অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এক্সিচ বেংকৰ ম’বাইল বেংকিং সেৱা

উপলব্ধ সেৱাসমূহ

  • বাকী থকা ধনৰ পৰিমানৰ অনুসন্ধান
  • শেষৰ 3 টা লেনদেন
  • চেকৰ অৱস্থা
  • ডিমাট একাউণ্টৰ চিকিউৰীটি ধন
  • সক্ৰিয় ম’বাইল বেংকিং
  • ম’বাইল বেংকিংৰ পৰা পঞ্জীয়ন নাকচ

সেৱাৰ বাবদ মাচুল

  • প্ৰত্যেক বিত্তীয় বৰ্ষত সেৱাৰ বাবদ 150/- টকা (কৰ সহ) আদায় লোৱা হ’ব৷
  • প্ৰথম পঞ্জীয়নৰ বাবদ বিনামূলীয়া পৰীক্ষাৰ সুবিধা দিয়া হ’ব৷ গ্ৰাহকে যদি 60 দিনৰ ভিতৰত গ্ৰাহকভূক্তিৰ পৰা অব্যাহতি লয়, তেন্তে কোনো মাছুল আদায় লোৱা নহ’ব৷

ম’বাইল সেৱা ব্যৱহাৰৰ পদ্ধতি

সেৱাসমূহ

এচএমএচৰ গঠন
Send an SMS to 5676782 or 9717000002

বেংকৰ পৰা সঁহাৰি

বাকী থকা ধনৰ অনুসন্ধান

BAL <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

বিশেষ একাউণ্ট নম্বৰটোৰ বিপৰীতে বাকী থকা ধনৰ সবিশেষ আপোনাক দিব৷

শেষৰ তিনিটা লেনদেন

MINI <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷

বিশেষ একাউণ্টটোৰ শেষতীয়া তিনিটা লেনদেনৰ সবিশেষ আপোনাক জনাব৷

চেকৰ অৱস্থা

CHQSTATUS <খালী ঠাই> একাউণ্ট নম্বৰ <খালী ঠাই> চেক নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷

আপোনাৰ চেকৰ অৱস্থা জনাব৷

ডিমেট একাউণ্টৰ চিকিউৰীটি ধনৰ পৰিমাণ

DMAT <খালী ঠাই> গ্ৰাহকৰ আইডি <খালী ঠাই> আইএচআইএন নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷

নিৰ্দিষ্ট গ্ৰাহক আইডিৰ অধীনত আপোনাৰ বিশেষ ডিমেট একাউণ্টৰ শ্বেয়াৰ/ছিকিউৰীটিৰ বিষয়ে জনাব৷

ম’বাইল বেংকিং সক্ৰিয়কৰণ

ACT <খালী ঠাই> সম্পূৰ্ণ একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷

পঞ্জীয়নৰ কাৰণে ম’বাইল বেংকিং সক্ৰিয় কৰিব কিন্ত্ত একাউণ্ট অসক্ৰিয় কৰিব৷

ম’বাইল বেংকিংৰ অপঞ্জীয়নকৰণ

SUSPEND <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷

ম’বাইঅলৰ লগত নিৰ্দিষ্ট একাউণ্টটোৰ সংযোগৰ পঞ্জীয়ন নাকচ কৰা

পঞ্জীয়ন পদ্ধতি

ফোন বেংকিংৰ যোগেদি

  • গ্ৰাহকে তেওঁলোকৰ নিজৰ চহৰৰ বেংকৰ ফোন বেংকিং নম্বৰলৈ ক’ল কৰি ম’বাইল বেংকিংৰ কাৰণে পঞ্জীয়ন কৰিব পাৰে৷
আপোনাৰ চহৰৰ ফোন বেংকিং নম্বৰ জানিবলৈ ইয়াত ক্লিক কৰক

এটিএম ত

  • গ্ৰাহকে তেওঁলোকৰ ডেবিট কাৰ্ডৰ লগত সংযোগিত প্ৰাথমিক একাউণ্টলৈ পঞ্জীয়ন অথবা পঞ্জীয়নৰ আপডেট কৰিব পাৰে৷
  • কাৰ্ড প্ৰবিষ্ট কৰক আৰু পিন নম্বৰ ভৰাওঁক৷
  • 'Other Services' মেনু আইটেম চয়ন কৰক৷
  • Mobile Banking Registration/Update' মেনু চয়ন কৰক
  • আপুনি পঞ্জীয়ন অথবা আপডেট কৰিবলৈ বিচৰা ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক৷
  • ম’বাইল নম্বৰ পুনৰ প্ৰবিষ্ট কৰক
  • পঞ্জীয়ন অথবা আপডেটৰ প্ৰাপ্তিস্বীকাৰ স্বৰুপে ৰচিদ লওঁক৷ যিটো একাউণ্ট নম্বৰত পঞ্জীয়ন অথবা আপডেট কাৰ্য্যকৰী কৰা হ’ল সেই একাউণ্ট নম্বৰটো ৰচিদখনত ছপা কৰা থাকিব৷
  • কাৰ্য্যকৰী কৰিবৰ কাৰণে ইয়াক অন্য 48 ঘন্টা সময়ৰ প্ৰয়োজন হ’ব৷

এক্সিচ বেংকৰ ইনটাৰনেট বেংকিং ৱেবচাইটত (আইকনেক্ট)

  • আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ডৰ সৈতে ইনটাৰনেট বেংকিংলৈ লগ অন কৰক (যদি আপুনি আইকনেক্টৰ সৈতে পঞ্জীভূত নহয়, অনুগ্ৰহ কৰি আপোনাৰ নিচেই কাষৰ শাখাত আপোনাৰ আইডি আৰু পাছৱৰ্ডৰ কাৰণে যোগাযোগ কৰক৷)
  • 'Customize' ত ক্লিক কৰক আৰু তাৰ পিছত 'Mobile Banking' ত ক্লিক কৰক৷
  • আপোনাৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক, 'Enable for Mobile Banking' পৰীক্ষা বাকচ পৰীক্ষা কৰক আৰু ম’বাইল বেংকিংৰ পঞ্জীয়নৰ কাৰণে নিজক স্থাপন কৰক৷

শাখা কাৰ্য্যালয়ত

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate