এই কৃষি বিভাগটোত বিকাশপেডিয়া শিতানৰ জৰিয়তে স্বেচ্ছাসেৱীসকলৰ দ্বাৰা কৃষি সম্পৰ্কীয় তথ্য আৰু বিভিন্ন জ্ঞানবৰ্দ্ধক লিখনি সংযোজন কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকেও এই শিতানত আপোনালোকৰ মতামত, অভিজ্ঞতা বিনিময় কৰাৰ লগতে এই শিতানত সন্নিৱিষ্ট বিষয়সমূহৰ ওপৰত আপোনাৰ লিখনি আৰু ইয়াত থকা আলোচনাসমূহত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব।
বিকাশপেডিয়াৰ শিতানৰ এই বিভাগত কৃষি সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
এই শিতানত কৃষিৰ পৰামৰ্শ, উৎপাদন প্ৰযুক্তি, পথাৰৰ সঁজুলীসমূহ, খেতি ছপোৱাৰ পিছৰ প্ৰযুক্তি, বতৰ, বজাৰ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।
এই শিতানত মিছামাছ, আলংকাৰীক মাছ, মুকুতা পালন, ফিঙ্গাৰলিংগ মাছৰ ব্যৱসায়ীক উৎপাদন, মূল্য সংযোজিত সামগ্ৰী ইত্যাদিৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
এই শিতানত ধাৰণশীল কৃষি, পশুপালন, মীনপালন, ফাৰ্ম ভিত্তিক উদ্যোগ, অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।
এই শিতানত কৃষি, পশুপালন, মীনপালন, গ্ৰাম্য নিয়োজন ইত্যাদিৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
কৃষি ঋণ আৰু কৃষিজ বীমা সম্পৰ্কীয় বিষয়ৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।
ইয়াত অসমৰ বিভিন্ন ধৰণৰ খেতিসমূহৰ কথা উল্লেখ কৰা হৈছে।
শেহতীয়া উন্নীতকৰণ: : 12/4/2020
জৈৱিক কৃষিৰ আখৰা, জৈৱিক কৃষিত সঁচ নিৰ্বাচনৰ বিষয়ে ...
জৈৱিক কৃষি বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষ...
শস্যৰ উৎপাদনত জৈৱ সাৰৰ ব্যৱহাৰ কেনেদৰে কৰা হয় সেই ...
জৈৱিক কৃষি পদ্ধতি