক

 

গলমিজ,টুপলি কটা,মজাখোৱা,চৰহা পোক

 

চৰহা পোক,মজাখোৱা,থ্ৰিপচ,পাত মেৰোলো,গলমিজ

গান্ধী পোক

ক্লৰপাইৰিফচ ২০ ইচি

 

কুইনলফচ ২৫ ইচি

 

 

 

 

মন

 

 

 

ফচফমিদন ১০০ ইচি

 

মালাথিয়ান দাষ্ট ৫%

২,৫ মি,লি

 

 

৩০ মি,লি

 

 

 

৩০ মি,লি

 

 

 

 

১,৫মিলি

 

 

২৫ কি,গ্ৰা/হেক্টৰ

৫০লি

 

 

৫০ লি,

 

 

 

৫০ লি

 

 

 

 

৫০লি

 

 

৫০ লি

বাষ্ট চিথ ব্লাইড গুৰি পচা

বেভিচতিন

১ গ্ৰাম,২,৫গ্ৰাম

৫০লি

 

চিথব্লাইট গুৰি পচা

ইনডফিল এম-৪৫

২,৫ গ্ৰাম

৫০ লি

গুৰি পচা

কেপটাফ

২,০গ্ৰাম

৫০ লি

কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate