এই শিতানত অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰা হৈছে।
জলপানি
ইয়াত জিলাভিত্তিক শিক্ষাৰ বিভিন্ন তথ্যৰ উপাদান আগবঢ়োৱা হৈছে
এই শিতানত ইন্টাৰনেট, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ আৰু মোবাইল প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত মুক্ত উৎস সমল সামগ্ৰী, আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষা, অনলাইন অভিধান, কম্পিউটাৰ ব্যৱহাৰত সঘনাই সোধা প্ৰশ্ন ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।
যিকোনো এটা বিষয় সন্দৰ্ভত বিভিন্ন বয়সৰ ছাত্ৰ গোটৰ জ্ঞান আৰু এই জ্ঞানৰ প্ৰসাৰৰ বাবে নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া অতিকৈ জৰুৰী।
৬ ৰ পৰা ১৪ বছৰৰ প্ৰতিজন শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে। সংবিধানৰ ৮৬ সংখ্যক সংশোধনী আইন অনুসৰি এই অধিকাৰ ২১ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে।
এই শিতানত পেশাগত পথপ্ৰদৰ্শকসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
বিশিষ্ট ব্যক্তিসকলৰ জীৱনৰ বিষয়ে এই শিতানত পঢ়িবলৈ পাব।
এই শিতানত অসম আৰু ভাৰতৰ বুৰঞ্জীৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত বৰ্তমান প্ৰচলিত ঘটনা সমূহৰ বিষয়ে আলোচনা কৰা হৈছে
শিকাৰ আনন্দ
শিক্ষণ আৰু শিকন প্ৰক্ৰিয়াটো হৈছে শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ যোগেদি শিক্ষাৰ আদান প্ৰদান হয়। শিক্ষণৰ যোগেৰে শিশুসকলে সকলো প্ৰকাৰৰ কোনো বিষয়ৰ জ্ঞান, আচাৰ-ব্যৱহাৰ ইত্যাদি আহৰণ কৰে। শিক্ষকসকলে এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ কেনে ধৰণৰ পদক্ষেপ লোৱাটো উচিত বা কেনে ভূমিকা গ্ৰহণ কৰে এই সকলোবোৰ কথা এই শিতানত আলোচনা কৰা হৈছে।
এই শিতানত শিক্ষাৰ উৎকৃষ্ট অনুশীলনৰ বিষয়ে আলোচনা কৰা হৈছে।
এই শিতানত ভাৰতীয় বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ তাৰিখবোৰ, গীতগংগা, বিশ্বৰ ৭ টা আচৰিত বস্তু ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।
এই শিতানত শিশুসকলৰ ক্ষেত্ৰত শিক্ষা, সংস্কৃতি আৰু বুৰঞ্জীৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰা ব্যৱহাৰকাৰীসকলৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিছে।
শিক্ষা হৈছে প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। প্ৰত্যেকে নিজৰ ইচ্ছাৰে এই শিক্ষা লাভ কৰিব পাৰে। এখন দেশৰ বা এজন ব্যক্তিৰ বিকাশ সম্ভৱ মাত্ৰ শিক্ষাৰ যোগেদি। এই শিতানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
সমলৰ যোগসূত্ৰসমূহ