ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-ফাইলিং ব্যৱস্থাৰ সুবিধা আৰম্ভ কৰা হৈছে ০২ অক্টোৱৰ, ২০০৬ চনৰ পৰা। এই সুবিধাৰ ফলত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ মোকর্দ্দমা বিলাক ইন্টাৰনেটৰ যোগেদি যিকোনো ঠাইৰ পৰাই দাখিল কৰিব পাৰে। যিকোনো ব্যক্তিয়ে নাম নথিভুক্ত কৰি লৈ এই পৰিসেৱাৰ সুবিধা ল'ব পাৰে।
ই-ন্যায়ালয়
ৰায়্সমূহৰ তথ্য ব্যৱস্থাত বিভিন্ন মোকর্দ্দমাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ মতামত বিলাক আৰু বিভিন্ন উচ্চ ন্যায়ালয়ৰ মতামত বিলাক দেখা যায়।
“ভাৰতীয় আদালত” উচ্চতম ন্যায়ালয় আৰু বাকী ২১ খন উচ্চ ন্যায়ালয়ৰ আৰু ভাৰতত তাৰ বেঞ্চৰ এটা ৱেবচাইটৰ এটা বুকে।