এক্সিচ বেংকৰ ম’বাইল বেংকিং সেৱা
উপলব্ধ সেৱাসমূহ
- বাকী থকা ধনৰ পৰিমানৰ অনুসন্ধান
- শেষৰ 3 টা লেনদেন
- চেকৰ অৱস্থা
- ডিমাট একাউণ্টৰ চিকিউৰীটি ধন
- সক্ৰিয় ম’বাইল বেংকিং
- ম’বাইল বেংকিংৰ পৰা পঞ্জীয়ন নাকচ
সেৱাৰ বাবদ মাচুল
- প্ৰত্যেক বিত্তীয় বৰ্ষত সেৱাৰ বাবদ 150/- টকা (কৰ সহ) আদায় লোৱা হ’ব৷
- প্ৰথম পঞ্জীয়নৰ বাবদ বিনামূলীয়া পৰীক্ষাৰ সুবিধা দিয়া হ’ব৷ গ্ৰাহকে যদি 60 দিনৰ ভিতৰত গ্ৰাহকভূক্তিৰ পৰা অব্যাহতি লয়, তেন্তে কোনো মাছুল আদায় লোৱা নহ’ব৷
ম’বাইল সেৱা ব্যৱহাৰৰ পদ্ধতি
সেৱাসমূহ
|
এচএমএচৰ গঠন Send an SMS to 5676782 or 9717000002
|
বেংকৰ পৰা সঁহাৰি
|
বাকী থকা ধনৰ অনুসন্ধান
|
BAL <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷
|
বিশেষ একাউণ্ট নম্বৰটোৰ বিপৰীতে বাকী থকা ধনৰ সবিশেষ আপোনাক দিব৷
|
শেষৰ তিনিটা লেনদেন
|
MINI <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷
|
বিশেষ একাউণ্টটোৰ শেষতীয়া তিনিটা লেনদেনৰ সবিশেষ আপোনাক জনাব৷
|
চেকৰ অৱস্থা
|
CHQSTATUS <খালী ঠাই> একাউণ্ট নম্বৰ <খালী ঠাই> চেক নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷
|
আপোনাৰ চেকৰ অৱস্থা জনাব৷
|
ডিমেট একাউণ্টৰ চিকিউৰীটি ধনৰ পৰিমাণ
|
DMAT <খালী ঠাই> গ্ৰাহকৰ আইডি <খালী ঠাই> আইএচআইএন নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷
|
নিৰ্দিষ্ট গ্ৰাহক আইডিৰ অধীনত আপোনাৰ বিশেষ ডিমেট একাউণ্টৰ শ্বেয়াৰ/ছিকিউৰীটিৰ বিষয়ে জনাব৷
|
ম’বাইল বেংকিং সক্ৰিয়কৰণ
|
ACT <খালী ঠাই> সম্পূৰ্ণ একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷
|
পঞ্জীয়নৰ কাৰণে ম’বাইল বেংকিং সক্ৰিয় কৰিব কিন্ত্ত একাউণ্ট অসক্ৰিয় কৰিব৷
|
ম’বাইল বেংকিংৰ অপঞ্জীয়নকৰণ
|
SUSPEND <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷
|
ম’বাইঅলৰ লগত নিৰ্দিষ্ট একাউণ্টটোৰ সংযোগৰ পঞ্জীয়ন নাকচ কৰা
|
পঞ্জীয়ন পদ্ধতি
ফোন বেংকিংৰ যোগেদি
- গ্ৰাহকে তেওঁলোকৰ নিজৰ চহৰৰ বেংকৰ ফোন বেংকিং নম্বৰলৈ ক’ল কৰি ম’বাইল বেংকিংৰ কাৰণে পঞ্জীয়ন কৰিব পাৰে৷
আপোনাৰ চহৰৰ ফোন বেংকিং নম্বৰ জানিবলৈ ইয়াত ক্লিক কৰক
এটিএম ত
- গ্ৰাহকে তেওঁলোকৰ ডেবিট কাৰ্ডৰ লগত সংযোগিত প্ৰাথমিক একাউণ্টলৈ পঞ্জীয়ন অথবা পঞ্জীয়নৰ আপডেট কৰিব পাৰে৷
- কাৰ্ড প্ৰবিষ্ট কৰক আৰু পিন নম্বৰ ভৰাওঁক৷
- 'Other Services' মেনু আইটেম চয়ন কৰক৷
- Mobile Banking Registration/Update' মেনু চয়ন কৰক
- আপুনি পঞ্জীয়ন অথবা আপডেট কৰিবলৈ বিচৰা ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক৷
- ম’বাইল নম্বৰ পুনৰ প্ৰবিষ্ট কৰক
- পঞ্জীয়ন অথবা আপডেটৰ প্ৰাপ্তিস্বীকাৰ স্বৰুপে ৰচিদ লওঁক৷ যিটো একাউণ্ট নম্বৰত পঞ্জীয়ন অথবা আপডেট কাৰ্য্যকৰী কৰা হ’ল সেই একাউণ্ট নম্বৰটো ৰচিদখনত ছপা কৰা থাকিব৷
- কাৰ্য্যকৰী কৰিবৰ কাৰণে ইয়াক অন্য 48 ঘন্টা সময়ৰ প্ৰয়োজন হ’ব৷
এক্সিচ বেংকৰ ইনটাৰনেট বেংকিং ৱেবচাইটত (আইকনেক্ট)
- আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ডৰ সৈতে ইনটাৰনেট বেংকিংলৈ লগ অন কৰক (যদি আপুনি আইকনেক্টৰ সৈতে পঞ্জীভূত নহয়, অনুগ্ৰহ কৰি আপোনাৰ নিচেই কাষৰ শাখাত আপোনাৰ আইডি আৰু পাছৱৰ্ডৰ কাৰণে যোগাযোগ কৰক৷)
- 'Customize' ত ক্লিক কৰক আৰু তাৰ পিছত 'Mobile Banking' ত ক্লিক কৰক৷
- আপোনাৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক, 'Enable for Mobile Banking' পৰীক্ষা বাকচ পৰীক্ষা কৰক আৰু ম’বাইল বেংকিংৰ পঞ্জীয়নৰ কাৰণে নিজক স্থাপন কৰক৷
শাখা কাৰ্য্যালয়ত
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 5/26/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.