চিবিএচ শাখাৰ সকলো গ্ৰাহকসকল যি ইনটাৰনেট বেংকিং সুবিধা ব্যৱহাৰ কৰি আছে, সেইসকলে এই সুবিধা লাভ কৰিব পাৰে৷ পঞ্জীয়ন পদ্ধতি তলত উল্লেখ কৰা হ’ল :
ম’বাইল বেংকিংৰ মাচুল
গ্ৰাহকে তলত উল্লেখিত আৰ্হিত বেংক ম’বাইল নম্বৰ - - 9619141566 লৈ এচএমএচ প্ৰেৰণ কৰা আৱশ্যক হ’ব৷ তলত উল্লেখ কৰা < > চিহ্নৰ সকলো গ্ৰাহকৰ দ্বাৰা পূৰণ কৰিব লাগিব৷ < SMSPWD > হ’ল গ্ৰাহকৰ দ্বাৰা স্থাপন কৰা পাছৱৰ্ড আৰু < A/C NUMBER > হ’ল গ্ৰাহকৰ একাউণ্ট নম্বৰ৷
ক্ৰ.নং |
সুবিধা |
9619141566 লৈ প্ৰেৰণ কৰিব লগা এচএমএচৰ কীৱৰ্ড |
1. |
বাহাল থকা ধনৰ পৰিমান |
< পাছৱৰ্ড > < একাউণ্ট নম্বৰ৷ > |
2. |
মিনিষ্টেটমেণ্ট |
< পাছৱৰ্ড > < একাউণ্ট নম্বৰ > |
3. |
েকৰ অৱস্থা |
< পাছৱৰ্ড > |
দেনাৰ ফোন বেংকিং পদ্ধতি ধ্বনি সঁহাৰি জনোৱা পাৰস্পৰিক পদ্ধতি(আইভিআৰ পদ্ধতি)৷ গ্ৰাহকে এই সুবিধা লাভ কৰিবলৈ হ’লে ট’ল ফ্ৰী নম্বৰ 18002336427 লৈ ডায়েল কৰা প্ৰয়োজন হ’ব৷ ফোন বেংকিং পদ্ধতিয়ে গ্ৰাহকৰ বাচনিৰ ওপৰত নিৰ্ভৰ কৰি ‘ গ্ৰাহকৰ আইডি’ আৰু “লগ-ইন পাছৱৰ্ড” প্ৰবিষ্ট কৰিবলৈ সুবিধা দিব, ফোন বেংকিং পদ্ধতিয়ে গ্ৰাহকৰ অনুৰোধিত সেৱা আগবঢ়াব৷ গ্ৰাহকে বিত্তীয় লেনেদেন কৰিবলৈ বিচৰাৰ ক্ষেত্ৰত, তেওঁ লেনদেনৰ পাছৱৰ্ড প্ৰবিষ্ট কৰাৰ প্ৰয়োজন হ’ব৷
বতৰ্মান নিম্নোলিখিত বৈশিষ্টসমূহ ফোন বেংকিং সেৱাত উপলব্ধ:
চিবিএচ শাখাৰ সকলো গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰে৷ গ্ৰাহকে শাখাত ফোন বেংকিং আবেদন প্ৰ-পত্ৰ জমা দিব লাগিব৷ দুটা পাছৱৰ্ড উত্পন্ন হ’ব - এটা অ-বিত্তীয় লেনদেন 'লগইন' কৰিবলৈ আৰু অন্যটো বিত্তীয় লেনদেনৰ কাৰণে –“ ট্ৰেনজেকশ্যন” পাছৱৰ্ড৷ উত্পন্ন হোৱা পাছৱৰ্ড শাখাসমূহলৈ যোগান ধৰা হয়৷ গ্ৰাহকসকলে পাছৱৰ্ড শাখাসমূহৰ পৰা সংগ্ৰহ কৰা প্ৰয়োজন হ’ব৷
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ইণ্ডিয়ান বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...
ইণ্ডিয়ান অভাৰচীজ বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষ...
ইউনাইটেড বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং সেৱাসমূহৰ ...
আইডিবিআই বেংকৰ ম’বাইল বেংকিং সেৱাসমূহৰ বিষয়ে আলোচন...