ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-ফাইলিং ব্যৱস্থাৰ সুবিধা আৰম্ভ কৰা হৈছে ০২ অক্টোৱৰ, ২০০৬ চনৰ পৰা। এই সুবিধাৰ ফলত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ মোকর্দ্দমা বিলাক ইন্টাৰনেটৰ যোগেদি যিকোনো ঠাইৰ পৰাই দাখিল কৰিব পাৰে। যিকোনো ব্যক্তিয়ে নাম নথিভুক্ত কৰি লৈ এই পৰিসেৱাৰ সুবিধা ল'ব পাৰে।
এই শিতানত ৰাইজৰ বাবে থকা অনলাইন সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
ভাৰতত ই-প্ৰশাসন বিভাগটোৱে দেশৰ নাগৰিক, ব্যৱসায়, চৰকাৰী সংগঠন, চৰকাৰী অভিকৰণ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহত বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে। ২০০৬ চনত গঠন হোৱা ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনাৰ লক্ষ্য অনুসৰি সকলো সাধাৰণ জনসাধাৰণে স্থানীয়তা অনুসৰি সাধাৰণ সেৱা কেন্দ্ৰসমূহত যিকোনো সেৱা উপলব্ধ হ’ব।
এই শিতানত গ্ৰাম্য উদ্যমীয়ে আগবঢ়াব পৰা বিভিন্ন সেৱাসমূহ আৰু অৰুণোদয় কেন্দ্ৰত উপলব্ধ বিভিন্ন সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
ইয়াত অসমৰ জিলাসমূহৰ তথ্যসমূহ দিয়া হৈছে।
ডিজিটেল পৰিশোধ ব্যৱস্থা
এই শিতানত ডিজিটেল ভাৰতবৰ্ষ কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ বিষয়ে আলোচনা হৈছে।
মোবাইল ফোনৰ জৰিয়তে লাভ কৰিব পৰা সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।