চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱাসমূহ
উপলব্ধ সেৱাসমূহ
নিম্নলিখিত কাৰ্য্যসমূহত এচএমএচ সংকেত
- যেতিয়া একাউণ্টৰ ক্ৰেডিট/ডেবিটৰ পৰিমান 5000/- টকা অথবা তাতোকৈ অধিক হয়
- যেতিয়া গ্ৰাহকৰ দ্বাৰা ইছ্যু কৰা চেক পুঁজি বিচৰাৰ কাৰণে অগ্ৰাহ্য কৰা হয় আৰু
- যেতিয়া একাউণ্টত থাকিবলগীয়া নুন্যতম ধনৰ পৰিমাণ সীমাৰ তললৈ অবনমিত হয়
- ফিক্সড ডিপজিটৰ টকা সম্পূৰ্ণ হোৱাৰ 7 দিনৰ আগত
এই সুবিধা লাভ কৰিবলৈ আগ্ৰহী গ্ৰাহকসকলে তেওঁলোকৰ সঞ্চয় বেংক একাউণ্ট নম্বৰ/ আৰু 10 সংখ্যাৰ ম’বাইল নম্বৰ মূল বেংকত 91 ৰ সৈতে স্থাপন কৰিব পাৰে৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.